• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মহিলাৰ অসহায় অৱস্থাৰ সুযোগ লৈ অশ্লীল ভিডিঅ’ প’ষ্ট; গ্ৰেপ্তাৰ হ’ল যুৱক

এন ই নাও নিউজ by এন ই নাও নিউজ
November 1, 2020 11:28 am
WhatsApp Image 2020-11-01 at 10.59.30 AM

প্ৰতিনিধিত্বমূলক ফটো।

12.5k
VIEWS
Share on FacebookShare on Twitter

পুনৰ চাইবাৰ অপৰাধৰ বলি মহিলা। আৰু সেই একেই ধৰণে চিনাকি মুখৰ ঘৃণিত কাম। প’ৰ্ণ ছবিৰ ছাইটত মহিলাৰ অশ্লীল ভিডিঅ’ প’ষ্ট কৰি ধন উপাৰ্জন কৰা মিলিন্দ জাদে নামৰ লম্পট যুৱকক গ্ৰেপ্তাৰ কৰিলে আৰক্ষীয়ে।

বাতৰি অনুসৰি, মুম্বাইৰ পালঘৰৰ ক্ৰাইম ব্ৰাঞ্চ শাখাই অভিযুক্ত যুৱকক গ্ৰেপ্তাৰ কৰিছে।

বাতৰি অনুসৰি, অভিযুক্ত যুৱকজনে একাধিক মহিলাৰ সৈতে শাৰীৰিক সম্পৰ্ক স্থাপন কৰি তেওঁলোকৰ ভিডিঅ’ প’ৰ্ণ ছাইটত আপলোড কৰিছিল।

নিজৰেই এগৰাকী বান্ধৱীক প্ৰথমতে টাৰ্গেট কৰি লৈছিল এই লম্পট যুৱকজনে। বান্ধৱীৰ সৈতে শাৰীৰিক সম্পৰ্ক স্থাপন কৰি তাৰ ভিডিঅ’ প’ৰ্ণ ছাইটত আপলোড কৰিছিল যুৱকজনে।

ইয়াৰ বিনিময়ত তেওঁ লাভ কৰিছিল শকত পৰিমানৰ ধন।

সেইদৰে একাধিক মহিলাৰ অসহায় অৱস্থাৰ সুযোগ গ্ৰহণ কৰি এইদৰে এনে নিকৃষ্ট উপায়েৰে ধন উপাৰ্জন কৰিছিল মিলিন্দ জাদে নামৰ লম্পট যুৱকজনে।

আনহাতে, বিক্ৰমগড়ৰ এগৰাকী যুৱতীক একেদৰে জালত পেলোৱাৰ চেষ্টা চলাওতে যুৱতীগৰাকীয়ে তেওঁৰ অভিপ্ৰায় ধৰা পেলায়। তেওঁ গোটেই বিষয়টো আৰক্ষীক অৱগত কৰে।

ইয়াৰ পাছতে বিক্ৰমগড়ৰে আন এগৰাকী মহিলায়ো লম্পট যুৱকজনৰ বিৰুদ্ধে আৰক্ষীক অনুৰূপ অভিযোগ দিয়ে।

আৰক্ষীয়ে পৰিকল্পিত অভিযান চলাই অৱশেষত যুৱকজনক গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে জানিবলৈ দিয়া মতে, যুৱকজনে আৰক্ষীৰ চকুত ধূলি দি কেইবাদিনো পলাই সাৰিবলৈ সক্ষম হৈছিল।

আৰক্ষীয়ে লম্পট যুৱকজনৰ বিৰুদ্ধে কেইবাটাও ধাৰাত গোচৰ ৰুজু কৰি জেৰা অব্যাহত ৰাখিছে।

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd