• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 20, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বৰপেটাত মৰানদীৰ বুকুত জপিয়াই আত্মহত্যাৰ চেষ্টা এগৰাকী ব্যক্তিৰ; এছ ডি আৰ এফৰ তীব্ৰ উদ্ধাৰ অভিযান

NE NOW NEWS এন ই নাও নিউজ
বৰপেটা , July 8, 2019 10:02 pm

1 min read

Barpeta Story

ঘটনাস্থলীত এছ ডি আৰ এফৰ উদ্ধাৰ অভিযান।

4.5k
VIEWS
Share on FacebookShare on Twitter

বৰপেটা জিলাৰ বৰপেটা চহৰৰ বিলৰতাৰীহাটীৰ পৱিত্ৰ দাস (৩৭) নামৰ এগৰাকী ব্যক্তিয়ে সোমবাৰে ৰাতিপুৱা চহৰৰ মাজেৰে বৈ যোৱা মৰানদীৰ বুদৰুটুপ দলঙৰ ওপৰৰ পৰা জপিয়াই আত্মহত্যাৰ চেষ্টা কৰা ঘটনাই সমগ্ৰ চহৰখনত চাঞ্চল্যৰ সৃষ্টি কৰিছে।

বাতৰি সংগ্ৰহ কৰাৰ সময়লৈ ভৰা নদীত জপিয়াই আত্মহত্যাৰ চেষ্টা কৰা ব্যক্তিগৰাকীক বিচাৰি এছ ডি আৰ এফৰ উদ্ধাৰকাৰী বাহিনীয়ে  অভিযান চলাই যদিও সন্ধান লাভ কৰিবলৈ সক্ষম নহ’ল। মঙলবাৰে ৰাতিপুৱাৰ পৰা পুনৰ এছ ডি আৰ এফ বাহিনীয়ে উদ্ধাৰ অভিযান আৰম্ভ কৰিব।

উল্লেখযোগ্য যে, কি কাৰণত পৱিত্ৰ দাসে আত্মহত্যাৰ দৰে এনে কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিলে সেয়া জানিব পৰা হোৱা নাই। পাৰিবাৰিক কন্দল অথবা ব্যৱসায়িক লোকচানৰ বাবেই দাসে আত্মহত্যাৰ সিদ্ধান্ত গ্ৰহণ কৰিলে বুলি স্থানীয় দুই-চাৰিজন লোকে সন্দেহ প্ৰকাশ কৰিছে।

আনহাতে, আত্মহত্যাৰ চেষ্টা চলাই সন্ধানহীন হৈ থকা দাস দুটি সন্তানৰ পিতৃ বুলি খবৰ লাভ কৰা হৈছে। ৰাতিপুৱা ফুৰিবলৈ যোৱাৰ সময়তে ঘটনাটো সংঘটিত হয় বুলি স্থানীয় সূত্ৰৰ পৰা জানিব পৰা গৈছে।

Recent News

ঘন কুঁৱলীৰ বাবে ইখনৰ পিছত সিখন গাড়ীৰ সংঘৰ্ষ, ১৪ জন লোকৰ মৃত্যু

ঘন কুঁৱলীৰ বাবে ইখনৰ পিছত সিখন গাড়ীৰ সংঘৰ্ষ, ১৪ জন লোকৰ মৃত্যু

nasal-covid-vaccine-1

ভাৰত বায়’টেকৰ নাকেৰে ড্ৰপৰ ৰূপত ল’ব পৰা ভেকচিনৰ পৰীক্ষণত অনুমোদন বিশেষজ্ঞ সমিতিৰ

যোৱা ২৪ ঘণ্টাত ১৩,৮২৩ গৰাকী ক’ৰ’নাত আক্ৰান্ত, ২ লাখৰ তললৈ নামিল সক্ৰিয় ৰোগীৰ সংখ্যা

যোৱা ২৪ ঘণ্টাত ১৩,৮২৩ গৰাকী ক’ৰ’নাত আক্ৰান্ত, ২ লাখৰ তললৈ নামিল সক্ৰিয় ৰোগীৰ সংখ্যা

a pak

ৰিক্সাত উঠি ঘূৰি ফুৰিছে পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানে! ৰহস্য কি? চাওঁক ভিডিঅ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd