• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

দিনটোৰ সম্ৰাট! হঠাতে ব্যৱসায়ীৰ একাউণ্টত সোমাল ১২ হাজাৰ কোটি টকা, তাৰপিছত?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 15, 2022 6:41 pm
প্রতিনিধিত্বমূলক ফটো।

প্রতিনিধিত্বমূলক ফটো।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আঠ ঘণ্টাৰ বাবে মুকুটবিহীন সম্ৰাট! কিন্তু মুহূৰ্তৰ ভিতৰতে খহি পৰিল সপোন। ভাগ্য সুপ্ৰসন্ন বুলি ভগৱানক ধন্যবাদ দিবলৈ গৈও ৰৈ গ’ল এক ব্যৱসায়ী। গুজৰাটৰ বাসিন্দা ৰমেশ সাগৰ হঠাতে পাঁচ-দহ লাখ নহয়, প্ৰায় ১২,০০০ কোটি টকাৰ গৰাকী হৈ পৰিল। সেই বেলেন্স তেওঁৰ ডেমাট একাউণ্টত সোমাইছিল।

স্বাভাৱিকতে ৰমেশৰ চকু কপালত উঠিল। অৱশ্যে শ্বেয়াৰ ক্ৰয় কৰাৰ অভ্যাস থকাৰ বাবে ধনৰ পৰিমাণটো দেখি অলপ বিব্ৰত হৈ পৰে। কপাল ফুলা বুলি ভাৱি নিজকে আশ্বস্ত কৰে। তাৰ পিছত অৱশ্যে নিজৰ ভুল বুজিব পাৰে।

লগতে পঢ়ক: পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে ক’লে, ’৭৫ বছৰ ধৰি ভিক্ষাৰ পাত্ৰ লৈ ঘূৰি ফুৰিছো’

Apply Now

ৰমেশ সাগৰ আহমেদাবাদৰ বাসিন্দা। পাঁচৰ পৰা ছয় বছৰ ধৰি তেওঁ শ্বেয়াৰ বজাৰত সামান্য বিনিয়োগ কৰি আহিছে। এবছৰ আগতে তেওঁ এটা ডেমেট একাউণ্ট খুলিছিল।

জানিব পৰা মতে, যোৱা ২৬ জুলাইত তেওঁৰ ডেমেট একাউণ্টত ১১,৬৭৭ কোটি টকা জমা হয়। প্ৰথমে চক খাই গ’লেও ৰমেশে পিছত সেই টকাৰ পৰা শ্বেয়াৰ বজাৰত ২ কোটি টকা বিনিয়োগ কৰে। কিছু সময়ৰ ভিতৰতে ফলাফল পালে। তেওঁ ২ কোটি টকা বিনিয়োগ কৰি ৫ লাখ টকা উপাৰ্জন কৰে।

অৱশ্যে, বেছিসময় তেওঁ এই হাজাৰ কোটি টকাৰ গৰাকী হৈ থাকিব নোৱাৰিলে। প্ৰায় আঠ ঘণ্টাৰ পিছতে সেই সন্ধিয়াই ৰমেশ সাগৰৰ ডেমেট একাউণ্টৰ পৰা বৃহৎ পৰিমাণৰ ধন নোহোৱা হৈ পৰে। তাৰ পিছত তেওঁ বেংকৰ পৰা এটা বাৰ্তা পায়। তাত কোৱা হয় যে কাৰিকৰী ত্ৰুটিৰ বাবে তেওঁৰ একাউণ্টত কিবা ভুল হৈছিল। বেঙ্কে ইয়াৰ বাবে ক্ষমা বিচাৰিছে।

পিছত জানিব পৰা যায় যে কেৱল ৰমেশ সাগৰেই নহয়, সেই নিৰ্দিষ্ট দিনটোত আন বহুতো ডেমেট একাউণ্টত এইদৰে বৃহৎ পৰিমাণৰ ধন জমা হৈছিল। কিন্তু সেই টকা কেইঘণ্টামানতকৈ বেছি সময় থকা নাছিল। মুহূৰ্ততে সাধাৰণ লোক এজন সম্ৰাট হৈ পৰি পুনৰ সাধাৰণ অৱস্থালৈ ঘুৰি আহিল আৰু নাটকখনৰো যৱনিকা পৰিল।

লগতে পঢ়ক: আৰু কিমান প্ৰমাণ লাগে?-মুখ্যমন্ত্ৰী আৰু আৰক্ষী সঞ্চালক প্ৰধানলৈ ডি ৱাই এফ আইৰ মুকলি প্ৰশ্ন

এনে ঘটনা আগতেও ঘটিছিল। কেইদিনমান আগতে, উত্তৰ প্ৰদেশৰ এজন দৰিদ্ৰ শ্ৰমিক বিহাৰীলালে তেওঁৰ বেংক একাউণ্টৰ পৰা ১০০ টকা উলিয়াইছিল। তাৰ পিছত বেংকৰ বাৰ্তাত তেওঁক জনোৱা হয় যে তেওঁৰ বাকী বেলেন্স আছে ৩ হাজাৰ কোটি টকা। বিহাৰীৰ মূৰ ঘূৰি যায়। সদায় ঘটাৰ দৰে পিছত বুজি পোৱা গ’ল যে বেংকৰ ভুলৰ বাবেই তেনে ঘটিছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চাহ জনজাতিৰ ভূমি দখল কৰি অবৈধ ইটা ভাটা স্থাপনৰ অভিযোগ! লিডু মাউলাঙত তীব্ৰ প্ৰতিবাদ আটছাৰ

চাহ জনজাতিৰ ভূমি দখল কৰি অবৈধ ইটা ভাটা স্থাপনৰ অভিযোগ! লিডু মাউলাঙত তীব্ৰ প্ৰতিবাদ আটছাৰ

June 19, 2026 3:39 pm
প্ৰশ্নকাকত ফাদিলৰ বাবে ১১ জন ছাত্ৰ-ছাত্ৰীৰ মৃত্যু, শিক্ষামন্ত্ৰীক বৰ্খাস্ত কৰাৰ দাবীত প্ৰধানমন্ত্ৰীলৈ চিঠি অভিজিৎ দীপকেৰ

প্ৰশ্নকাকত ফাদিলৰ বাবে ১১ জন ছাত্ৰ-ছাত্ৰীৰ মৃত্যু, শিক্ষামন্ত্ৰীক বৰ্খাস্ত কৰাৰ দাবীত প্ৰধানমন্ত্ৰীলৈ চিঠি অভিজিৎ দীপকেৰ

June 19, 2026 3:15 pm
স্বামীৰ অমানুষিক অত্যাচাৰ: পত্নীক বান্ধি মাৰধৰ, কাটি পেলালে চুলি, খাবলৈ বাধ্য কৰালে প্ৰস্ৰাৱ

স্বামীৰ অমানুষিক অত্যাচাৰ: পত্নীক বান্ধি মাৰধৰ, কাটি পেলালে চুলি, খাবলৈ বাধ্য কৰালে প্ৰস্ৰাৱ

June 19, 2026 3:07 pm
দিল্লী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ: নীট পৰীক্ষাৰ পূৰ্বে টেলিগ্ৰাম এপত বাহাল থাকিব কেন্দ্ৰীয় চৰকাৰৰ নিষেধাজ্ঞা

দিল্লী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ: নীট পৰীক্ষাৰ পূৰ্বে টেলিগ্ৰাম এপত বাহাল থাকিব কেন্দ্ৰীয় চৰকাৰৰ নিষেধাজ্ঞা

June 19, 2026 1:19 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চাহ জনজাতিৰ ভূমি দখল কৰি অবৈধ ইটা ভাটা স্থাপনৰ অভিযোগ! লিডু মাউলাঙত তীব্ৰ প্ৰতিবাদ আটছাৰ

চাহ জনজাতিৰ ভূমি দখল কৰি অবৈধ ইটা ভাটা স্থাপনৰ অভিযোগ! লিডু মাউলাঙত তীব্ৰ প্ৰতিবাদ আটছাৰ

June 19, 2026 3:39 pm
প্ৰশ্নকাকত ফাদিলৰ বাবে ১১ জন ছাত্ৰ-ছাত্ৰীৰ মৃত্যু, শিক্ষামন্ত্ৰীক বৰ্খাস্ত কৰাৰ দাবীত প্ৰধানমন্ত্ৰীলৈ চিঠি অভিজিৎ দীপকেৰ

প্ৰশ্নকাকত ফাদিলৰ বাবে ১১ জন ছাত্ৰ-ছাত্ৰীৰ মৃত্যু, শিক্ষামন্ত্ৰীক বৰ্খাস্ত কৰাৰ দাবীত প্ৰধানমন্ত্ৰীলৈ চিঠি অভিজিৎ দীপকেৰ

June 19, 2026 3:15 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd