• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আমোদজনক খবৰ! সম্পূৰ্ণ অক্ষত ৰূপত উদ্ধাৰ হ’ল এবছৰ পূৰ্বে পানীত পৰা এটা মোবাইল ফোন

এন ই নাও নিউজ by এন ই নাও নিউজ
April 9, 2021 3:43 pm
510
VIEWS
Share on FacebookShare on Twitter

টাইৱানক ভয়ংকৰভাৱে খৰাঙে দেখা গৈছে।

দেশখনৰ বহুকেইটা মনোমোহা হ্ৰদ আৰু নদীৰ পানী খৰাঙৰ ফলত শুকাই পৰিছে।

৫৬ বছৰৰ মূৰত দ্বীপৰাষ্ট্ৰখনত এই খৰাং পৰিস্থিতিৰ সৃষ্টি হৈছে।

কিন্তু খৰাঙে জলবায়ুলৈ ভাবুকি কঢ়িয়াই অনাৰ বিপৰীতে এজন লোক সৌভাগ্যশালী ৰূপে বিবেচিত হৈছে।

চেন (Chen) উপাধিৰ লোকজনে কয় যে ছান মুন ( Sun Moon Lak) নামৰ হ্ৰদটোত এবছৰ পূৰ্বে পানীত পৰা তেওঁৰ মোবাইল ফোনটো পুনৰ উদ্ধাৰ হৈছে।

হ্ৰদটোৰ পানী শুকাই যোৱাৰ ফলত এজন শ্ৰমিকে ‘আইফোন ১১ প্ৰ মেক্স’ ফোনটো বোকাৰ মাজত উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

চেনে কয় যে বাতৰিটো পাই তেওঁ আনন্দত শুবই পৰা নাছিল, তদুপৰি ৱাটাৰপ্ৰুফ কভাৰ থকা বাবে ফোনটো অক্ষত অৱস্থাত থকা বুলিও তেওঁ জনায়।

উল্লেখযোগ্য যে দ্বীপৰাষ্ট্ৰখনৰ পানী শুকাই যোৱাৰ বাবে জনসাধাৰণে পানীৰ অভাৱত ভুগিছে।

দুৰ্যোগৰ সময়ছোৱাতে এই বাতৰিয়ে আমোদৰ সৃষ্টি কৰিছে।

ফোনটো উদ্ধাৰ হোৱা চান মুন হ্ৰদটো ৫০-৬০ বছৰৰ পাছত প্ৰথমবাৰৰ বাবে শুকাই পৰিছে।

হ্ৰদটোৰ এটা পাৰত উদ্ভিদে পোখা মেলিব ধৰিছে।

যোৱা বৰ্ষত দ্বীপৰাষ্ট্ৰখনত ঘূৰ্ণীবতাহ নোহোৱাৰ বাবে এই খৰাঙে দেখা দিছে।

ঘূৰ্ণীবতাহে দ্বীপৰাষ্ট্ৰখনত প্ৰচুৰ পৰিমাণৰ বৰষুণ কঢ়িয়াই আনে।

খৰাঙৰ ফলত দ্বীপৰাষ্ট্ৰখন অৰ্থনৈতিকভাৱেও প্ৰত্যাহ্বানৰ সম্মুখিন হৈছে।

Recent News

গৰুখুঁটি প্রকল্প আৰু চৰকাৰী ৰাজ সাহায্যৰ নামত অসমত মন্ত্রী-বিধায়কৰ পৰিয়ালৰ চলিছে এক বিশাল চিণ্ডিকেট : ৰাইজৰ দল

গৰুখুঁটি প্রকল্প আৰু চৰকাৰী ৰাজ সাহায্যৰ নামত অসমত মন্ত্রী-বিধায়কৰ পৰিয়ালৰ চলিছে এক বিশাল চিণ্ডিকেট : ৰাইজৰ দল

নিৰপেক্ষ ব্যক্তিৰে গৰুখুঁটি প্ৰকল্পৰ এটা ন্যায়িক তদন্ত কৰিবলৈ চৰকাৰৰ সাহস হ’বনে?

নিৰপেক্ষ ব্যক্তিৰে গৰুখুঁটি প্ৰকল্পৰ এটা ন্যায়িক তদন্ত কৰিবলৈ চৰকাৰৰ সাহস হ’বনে?

অনলাইন জনহিতকৰ পৰ্টেল ‘ASSAM JUSTICE’ মুকলি কংগ্ৰেছৰ : চৰকাৰৰ ব্যৰ্থতাক উদঘাটন কৰাৰ পদক্ষেপ

অনলাইন জনহিতকৰ পৰ্টেল ‘ASSAM JUSTICE’ মুকলি কংগ্ৰেছৰ : চৰকাৰৰ ব্যৰ্থতাক উদঘাটন কৰাৰ পদক্ষেপ

ছাত্ৰ বৃত্তি কেলেংকাৰিৰ চিবিআই,নিয়াৰ তদন্তৰ দাবী ৰাষ্ট্ৰীয় ছাত্ৰ সন্থা অসম শাখাৰ

ছাত্ৰ বৃত্তি কেলেংকাৰিৰ চিবিআই,নিয়াৰ তদন্তৰ দাবী ৰাষ্ট্ৰীয় ছাত্ৰ সন্থা অসম শাখাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd