• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, April 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

ঘৰুৱা অশান্তি : স্বামীয়ে কাটি দুচেও কৰিলে নিদ্ৰাৰত পত্নীৰ হাতৰ আঙুলি, ক’ত?

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , March 27, 2021 9:55 am

1 min read

ঘৰুৱা অশান্তি : স্বামীয়ে কাটি দুচেও কৰিলে নিদ্ৰাৰত পত্নীৰ হাতৰ আঙুলি, ক’ত?
316
VIEWS
Share on FacebookShare on Twitter

পত্নীৰ ওপৰত চলোৱা চৰম অত্যাচাৰৰ বাবে শিৰোনামাত আহিছে মধ্যপ্ৰদেশৰ এজন লোক।

ৰাজ্যখনৰ বেতুল জিলাৰ চিচলী গাঁৱত বৃহস্পতিবাৰে ৰাতিপুৱা এজন লোকে নিজৰ পত্নীৰ এখন হাতৰ বুঢ়া আঙুলি আৰু আনখন হাতৰ তিনিটাকৈ আঙুলি কাটি পেলায়।

লোকজনৰ নাম ৰাজু বানস্কাৰ নামেৰে জনা গৈছে।

আৰক্ষীয়ে জনোৱামতে, লোকজনে বিভিন্ন ঘৰুৱা বিষয়ত পত্নীৰ স’তে সঘনে কাজিয়াত লিপ্ত হয়।

আৰক্ষীয়ে জনায় যে বৃহস্পতিবাৰে পুৱা পত্নী নিদ্ৰাৰত অৱস্থাতে ৰাজুৱে তাইৰ আঙুলিকেইটা কুঠাৰেৰে কাটি পেলায়।

ইয়াৰ পাছতে ৰাজুৰ পত্নীক ভূপালৰ হামিদিয়া হস্পিতাললৈ লৈ যোৱা হয়।

স্থানীয় আৰক্ষীয়ে ৰাজুক আটক কৰে।

উল্লেখযোগ্য যে ইয়াৰ পূৰ্বেও অনুৰূপ এটা ঘটনাই মধ্যপ্ৰদেশ জোকাৰি গৈছিল।

ৰাজ্যখনৰ সাগৰ জিলাত ২২ মাৰ্চ তাৰিখে এজন লোকে তেওঁৰ পত্নীৰ হাত দুখন কাটি জংঘলত এৰি থৈ আহিছিল।

ৰাজ্যখনৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে এই অপৰাধসমূহপ প্ৰতি খেদ প্ৰকাশ কৰি কয় যে কঠোৰ আইনৰ দ্বাৰা এইসমূহ বাধা দিব পৰা যাব।

Recent News

Golaghat vaccine crisis

কাণসাৰ নাই স্বাস্থ্য বিভাগৰ! গোলাঘাটত ক’ভিড ভেকচিনৰ নাটনিয়ে বিমুখ কৰিছে ৰাইজক

pakistan-blast

লক্ষ্য চীনৰ ৰাষ্ট্ৰদূত! পাকিস্তানৰ বিলাসী হোটেলত বোমা বিস্ফোৰণত কমেও ৪ জন লোক নিহত

Covid death from Bokakhat

কৰ’না আক্ৰান্ত হৈ আহমেদাবাদত মৃত্যু বোকাখাতৰ ব্যক্তিৰ; দুৰ্ভগীয়া পৰিয়ালটোত হাহাকাৰ

660x330-dead-body-management

কৰ’নাত বিপৰ্যস্ত দেশ! যোৱা ২৪ ঘন্টাত আক্ৰান্ত ৩ লাখ ১৪ হাজাৰ; ২হাজাৰ ১০৪ জনৰ মৃত্যু

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd