• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

উৰিবলৈ লোৱাৰ সময়তে বিমানৰ পাংখাত উঠিল এজন যুৱক, তাৰপিছত কি হ’ল চাওঁক ভিডিঅ’…

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , December 19, 2020 1:50 pm

2 min read

a plane
5.5k
VIEWS
Share on FacebookShare on Twitter

বিমান খন উৰিবলৈ সাজু হৈছিলহে মাত্ৰ।

ককপিটত বহি পাইলটে ইঞ্জিন ষ্টাৰ্ট দিয়াৰ লগে লগে ঘটিল এক অঘটন।

বিমানৰ জৰুৰীকালিন খিৰিকী খুলি বিমান খনৰ পাংখাৰ ওপৰেৰে খোজ কাঢ়িবলৈ আৰম্ভ কৰিলে এজন যুৱকে।

লাছ ভেগাছৰ পৰা পোৰ্টলেণ্ডলৈ যাত্ৰা কৰিবলৈ ওলোৱা বিমান খন ভাগ্যে সেই সময়ত উৰা  মৰা নাছিল।

বিমানৰ পাংখাৰ এপৰত যুৱক জনে খোজ কাঢ়ি থকা দেখি বিমান বন্দৰৰ নিৰাপত্তা কৰ্মী সকলৰ মাজত হাহাকাৰ লাগিল।

নিৰাপত্তা কৰ্মীসকলে যুৱক জনক বিমানৰ পাংখাৰ পৰা নামি আহিবলৈ বাৰম্বাৰ অনুৰোধ জনালে যদিও যুৱকজনে সেই অনুৰোধলৈ কোনো গুৰুত্বই নিদিলে।

ইয়াৰ বিপৰীতে যুৱক জনে  পাংখাৰ আৰু ওপৰলৈ উঠি যোৱাৰহে চেষ্টা কৰিলে।যুৱক জনে নিজৰ জোতা খুলি বিমানৰ পাংখাৰ বহু ওপৰলৈ উঠি যাবলৈ চেষ্টা চলালে যদিও সফল নহ’ল।

Appeared to be an interesting day at McCarran today. pic.twitter.com/M7vv3Gh6oT #vegas

— Mick Akers (@mickakers) December 13, 2020

এইবাৰ বিমান বন্দৰৰ নিৰাপত্তা কৰ্মীয়ে পাংখাৰ ওপৰলৈ উঠি গৈ যুৱক জনক কৰায়ত্ব কৰিবলৈ চেষ্টা চলোৱাত যুৱকজনে ভয় খালে আৰু পিছলি পাংখাৰ তললৈ সৰি পৰিল।

লগে লগে যুৱক জনক নিৰাপত্তা কৰ্মীয়ে কৰায়ত্ব কৰিলে। মাটিত পৰি যোৱা যুৱক জনক লগে লগে চিকিৎসালয়লৈ নিয়া হয়।

ইতিমধ্যে তেওঁক গ্ৰেপ্তাৰো কৰা হৈছে। যুৱক জনে কি কাৰণ ত বিমানৰ পাংখাৰ ওপৰলৈ উঠিছিল সেয়া জানিব পৰা হোৱা নাই

Recent News

Deadbody

শিৱসাগৰত চাঞ্চল্য: প্ৰধানমন্ত্ৰীৰ সভাস্থলীৰ কাষতে উদ্ধাৰ চিকিৎসকৰ মৃতদেহ

Modi-28

জেৰেঙাত মোদীৰ ভাষণৰ পৰা বাহিৰ হ’ল অসম চুক্তি, জনজাতিকৰণকে ধৰি বহুকেইটা প্ৰসংগ

IMG-20210123-WA0002

বৰপেটাত ৫০৩ জনৰ মাজত মাটিৰ পট্টা বিতৰণ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd