• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

থু লগাই ৰুটি বনোৱা ভিডিঅ’ ভাইৰেল হোৱাৰ পাছতেই ৰঙাঘৰত সোমাল যুৱক

এন ই নাও নিউজ by এন ই নাও নিউজ
February 23, 2021 9:47 am
WhatsApp Image 2021-02-23 at 9.12.43 AM
338
VIEWS
Share on FacebookShare on Twitter

বিয়াঘৰত আনন্দৰ জোৱাৰ। খোৱাবোৱাৰ পয়োভৰ, উলাহ-উছাহত মছগুল নিমন্ত্ৰিত অতিথিকে ধৰি বিয়াঘৰৰ লোক। তাৰ মাজতেই ঘটিল এক দুৰ্ভাগ্যজনক কাণ্ড।

খোৱা বনাই থকাৰ সময়ত ৰুটিত থু লগাই দিছে এজন যুৱকে। তেওঁৱেই ৰুটি বনাইছিল। তন্দুৰী ৰুটিত সানি দিছিল থু। ৰুটি বনাই থকা সময়তে কোনোবা এজনে ভিডিঅ’টো ৰেকৰ্ড কৰে।

ভিডিঅ’টো ছচিয়েল মিডিয়াত আপলোড কৰাৰ পাছত মুহূৰ্তৰ ভিতৰতে সেইটো ভাইৰেল হৈ পৰে। ঘটনাটো পোহৰলৈ অহাৰ পাছতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়।

বিয়াঘৰৰ লোকৰ দৃষ্টিলৈ অহাত তেওঁলোকে যুৱকজনৰ বিৰুদ্ধে অভিযোগ দাখিল কৰে আৰু তাৰেই ভিত্তিত আৰক্ষীয়ে যুৱকজনক গ্ৰেপ্তাৰ কৰে।

বাতৰি অনুসৰি, যুৱকজনৰ নাম চাহিল। উত্তৰ প্ৰদেশৰ মীৰাটৰ এখন বিয়াঘৰত ঘটিছিল এই ঘটনা। হিন্দু জাগৰণ মঞ্চই ঘটনাটোক লৈ তীব্ৰ প্ৰতিবাদ আৰম্ভ কৰে।

ছচিয়েল মিডিয়াত নেটিজেনসকলে দাবী কৰে যে চাহিলে নিশ্চয় পূৰ্বেও এনে কাণ্ড কৰিছে। যি নহওক, নিজৰ কৃতকৰ্মৰ বাবে চাহিলে এতিয়া ৰঙাঘৰত দিন কটাইছে।

ইপিনে, নেটিজেনসকলে চাহিলৰ কঠোৰ শাস্তিৰ দাবী তুলিছে। কৰ’নাৰ সময়ত এনে ঘটনা কোনোৱে সহজে মানি ল’ব পৰা নাই।

টুইটাৰত ভিডিঅ’টো এতিয়ালৈকে প্ৰচুৰ লোকে চাইছে। শ্বেয়াৰো হৈছে প্ৰচুৰ। ঘটনাৰ পাছত থানাৰ সন্মুখতো একাংশই বিক্ষোভ প্ৰদৰ্শন কৰিছে।

इसके हाथों की रोटी कौन-कौन खाना चाहेगा pic.twitter.com/x8GFXbrlUy

— Ayush Kumar (@kumarayush084) February 19, 2021

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd