• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, April 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ধৈৰ্যৰো সীমা থাকে! ১৭ বছৰত ১৯২বাৰ বহিল পৰীক্ষাত, তথাপি নাপালে ড্ৰাইভিং লাইচেন্স

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , March 18, 2021 12:28 pm

1 min read

WhatsApp Image 2021-03-18 at 12.07.27 PM

প্ৰতিনিধিত্বমূলক ফটো।

595
VIEWS
Share on FacebookShare on Twitter

ড্ৰাইভিং লাইচেন্সৰ বাবে পৰীক্ষা দি কিমানবাৰ ব্যৰ্থ হ’ব পাৰে কোনো এজন ব্যক্তি সেয়া অনুমান কৰিব পাৰেনে?

সাধাৰণতে এবাৰ, দুবাৰত নহ’লে কোনোৱে হয়তো তিনিবাৰ ড্ৰাইভিং লাইচেন্সৰ পৰীক্ষাত বহিব লগা হ’ব পাৰে।

কিন্তু এজন ব্যক্তিয়ে ড্ৰাইভিং লাইচেন্স লাভৰ বাবে ১৭ বছৰ ধৰি কেবল পৰীক্ষা দিয়েই আহিছে। এই ১৭ বছৰত মুঠ ১৯২বাৰ পৰীক্ষাত বহিও ড্ৰাইভিং লাইচেন্স লাভ কৰিবলৈ সক্ষম নহ’ল তেওঁ।

শুনিবলৈ আচৰিত যেন লাগিলেও পোলেণ্ডৰ এই ব্যক্তিজনে এনেদৰেই এক অভিলেখ গঢ়িলে।

বাতৰি অনুসৰি, পোলেণ্ডৰ পিঅ’ত্ৰকোউ ট্ৰিবুনালস্কিৰ বাসিন্দা ৫০ বছৰীয়া এই ব্যক্তিজনে যোৱা ১৭ বছৰ ধৰি ড্ৰাইভিং লাইচেন্সৰ পৰীক্ষা দি আহিছে।

কিন্তু ১৯২বাৰকৈ পৰীক্ষাত বহিও তেওঁ উত্তীৰ্ণ হ’ব নোৱাৰিলে। এতিয়ালৈকে ইয়াৰ বাবে ব্যক্তিজনে ভাৰতীয় মুদ্ৰাত প্ৰায় ১ লাখ ৩০হাজাৰ টকা খৰচ কৰিবলগীয়া হৈছে।

পোলেণ্ডত ড্ৰাইভিং লাইচেন্সৰ বাবে দুটা পৰ্যায়ত পৰীক্ষাত বহিব লগা হয়। ইয়াৰে এটা থিঅ’ৰি আৰু আনটো প্ৰেক্টিকেল। দেশখনত থিঅ’ৰি পৰীক্ষাত ৫০ ৰ পৰা ৬০ শতাংশ ব্যক্তি উত্তীৰ্ণ হয় যদিও প্ৰেক্টিকেল পৰীক্ষাত মাত্ৰ ৪০ শতাংশ ব্যক্তিয়েহে উত্তীৰ্ণ হ’ব পাৰে।

Recent News

Biswanath

বিশ্বনাথত ভয়ংকৰ পথ দুৰ্ঘটনা : মহিলাসহ ৮ যাত্ৰী গুৰুতৰভাৱে আহত

index.jpgm

কৰোনাতংকৰ মাজতে বিজেপিৰ ৰোডশ্ব’ত হঠাতে অসুস্থ হৈ পৰিল মিঠুন চক্ৰৱৰ্তী; চিকিৎসালয়ত ভৰ্তি

Eyg727-VoAACecL-750x375

অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বৰ্ষীয়ান ৰাজনীতিক ডাঃ ভূমিধৰ বৰ্মনৰ পৰলোকপ্ৰাপ্তি

COVID19-image-credit-Odishatv-750x375

চৰকাৰৰ শিথিলতাই পুনৰ কোভিড সংক্ৰমণৰ মূল কাৰণ; চিপিআই (এম)

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd