• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পত্নীক হত্যাৰ অপৰাধত কাৰাবাস খাটিছিল স্বামীয়ে; হঠাৎ পৰপুৰুষৰ সৈতে দেখা গ’ল ‘মৃতা’ক, তাৰপিছত…

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 5, 2025 12:40 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পত্নীক হত্যা কৰাৰ অপৰাধত কাৰাবাস খাটিছিল। হঠাৎ তেওঁ গম পালে যে তেওঁৰ পত্নী জীয়াই আছে আৰু আন এজন পুৰুষৰ লগত থাকে। এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে কৰ্ণাটকৰ মহীচুৰুত। এই ঘটনা পোহৰলৈ অহাৰ পিছতে সকলো স্তম্ভিত হৈ পৰিল কিন্তু আচলতে এইটো কেনেকৈ ঘটিল? জীৱিত মানুহক হত্যা কৰাৰ অপৰাধত কিয় জেললৈ যাবলগীয়া হ’ল মহীচুৰুৰ লোকজন?

মহীচুৰুৰ কুশলনগৰ অঞ্চলৰ বাসিন্দা সুৰেশে আৰক্ষীৰ সৰু ভুলৰ বাবে এনে মূল্য ভৰিবলগীয়া হৈছিল। ২০২০ চনৰ ডিচেম্বৰৰ পৰা পত্নী মাল্লিগে নিৰুদ্দেশ হৈ আছিল। সুৰেশে নিৰুদ্দেশ হোৱা ব্যক্তিৰ ডায়েৰীও থানাত দাখিল কৰে।

Apply Now

কেইবামাহো অনুসন্ধানৰ অন্তত বেট্টদ্ৰপুৰা অঞ্চলৰ পৰা উদ্ধাৰ হয় এটা কংকাল। কোনো ধৰণৰ ডি এন এ টেষ্ট নকৰাকৈ আৰক্ষীয়ে কংকালটো সুৰেশৰ নিৰুদ্দেশ হোৱা পত্নীৰ বুলি চিনাক্ত কৰে।

ইয়াৰ পিছতে সুৰেশক পত্নীক হত্যা কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হয়। তেওঁৰ নামত চাৰ্জশ্বীটো দাখিল কৰা হয়। এবছৰমান জেলত থাকে সুৰেশ।

এই গোচৰটোৱে ১ এপ্ৰিলত নাটকীয় ৰূপ ধাৰণ কৰে। সুৰেশৰ এজন বন্ধুৱে স্থানীয় হোটেল এখনত মাল্লিগেক দেখিছিল। সুৰেশৰ ‘মৃত’ পত্নীয়ে আন এজন পুৰুষৰ লগত বহি খাই আছিল। তেওঁক দেখা বন্ধুজনৰ নামো চাৰ্জ শ্বীটত উল্লেখ কৰা হৈছিল। লগে লগে তেওঁ আদালতত ঘটনাৰ খবৰ দিয়ে।

অৱশেষত মাল্লিগেই আদালতত স্বীকাৰ কৰে যে তেওঁ স্বামীক এৰি আন এজন পুৰুষক বিয়া কৰাইছে। সুৰেশহঁতৰ ঘৰৰ পৰা ২৫-৩০ কিলোমিটাৰ নিলগত শেট্টীহল্লী নামৰ গাঁৱত থাকে। ঘৰৰ পৰা পলায়ন কৰিবলৈ তেওঁ নিজৰ নিৰুদ্দেশৰ ভুৱা কাহিনী সজাইছিল।

পিছত উদ্ধাৰ হোৱা কংকালটোৰ ডি এন এ পৰীক্ষাত দেখা যায় যে ই মাল্লিগেৰ লগত মিল নাছিল। কিন্তু সেই সময়ত আৰক্ষীয়ে কংকালটোৰ ডি এন এ পৰীক্ষা নকৰাকৈ কিয় সেই সময়ত মাল্লিগেৰ বুলি ঘোষণা কৰিছিল? কিয় হত্যাৰ অভিযোগত সুৰেশৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰা হ’ল? কি প্ৰমাণৰ ভিত্তিত সুৰেশক গ্ৰেপ্তাৰ কৰা হৈছিল সেই কথা স্পষ্ট কৰিবলৈ কৈছে আদালতে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

তামিলনাডু চৰকাৰৰ অভিলাষী পদক্ষেপ: ২ অক্টোবৰৰ পৰা ৮৪ লাখৰো অধিক মহিলাৰ বাবে বিনামূলীয়া বাছ সেৱা

তামিলনাডু চৰকাৰৰ অভিলাষী পদক্ষেপ: ২ অক্টোবৰৰ পৰা ৮৪ লাখৰো অধিক মহিলাৰ বাবে বিনামূলীয়া বাছ সেৱা

September 21, 2026 9:43 pm
ছাত্ৰ প্ৰতিবাদত সেও মানিলে আইআইটি বোম্বায়ে! তীব্ৰ প্ৰতিবাদৰ পাছত পূৰ্বৰ মন্তব্যক লৈ ক্ষমা বিচাৰিলে কৰ্তৃপক্ষই

ছাত্ৰ প্ৰতিবাদত সেও মানিলে আইআইটি বোম্বায়ে! তীব্ৰ প্ৰতিবাদৰ পাছত পূৰ্বৰ মন্তব্যক লৈ ক্ষমা বিচাৰিলে কৰ্তৃপক্ষই

September 21, 2026 9:29 pm
‘এল কে আদৱানীৰ নামেই যদি নাথাকে, তেন্তে কাৰ নাম থাকিব?’—এছ আই আৰক লৈ আখিল গগৈৰ প্ৰশ্ন

‘এল কে আদৱানীৰ নামেই যদি নাথাকে, তেন্তে কাৰ নাম থাকিব?’—এছ আই আৰক লৈ আখিল গগৈৰ প্ৰশ্ন

September 21, 2026 9:16 pm
চামগুৰিত কংগ্ৰেছৰ কনভয় আৰু সাংবাদিকৰ ওপৰত গুণ্ডাবাহিনীৰ আক্ৰমণক লৈ ৰাজীৱ ভৱনত প্ৰদেশ কংগ্ৰেছৰ সংবাদমেল

চামগুৰিত কংগ্ৰেছৰ কনভয় আৰু সাংবাদিকৰ ওপৰত গুণ্ডাবাহিনীৰ আক্ৰমণক লৈ ৰাজীৱ ভৱনত প্ৰদেশ কংগ্ৰেছৰ সংবাদমেল

September 21, 2026 8:20 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

তামিলনাডু চৰকাৰৰ অভিলাষী পদক্ষেপ: ২ অক্টোবৰৰ পৰা ৮৪ লাখৰো অধিক মহিলাৰ বাবে বিনামূলীয়া বাছ সেৱা

তামিলনাডু চৰকাৰৰ অভিলাষী পদক্ষেপ: ২ অক্টোবৰৰ পৰা ৮৪ লাখৰো অধিক মহিলাৰ বাবে বিনামূলীয়া বাছ সেৱা

September 21, 2026 9:43 pm
ছাত্ৰ প্ৰতিবাদত সেও মানিলে আইআইটি বোম্বায়ে! তীব্ৰ প্ৰতিবাদৰ পাছত পূৰ্বৰ মন্তব্যক লৈ ক্ষমা বিচাৰিলে কৰ্তৃপক্ষই

ছাত্ৰ প্ৰতিবাদত সেও মানিলে আইআইটি বোম্বায়ে! তীব্ৰ প্ৰতিবাদৰ পাছত পূৰ্বৰ মন্তব্যক লৈ ক্ষমা বিচাৰিলে কৰ্তৃপক্ষই

September 21, 2026 9:29 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd