• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পথৰুঘাটক ৰাষ্ট্ৰীয় স্মাৰক, মঙলদৈ লৈ ৰে’ল সংযোগৰ দাবী হ’ব সংসদৰ মজিয়াত দিলীপ শইকীয়াৰ প্ৰধান প্ৰশ্ন !

এন ই নাও নিউজ by এন ই নাও নিউজ
June 10, 2019 10:21 pm
Dilip-Saikia

দিলীপ শইকীয়া। উৎস-ইণ্টাৰনেট

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

লোকসভাৰ কাৰ্য্যক্ৰমণিকা অহা ২০ জুনৰ পৰা আৰম্ভ হ’ব। সংসদলৈ প্রথমবাৰৰ বাবে নিৰ্বাচিত হোৱা সাংসদসকলে অধীৰ আগ্ৰহেৰে সংসদৰ কাৰ্য্যক্ৰমণিকা আৰম্ভ হোৱালৈ বাট চাই আছে।

অসমত এইবাৰ যোৰহাটৰ পৰা তপন কুমাৰ গগৈ, তেজপুৰৰ পৰা পল্লৱ লোচন দাস, মঙলদৈৰ পৰা দিলীপ শইকীয়া, গুৱাহাটীৰ পৰা কুইন ওজা, বৰপেটাৰ পৰা আব্দুল খালেক, শিলচৰৰ পৰা ৰাজদ্বীপ ৰয়, কৰিমগঞ্জৰ পৰা কৃপানাথ মাল্লা, স্বায়ত্ত শাসিত পৰিষদৰ হৰেন সিং বে, নগাঁৱৰ পৰা প্ৰদ্যুৎ বৰদলৈ প্ৰথমবাৰলৈ সংসদলৈ জনপ্ৰতিনিধি হিচাপে নিৰ্বাচিত হৈছে।

Apply Now

মঙলদৈ লোকসভা সমষ্টিৰ বিজেপিৰ সাংসদ দিলীপ শইকীয়া সাজু হৈ পৰিছে আগন্তুক সংসদৰ কাৰ্য্যক্ৰমণিকাৰ বাবে। মঙলদৈ সমষ্টি আৰু অসমৰ বহুকেইটা প্ৰশ্নৰে সৈতে তেওঁ লোকসভাৰ মজিয়াত প্ৰথমটো প্ৰশ্ন কৰাৰ বাবে ইচ্ছা প্ৰকাশ কৰে।

সংবাদ মাধ্যমৰ আগত শইকীয়াই মনৰ ভাৱ ব্যক্ত কৰি কয় যে যদিহে লটাৰীত মোৰ নামটো প্ৰথম প্ৰশ্ন কৰ্তা হিচাপে আহে তেন্তে মই নথৈ সুখী হম।

আনহাতে, তেওঁ সংসদৰ শ্ৰেষ্ঠ সাংসদ হিচাপে নিৰ্বাচিত হোৱাৰ বাবে প্ৰথমৰ পৰা চেষ্টা কৰিব বুলিও গুৰুত্বপূৰ্ণ মন্তব্য কৰে। অবশ্যে এইক্ষেত্ৰত অভিজ্ঞতা যথেষ্ট গুৰুত্বপূৰ্ণ হ’ব বুলি তেওঁ মত প্ৰকাশ কৰে।

আনহাতে, সংসদৰ মজিয়াত শইকীয়াই আগন্তুক সময়ত মঙলদৈ লৈ ৰে’ল যোগাযোগ সম্প্ৰসাৰণৰ প্ৰসংগতো প্ৰশ্ন উত্থাপন কৰিব বুলি কয়। লগতে পথৰুঘাটক ৰাষ্ট্ৰীয় স্মাৰক হিচাপে ঘোষণা কৰাৰ ক্ষেত্ৰত কি কি আসোৱাহ আছে সেইখিনি আতৰাই শীঘ্ৰে পথৰুঘাটক ৰাষ্ট্ৰীয় স্মাৰক হিচাপে ঘোষণা কৰাৰ বাবে দাবী উত্থাপন কৰিব বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd