• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

“জয় শ্ৰী ৰাম” ধ্বনি উচ্চাৰণেৰে বিবাহত গুলীচালনা আততায়ীৰ, এজনৰ মৃত্যু

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 14, 2021 1:24 pm
Man Shot Dead At Madhya Pradesh Wedding
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

জয় শ্ৰী ৰাম ধ্বনি এতিয়া ভক্তিৰসৰ আধাৰ নহয়, গোঢ়া হিন্দুত্ববাদীৰ কৃপাত জয় শ্ৰী ৰাম ধ্বনিয়ে এতিয়া অন্যায় – অপৰাধৰ মাগদৰ্শনত পৰিণত হৈছে।

জাতিৰ পিতা মহাত্মা গান্ধীয়ে মৃত্যুৰ সময়ত ‘হে ৰাম’ উচ্চাৰণ কৰি শেষ নিশ্বাস ত্যাগ কৰিছিল বুলি কথিত আছে। অথচ সেই ৰাম নাম উচ্চাৰণ কৰিয়ে গান্ধীৰ উত্তৰসূৰী ভাৰতীয়ই হত্যাকাণ্ড সংঘটিত কৰিবলৈ কুণ্ঠাবোধ নকৰে।

Apply Now

জয় শ্ৰী ৰাম ধ্বনি উচ্চাৰণ কৰি এদল হিন্দুত্ববাদী লোকে কালি এক বিবাহ অনুষ্ঠানত কৰা গুলীবৰ্ষণত এজন লোকৰ মৃত্যু হৈছে। মধ্য প্ৰদেশত সংঘটিত হৈছে এই নিৰ্দয় ঘটনা।

বিবাহ অনুষ্ঠানটো কাৰাগাৰত থকা ‘গডমেন’ ৰামপাল নামৰ এজন ব্যক্তিৰ অনুগামীসকলে আয়োজন কৰিছিল।

স্থানীয় আৰক্ষীৰ এজন জ্যেষ্ঠ বিষয়া অমিত বাৰ্মাই জানিবলৈ দিয়ে যে সশস্ত্ৰ লোকসকলে এনে বিবাহ অবৈধভাৱে আয়োজন কৰা বুলি অভিযোগ কৰি অনুষ্ঠানত আক্ৰমণ কৰিছিল।

ৰামপালৰ অনুগামীসকলে কয় যে তেওঁ ৰামাইনী নামৰ এক পৃথক বিবাহ অনুষ্ঠান অনুসৰণ কৰে। এই অনুষ্ঠানৰ বাবে মাত্ৰ ১৭ মিনিট সময় লাগে। আক্ৰমণকাৰীসকলে অভিযোগ কৰিছে যে এনে বিবাহ হিন্দু ধৰ্মৰ বিৰোধী।

ইণ্টাৰনেটত ভাইৰেল হৈ পৰা আক্ৰমণটোৰ ভিডিঅত দেখা গৈছে যে হাতে হাতে লাঠী কঢ়িয়াই অনা লোকসকলৰ পৰা আতংকিত অতিথি সকল আঁতৰি যাবলৈ চেষ্টা কৰি দৌৰিছে আৰু এনে হুলস্থূলীয়া পৰিৱেশৰ মাজতে পঞ্চায়তৰ প্ৰাক্তন প্ৰধান দেৱতাল মীনাক লক্ষ্য কৰি এজন আততায়ীয়ে গুলীচালনা কৰে। গুলীবিদ্ধ মীনাক ৰাজস্থানৰ কোটাৰ এখন চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও তেওঁৰ মৃত্যু হয়।

ভাইৰেল ভিডিঅ’বোৰত ৰঙা চাৰ্ট আৰু চানগ্লাছ পৰিহিত আক্ৰমণকাৰীজনক বন্দুক দেখুওৱা দেখা গৈছিল। তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে নে নাই সেয়া এতিয়াও জনা হোৱা নাই।অৱশ্যে আৰক্ষীয়ে এই ঘটনাত জড়িত তিনিজন ব্যক্তিক গ্ৰেপ্তাৰ কৰা বুলি জানিবলৈ দিয়ে।

আনহাতে এতিয়ালৈকে চিনাক্ত কৰা ১১ জন ব্যক্তি আৰু আন আন কিছু লোকৰ বিৰুদ্ধে এটা হত্যাৰ গোচৰ ৰুজু কৰা হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিমিষা ঠাকুৰীয়াৰ মৃত্যুৰ তদন্তৰ মাজতে নাটকীয় মোৰ: আৰক্ষীৰ গুলীত আহত অভিযুক্ত আশিক আলী

নিমিষা ঠাকুৰীয়াৰ মৃত্যুৰ তদন্তৰ মাজতে নাটকীয় মোৰ: আৰক্ষীৰ গুলীত আহত অভিযুক্ত আশিক আলী

October 6, 2026 9:51 pm
প্ৰেমজনিত বিবাদৰ ভয়ংকৰ পৰিণতি! দুধনৈত প্ৰেয়সীক এচিড নিক্ষেপ কৰি গ্ৰেপ্তাৰ প্ৰেমিক

প্ৰেমজনিত বিবাদৰ ভয়ংকৰ পৰিণতি! দুধনৈত প্ৰেয়সীক এচিড নিক্ষেপ কৰি গ্ৰেপ্তাৰ প্ৰেমিক

October 6, 2026 8:48 pm
ছাত্ৰ নেত্ৰীৰ পিতৃক আক্ৰমণ কৰি গ্ৰেপ্তাৰ হোৱা স্বতন্ত্ৰ ভৰদ্বাজলৈ জামিন

ছাত্ৰ নেত্ৰীৰ পিতৃক আক্ৰমণ কৰি গ্ৰেপ্তাৰ হোৱা স্বতন্ত্ৰ ভৰদ্বাজলৈ জামিন

October 6, 2026 8:09 pm
ভাৰতত অনুষ্ঠিত হ’ব নেকি ২০৩৬ৰ অলিম্পিক? আয়োজকৰ দৌৰত আছে আন ৬খন দেশ

ভাৰতত অনুষ্ঠিত হ’ব নেকি ২০৩৬ৰ অলিম্পিক? আয়োজকৰ দৌৰত আছে আন ৬খন দেশ

October 6, 2026 7:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিমিষা ঠাকুৰীয়াৰ মৃত্যুৰ তদন্তৰ মাজতে নাটকীয় মোৰ: আৰক্ষীৰ গুলীত আহত অভিযুক্ত আশিক আলী

নিমিষা ঠাকুৰীয়াৰ মৃত্যুৰ তদন্তৰ মাজতে নাটকীয় মোৰ: আৰক্ষীৰ গুলীত আহত অভিযুক্ত আশিক আলী

October 6, 2026 9:51 pm
প্ৰেমজনিত বিবাদৰ ভয়ংকৰ পৰিণতি! দুধনৈত প্ৰেয়সীক এচিড নিক্ষেপ কৰি গ্ৰেপ্তাৰ প্ৰেমিক

প্ৰেমজনিত বিবাদৰ ভয়ংকৰ পৰিণতি! দুধনৈত প্ৰেয়সীক এচিড নিক্ষেপ কৰি গ্ৰেপ্তাৰ প্ৰেমিক

October 6, 2026 8:48 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd