• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

Father rape his own daughter : অন্য জাতিৰ যুৱকৰ সৈতে বিয়াত বহাই হ’ল কাল! নিজ পিতৃয়ে ধৰ্ষণ কৰি হত্যা কৰিলে জীক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 17, 2021 10:31 am
Man rapes daughter for marrying outside caste
5.1k
VIEWS
Share on FacebookShare on Twitter

জাতি-বৰ্ণৰ কৰাল গ্ৰাসৰ পৰা এতিয়াও মুক্ত হ’ব পৰা নাই দেশ। জাতি বৈষম্যই কেনে নৃশংস ৰূপ ল’ব পাৰে সেয়া কাৰো অবিদিত নহয়। এনে এক নৃশংস কাণ্ড পোহৰলৈ অহাৰ পিছত চাঞ্চল্যৰ সৃষ্টি কৰিছে মধ্য প্ৰদেশত।

মধ্য প্ৰদেশৰ ভূপাল জিলাৰ ৰতিবাদত এজন ৫৫ বছৰীয়া ব্যক্তিয়ে অন্য জাতিৰ যুৱকৰ সৈতে প্ৰেম আৰু বিয়াত বহাৰ বাবেই তেওঁৰ জীয়েকক ধৰ্ষণ কৰি হত্যা কৰাৰ অভিযোগ উত্থাপিত হৈছে।

ৰতিবাদ ষ্টেচন হাউচ অফিচাৰ সুদেশ তিৱাৰীয়ে জনোৱা অনুসৰি কিছুদিন পূৰ্বে ভূপালৰ সমাচগড় বনাঞ্চলত এগৰাকী মহিলা আৰু এজন শিশুৰ ক্ষত-বিক্ষত মৃতদেহ উদ্ধাৰ হৈছিল। যেতিয়া আৰক্ষীয়ে বিষয়টো অনুসন্ধান আৰম্ভ কৰিছিল, মৃতদেহটো চেহোৰ জিলাৰ বিলকিচগঞ্জৰ এগৰাকী মহিলা হিচাপে চিনাক্ত কৰা হৈছিল।

আৰক্ষীয়ে মহিলাগৰাকীৰ পৰিয়ালক জেৰা কৰাৰ পিছত জানিব পাৰিলে যে মৃত মহিলাগৰাকী অন্য জাতিৰ যুৱকৰ সৈতে বিবাহ পাশত আৱদ্ধ হোৱাৰ পিছত পৰিয়ালটো অসন্তুষ্ট হৈছিল।

পৰিয়ালটোৱে প্ৰথমে মহিলা গৰাকী আৰু তেওঁৰ সন্তান ৰোগাক্ৰান্ত হৈ মৃত্যু বৰণ কৰে আৰু মহিলাগৰাকীৰ পিতৃয়ে অন্তিম সংস্কাৰৰ বাবে মৃতদেহ দুটা অৰণ্যলৈ লৈ গৈছিল বুলি উল্লেখ কৰিছিল।

কিন্তু সন্দেহবশত: আৰক্ষীয়ে পৰিয়ালটোক অধিক সোধা-পোছা কৰাৰ পিছত দেউতাকে অপৰাধ স্বীকাৰ কৰিছিল।

সুদেশ তিৱাৰীৰ মতে, দেউতাকে জেৰাৰ সময়ত কৈছিল যে পৰিয়ালটোক সমাজে মহিলাগৰাকীৰ প্ৰেম বিবাহক লৈ তাচ্ছিল্য কৰিছিল। বিয়াৰ পিছত তেওঁ মাক দেউতাকৰ ঘৰলৈ অহা নাছিল।বিবাহক লৈ দেউতাক আৰু জীয়েকৰ মাজত তৰ্ক হৈছিল।

বিগত দেৱালীত মহিলা গৰাকী নিজৰ ডাঙৰ ভগ্নীৰ ঘৰলৈ গৈছিল। দুৰ্ভাগ্যবশতঃ তেওঁৰ সন্তানটি ৰোগত আক্ৰান্ত হৈ তাতে মৃত্যুবৰণ কৰিছিল।

এই খবৰ পোৱাৰ পিছত মহিলা গৰাকীৰ দেউতাক ৰতিবাদত উপস্থিত হয়। জীয়েকৰ সৈতে হোৱা বাদানুবাদৰ পিছত নিজ পিতৃয়েই মহিলা গৰাকীক ধৰ্ষণ কৰে আৰু হত্যা কৰে।

আৰক্ষীৰ ওচৰত ইতিমধ্যে অভিযুক্ত দেউতাকে নিজৰ অপৰাধ স্বীকাৰ কৰিছে আৰু ভাৰতীয় দণ্ডবিধিৰ ৩০২ আৰু ৩৭৬ ধাৰাৰ অধীনত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

Recent News

গৰুখুঁটি প্রকল্প আৰু চৰকাৰী ৰাজ সাহায্যৰ নামত অসমত মন্ত্রী-বিধায়কৰ পৰিয়ালৰ চলিছে এক বিশাল চিণ্ডিকেট : ৰাইজৰ দল

গৰুখুঁটি প্রকল্প আৰু চৰকাৰী ৰাজ সাহায্যৰ নামত অসমত মন্ত্রী-বিধায়কৰ পৰিয়ালৰ চলিছে এক বিশাল চিণ্ডিকেট : ৰাইজৰ দল

নিৰপেক্ষ ব্যক্তিৰে গৰুখুঁটি প্ৰকল্পৰ এটা ন্যায়িক তদন্ত কৰিবলৈ চৰকাৰৰ সাহস হ’বনে?

নিৰপেক্ষ ব্যক্তিৰে গৰুখুঁটি প্ৰকল্পৰ এটা ন্যায়িক তদন্ত কৰিবলৈ চৰকাৰৰ সাহস হ’বনে?

অনলাইন জনহিতকৰ পৰ্টেল ‘ASSAM JUSTICE’ মুকলি কংগ্ৰেছৰ : চৰকাৰৰ ব্যৰ্থতাক উদঘাটন কৰাৰ পদক্ষেপ

অনলাইন জনহিতকৰ পৰ্টেল ‘ASSAM JUSTICE’ মুকলি কংগ্ৰেছৰ : চৰকাৰৰ ব্যৰ্থতাক উদঘাটন কৰাৰ পদক্ষেপ

ছাত্ৰ বৃত্তি কেলেংকাৰিৰ চিবিআই,নিয়াৰ তদন্তৰ দাবী ৰাষ্ট্ৰীয় ছাত্ৰ সন্থা অসম শাখাৰ

ছাত্ৰ বৃত্তি কেলেংকাৰিৰ চিবিআই,নিয়াৰ তদন্তৰ দাবী ৰাষ্ট্ৰীয় ছাত্ৰ সন্থা অসম শাখাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd