• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

যোগীৰাজ্যত পুনৰ বৰ্বৰ কাণ্ড : ৰাজপথত মৰিয়াই মৰিয়াই হত্যা এজন লোকক; চাই থাকিল পথাচাৰীয়ে

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , December 29, 2020 11:52 am

2 min read

ng7tbsq8_loni-murder_625x300_28_December_20
645
VIEWS
Share on FacebookShare on Twitter

এটা ব্যস্ত ৰাজপথত পথাচাৰীৰ সন্মুখতে এজন লোকক মৰিয়াই মৰিয়াই হত্যা কৰা হৈছে।

এই লোমহৰ্ষক হত্যাকাণ্ডটো সংঘটিত হৈছে যোগী আদিত্যনাথ শাসিত উত্তৰ প্ৰদেশত।

ঘটনাৰ বিৱৰণীৰ মতে উত্তৰ প্ৰদেশৰ গাজিয়াবাদৰ ৰাজপথত সোমবাৰে অজয় নামৰ এজন লোকক দুজন লোকে লাঠিৰে প্ৰহাৰ কৰি হত্যা কৰে। হত্যা কৰিয়ে দুই অভিযুক্তই সেই স্থানৰ পৰা পলায়ন কৰে।

লোকজনক লাঠিৰে প্ৰহাৰ কৰি থকাৰ সময়তে পথেদি অসংখ্য লোকে গাড়ী, বাইক তথা খোজেৰে যাত্ৰা কৰি থাকিলেও কোনো এজন লোকে আক্ৰান্ত লোকজনক সহায়ৰ বাবে আগবাঢ়ি নাহিল।

আনকি চূড়ান্ত অমানৱীয়তা প্ৰদৰ্শন কৰি কোনো লোকে আক্ৰান্ত ৰক্তাক্ত লোকজনক চিকিৎসাৰ বাবে চিকিৎসালয় নিয়াৰ ব্যৱস্থা নকৰিলে।

ইফালে হত্যাকাণ্ডটো সংঘটিত হোৱাৰ পিছতে আক্ৰান্তৰ ভাতৃৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে অমিত আৰু গোবিন্দ নামৰ দুই অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে।

আনহাতে নিহত অজয়ৰ ভাতৃ সঞ্জয়ৰ অভিযোগ কৰে যে আৰক্ষীৰ নিস্পৃহতাৰ বাবে তেওঁৰ ভাতৃ হত্যাৰ বলি হ’ল।

মৃত অজয়ৰ ভাতৃৰ অভিযোগ অনুসৰি এখন ফুলৰ দোকানকলৈ গোবিন্দ নামৰ লোকজনৰ সৈতে এক সংঘাতৰ সৃষ্টি হৈছিল। সেই বিবাদে জটিল ৰূপ লোৱাৰ পূৰ্বে আৰক্ষীক অৱগত কৰা হৈছিল যদিও আৰক্ষীয়ে নিস্ক্ৰিয়তা প্ৰদৰ্শন কৰি আহিছিল বুলি অভিযোগ উঠিছে।

আৰক্ষীৰ নিস্ক্ৰিয়তাৰ বাবেই বিবাদটো মীমাংসা হোৱাৰ পৰিৱৰ্তে গোবিন্দ নামৰ লোকজনে অমিতৰ সহায়ত অজয়ক লাঠিৰে মৰিয়াই মৰিয়াই হত্যা কৰিবলৈ সুযোগ পালে বুলি মৃত অজয়ৰ ভাতৃ সঞ্জয়ে অভিযোগ কৰিছে।

Recent News

Jerenga Modi

ইতিহাস প্ৰসিদ্ধ জেৰেঙা পথাৰক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিবনে প্ৰধান মন্ত্ৰী মোদীয়ে?

অসম আৰক্ষীত অতি শীঘ্ৰে হ’ব খালী হৈ থকা পদত নিযুক্তি

অসম আৰক্ষীত অতি শীঘ্ৰে হ’ব খালী হৈ থকা পদত নিযুক্তি

অৰুণাচল প্ৰদেশত চীনা গাঁও স্থাপন; সদৌ অৰুণাচল ছাত্ৰ সন্থাৰ চীনৰ বিৰুদ্ধে প্ৰতিবাদ

অৰুণাচল প্ৰদেশত চীনা গাঁও স্থাপন; সদৌ অৰুণাচল ছাত্ৰ সন্থাৰ চীনৰ বিৰুদ্ধে প্ৰতিবাদ

Ajmal VS muminul

ৰং সলাইছে নেতাই! বদৰুদ্দিন আজমল এজন সাম্প্ৰদায়িক মানুহ :মুমিনুল আৱাল

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd