• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

অতি নৃশংস! : নৈশভোজৰ টেবুলত মাতৃক গুলীয়াই হত্যা কৰি ভগ্নীৰ সৈতে নৃত্য কৰিলে এক যুৱকে

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , December 28, 2020 4:06 pm

2 min read

index.jpg

অভিযুক্ত যুৱক মাইক লোপেজ

15.3k
VIEWS
Share on FacebookShare on Twitter

অতি বৰ্বৰ তথা নৃশংস এক কাণ্ডৰ বাতৰিয়ে আন্তৰাষ্ট্ৰীয় সংবাদ মাধ্যমত চৰ্চা লাভ কৰিছে।

ঘটনাটো সংঘটিত হৈছে মাৰ্কিন যুক্তৰাষ্ট্ৰত।

ঘটনাৰ বিৱৰণীৰ মতে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ স্প্ৰিংভিলে অঞ্চলৰ ২৩ বছৰীয়া মাইক লোপেজ নামৰ এগৰাকী যুৱকে নৈশভোজৰ টেবুলতে নিজ মাতৃক গুলীয়াই হত্যা কৰে।

মাতৃক হত্যা কৰাৰ পিছত যুৱকজনে ১৪ বছৰীয়া কিশোৰী ভগ্নীৰ সৈতে নৃত্য কৰা বুলিও প্ৰকাশ পাইছে।

ইফালে এই সমস্ত ঘটনা আৰক্ষীৰ আগত বৰ্ণনা কৰিছে উক্ত ঘটনাৰ সময়ত উপস্থিত থকা অভিযুক্ত যুৱকজনৰ ১৭ বছৰীয়া অন্য এগৰাকী ভগ্নীয়ে।

১৭ বছৰীয়া কিশোৰীগৰাকীয়ে আৰক্ষীৰ আগত প্ৰকাশ কৰা অনুসৰি অভিযুক্ত যুৱকজনে ৪৩ বছৰীয়া মাতৃ ভেক্টোৰিয়া ৰামিৰেজ আৰু কিশোৰী ভগ্নীৰ সৈতে নৈশভোজ কৰি আছিল।

ভোজন টেবুলতে কণিষ্ঠ ভগ্নী আৰু মাতৃৰ সৈতে কথা কটাকটি হয় আৰু জ্যেষ্ঠ ভাতৃয়ে হঠাতে মাতৃক গুলীয়াই হত্যা কৰে।

মাতৃক হত্যা কৰাৰ পিছত ভাতৃ-ভগ্নী দুয়োৱে নৃত্য কৰিবলৈ ধৰে বুলি প্ৰকাশ কৰিছে মৃত মহিলাগৰাকীৰ ১৭ বছৰীয়া কন্যাই।

সন্ত্ৰস্ত ১৭ বছৰীয়া কিশোৰী গৰাকীয়ে বাৰ্থৰুমৰ পৰা জ্যেষ্ঠ ভগ্নীলৈ ফোন কৰে আৰু জ্যেষ্ঠ ভগ্নীয়ে লগে লগে আৰক্ষীক ঘটনাৰ সন্দৰ্ভত খবৰ দিয়ে।

ভাতৃ আৰু কণিষ্ঠ ভগ্নীৰ বিৰুদ্ধে আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰাৰ পিছতে আৰক্ষী অভিযুক্ত যুৱকজনৰ লগতে কিশোৰীগৰাকীকো গ্ৰেপ্তাৰ কৰিছে।

১৭ বছৰীয়া কিশোৰীগৰাকীৰ মতে অভিযুক্ত ভাতৃ আৰু কণিষ্ঠ ভগ্নী দুয়ো মাদক দ্ৰৱ্যৰ সৰবৰাহৰ লগত জড়িত থকাৰ উপৰি মাদক দ্ৰৱ্য সেৱনো কৰে।

Recent News

মাটিৰ পট্টা দিয়াৰ অচিলালৈ ভোটৰ অংকৰে প্ৰধান মন্ত্ৰী আহিছিল : আৰ. পি. শৰ্মা

মাটিৰ পট্টা দিয়াৰ অচিলালৈ ভোটৰ অংকৰে প্ৰধান মন্ত্ৰী আহিছিল : আৰ. পি. শৰ্মা

a mam

কেৱল দিল্লীতে নহয়, দেশৰ চাৰি স্থানত ৰাজধানী বিচাৰিলে এগৰাকী মুখ্যমন্ত্ৰীয়ে, কোন তেওঁ?

a som

বাক্সাত ভূমিহীনৰ মুখত বিৰিঙিল হাঁহি: ৮২২ গৰাকী ভূমিহীনক পট্টা প্ৰদান

a tez

আছু কৰ্মীক CRPF ৰ প্ৰহাৰ: ছাত্ৰ সন্থাই ঘোষণা কৰা ১২ ঘণ্টীয়া শোণিতপুৰ জিলা বন্ধৰ প্ৰভাৱ সৰ্বাত্মক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd