• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পুনৰ ৰোমহৰ্ষক কাণ্ড! লিভ-ইন পাৰ্টনাৰক ধৰ্ষণ কৰি হত্যা, মৃতদেহ ৪০ টুকুৰা কৰিলে যুৱকে!

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
November 28, 2024 9:59 am
প্ৰতিনিধিত্বমূলক ফটো।

প্ৰতিনিধিত্বমূলক ফটো।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশত পুনৰ দিল্লীৰ শ্ৰদ্ধা কাণ্ডৰ ছাঁ। এজন যুৱকে নিজৰ লিভ ইন পাৰ্টনাৰক হত্যা কৰি মৃতদেহ ৪০-৫০ টুকুৰা কৰিলে। কেৱল সেয়াই নহয় হত্যা কৰাৰ আগতে তেওঁক ধৰ্ষণো কৰিছিল। তাৰ পিছত জংঘলত পেলাই দিয়ে।

এই ৰোমহৰ্ষক ঘটনা সংঘটিত হৈছে ঝাৰখণ্ডৰ কুন্তী জিলাত। ইতিমধ্যে অপৰাধ সংঘটিত কৰা সেই যুৱকজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

Apply Now

যোৱা ২৪ নৱেম্বৰত জৰিয়াগড় থানা এলেকাৰ জোৰদাগ গাঁৱৰ সমীপৰ এখন বনাঞ্চলত মৃতদেহৰ কটা অংশ উদ্ধাৰ হৈছিল। এটা কুকুৰে সেইবোৰ খাই থকা দেখা গৈছিল। তাৰ পিছতে আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰে। অৱশেষত নৰেশ ভেংৰা নামৰ ২৫ বছৰীয়া যুৱকক গ্ৰেপ্তাৰ কৰা হয়। তেতিয়া আৰক্ষীয়ে গম পালে যে তেওঁ কমেও ১৪ দিন পূৰ্বে তেওঁৰ লিভ ইন পাৰ্টনাৰক ধৰ্ষণ কৰি হত্যা কৰিছিল আৰু তেওঁৰ শৰীৰ টুকুৰা-টুকুৰ কৰিছিল। এই যুৱকজন পেছাত এজন কচাই।

আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে যে যুৱকজনে নিজৰ লিভ ইন পাৰ্টনাৰক অৱগত নকৰাকৈয়ে আন এগৰাকী মহিলাক বিয়া কৰাইছিল। ইফালে প্ৰেমিকায়ো তেওঁক বিয়া কৰাবলৈ জোৰ দিছিল। বাৰে বাৰে অনুৰোধ কৰাৰ পিছতো তেওঁক নিজৰ ঘৰলৈ লৈ যোৱা নাছিল।

এই কাৰণেই নৰেশে আচলতে তেওঁক হত্যা কৰাৰ পৰিকল্পনা কৰে। নিজৰ ঘৰলৈ নিয়াৰ অজুহাতত জোৰদাগ গাঁৱৰ ওচৰৰ এখন জংঘললৈ লৈ যায়। তাতে ধৰ্ষণ কৰাৰ পিছত প্ৰেমিকাক ডিঙি চেপি হত্যা কৰি দেহটো কমেও ৫০টা টুকুৰা কৰি  কাটি পেলায়।

ঘটনাৰ তদন্তকাৰী বিষয়া অশোক সিঙে কয় যে যুৱকজনে তামিলনাডুৰ এখন মাংসৰ দোকানত কচাই হিচাপে কাম কৰি আছিল। তাতে এগৰাকী মহিলাক বিয়া কৰাইছিল। ইফালে ঝাৰখণ্ডতো তেওঁৰ লিভ ইন পাৰ্টনাৰ আছিল। জেৰাৰ সময়ত যুৱকজনে সমগ্ৰ ঘটনাৰ কথা স্বীকাৰ কৰে। যুৱকজনে হত্যাৰ পূৰ্বে বহু পৰিকল্পনা কৰিছিল বুলিও কয়।

প্ৰথমে যুৱকজনে প্ৰেমিকাক অটোৰে নিজৰ ঘৰৰ ওচৰলৈ লৈ যায় আৰু তেওঁক ৰৈ থাকিবলৈ কয়। তাৰ পাছত তেওঁ নিজৰ ঘৰলৈ গৈ চোকা অস্ত্ৰ লৈ আহে। ইয়াৰ পিছত ওচৰৰ জংঘললৈ নি প্ৰেমিকাৰ মুখখন উৰ্ণাৰ বান্ধি ধৰ্ষণ কৰে, তাৰ পিছত ডিঙি চেপি হত্যা কৰে। শেষত তেওঁৰ শৰীৰটো ৪০-৫০ টুকুৰা কৰি কাটি পেলায়।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নুশুনিলে নেতাৰ কাতৰ অনুৰোধ; বিজেপি ত্যাগ কৰাৰ সিদ্ধান্তত অটল দলৰ ‘মোডী ভক্ত’ মুখপাত্ৰ পুনাৱাল্লা

নুশুনিলে নেতাৰ কাতৰ অনুৰোধ; বিজেপি ত্যাগ কৰাৰ সিদ্ধান্তত অটল দলৰ ‘মোডী ভক্ত’ মুখপাত্ৰ পুনাৱাল্লা

August 17, 2026 12:44 pm
লখিচৰাইৰ অশোকধাম মন্দিৰত ভয়াবহ দুৰ্ঘটনা; পদপিষ্ট হৈ কমেও ৭ জন লোকৰ মৃত্যু, আহত একাধিক

লখিচৰাইৰ অশোকধাম মন্দিৰত ভয়াবহ দুৰ্ঘটনা; পদপিষ্ট হৈ কমেও ৭ জন লোকৰ মৃত্যু, আহত একাধিক

August 17, 2026 11:41 am
ছিণ্ডিকেটৰ বিৰুদ্ধে ৰাজ্যজুৰি অভিযান আৰম্ভ কৰিব অসম কংগ্ৰেছে; কাজিৰঙাৰ ইক’ জ’ন কৰ্তন আৰু ভূমি অধিগ্ৰহণৰ বিৰোধিতা

ছিণ্ডিকেটৰ বিৰুদ্ধে ৰাজ্যজুৰি অভিযান আৰম্ভ কৰিব অসম কংগ্ৰেছে; কাজিৰঙাৰ ইক’ জ’ন কৰ্তন আৰু ভূমি অধিগ্ৰহণৰ বিৰোধিতা

August 17, 2026 10:52 am
প্ৰসিদ্ধ তাৰাপীঠৰ হোটেলত পুৱতি নিশা ভয়ংকৰ অগ্নিকাণ্ড; কমেও ৭ জন তীৰ্থযাত্ৰীৰ মৃত্যু, একাধিক আহত

প্ৰসিদ্ধ তাৰাপীঠৰ হোটেলত পুৱতি নিশা ভয়ংকৰ অগ্নিকাণ্ড; কমেও ৭ জন তীৰ্থযাত্ৰীৰ মৃত্যু, একাধিক আহত

August 17, 2026 9:40 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নুশুনিলে নেতাৰ কাতৰ অনুৰোধ; বিজেপি ত্যাগ কৰাৰ সিদ্ধান্তত অটল দলৰ ‘মোডী ভক্ত’ মুখপাত্ৰ পুনাৱাল্লা

নুশুনিলে নেতাৰ কাতৰ অনুৰোধ; বিজেপি ত্যাগ কৰাৰ সিদ্ধান্তত অটল দলৰ ‘মোডী ভক্ত’ মুখপাত্ৰ পুনাৱাল্লা

August 17, 2026 12:44 pm
লখিচৰাইৰ অশোকধাম মন্দিৰত ভয়াবহ দুৰ্ঘটনা; পদপিষ্ট হৈ কমেও ৭ জন লোকৰ মৃত্যু, আহত একাধিক

লখিচৰাইৰ অশোকধাম মন্দিৰত ভয়াবহ দুৰ্ঘটনা; পদপিষ্ট হৈ কমেও ৭ জন লোকৰ মৃত্যু, আহত একাধিক

August 17, 2026 11:41 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd