• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মণিপুৰত ৰহিংগিয়া মুছলমানৰ উপস্থিতিক লৈ উদ্বেগ মুখ্য মন্ত্ৰী বীৰেন সিঙৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
August 14, 2019 5:43 pm
N-Biren-Singh-1-570x320

মণিপুৰৰ মুখ্য মন্ত্ৰী এন বীৰেন সিঙৰ ফাইল ফটো

385
VIEWS
Share on FacebookShare on Twitter

মণিপুৰত ৰহিংগিয়া মুছলমান লোকৰ উপস্থিতিৰ বিষয়টোক লৈ উদ্বেগ প্ৰকাশ কৰিছে ৰাজ্যখনৰ মুখ্য মন্ত্ৰী এন বীৰেন সিঙে। মঙলবাৰে ইম্ফলত এখন জনসভাত তেওঁ বিষয়টো উল্লেখ কৰে।

‘ৰাজ্যখনলৈ ৰহিংগিয়াসকলক প্ৰৱেশৰ সুবিধা কৰি দিয়াৰ লগতে তেওঁলোকক আশ্ৰয় দিয়া লোকসকলক বাচি উলিওৱাৰ ব্যৱস্থা কৰিব লাগিব।‘ সিঙে কয়।

মুখ্য মন্ত্ৰী গৰাকীয়ে শেহতীয়াভাৱে ইম্ফল বিমানবন্দৰত গ্ৰেপ্তাৰ কৰা ৬ গৰাকী ৰহিংগিয়াৰ প্ৰসংগটো উত্থাপন কৰি এইদৰে মন্তব্য কৰিছিল।

উল্লেখযোগ্য যে দিল্লীৰ পৰা ইণ্ডিগ’ বিমানেৰে ভুৱা নথি-পত্ৰৰ সৈতে ইম্ফল বিমানবন্দৰত  প্ৰৱেশ কৰা ৬ গৰাকী ৰহিংগিয়া মুছলমান লোকক যোৱা ১০ আগষ্টত মণিপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল।

লগতে পঢ়ক ভুৱা আধাৰ কাৰ্ডৰ সহায়ত ভাৰতত প্ৰৱেশ কৰা ছয়গৰাকী ৰহিংগিয়াক আটক

এন বীৰেন সিঙে লগতে কয়, ‘এইটোৱে ইংগিত দিয়ে যে তেওঁলোকৰ বহুতেই মণিপুৰত আশ্ৰয় লৈ আছে আৰু আমি এওঁলোকক অবৈধভাৱে প্ৰৱেশ কৰোৱাত জড়িত থকাসকলক বিচাৰি উলিয়াব লাগিব’।

তেওঁ ৰহিংগিয়া আৰু তেওঁলোকক অনুপ্ৰৱেশত সহায় কৰি অহা সকলক বিচাৰি উলিওৱাৰ ক্ষেত্ৰত সহায় কৰিবলৈ স্থানীয় লোকসকলক আহ্বান জনায়।

সিঙে কয় যে যদিহে ৰহিংগিয়াসকলৰ অবৈধ অনুপ্ৰৱেশ ৰোধ কৰা নায়াই তেন্তে ‘ইতিমধ্য সংকুচিত’ হৈ অহা মণিপুৰি সকলৰ জনসংখ্যা আগন্তক দিনত অস্তিত্বহীন হৈ পৰিব।

Recent News

মহিলা অবিহনে পুৰুষে জন্ম দিব সন্তান! সফল পৰীক্ষা এন্দুৰত, মানুহৰ ক্ষেত্ৰটো সম্ভৱ হ’ব পাৰে ভৱিষ্যতে?

মহিলা অবিহনে পুৰুষে জন্ম দিব সন্তান! সফল পৰীক্ষা এন্দুৰত, মানুহৰ ক্ষেত্ৰটো সম্ভৱ হ’ব পাৰে ভৱিষ্যতে?

শীৰ্ষ বিষয়াক অ’ফিচৰ পৰা টানি উলিয়াই আনি চৰম শাৰীৰিক নিৰ্যাতন বিজেপি কৰ্মীৰ; স্তম্ভিত সকলো

শীৰ্ষ বিষয়াক অ’ফিচৰ পৰা টানি উলিয়াই আনি চৰম শাৰীৰিক নিৰ্যাতন বিজেপি কৰ্মীৰ; স্তম্ভিত সকলো

এক কৰুণ কাহিনী! পৰিয়ালৰ সকলো সদস্যক হেৰুৱাই মানসিক ভাবে ভাগি পৰা অনুপক তিনি বছৰৰ পিছত সংকটজনক অৱস্থাত উদ্ধাৰ

এক কৰুণ কাহিনী! পৰিয়ালৰ সকলো সদস্যক হেৰুৱাই মানসিক ভাবে ভাগি পৰা অনুপক তিনি বছৰৰ পিছত সংকটজনক অৱস্থাত উদ্ধাৰ

পৰ্যটকৰ ট্ৰেকিংৰ সময়ত গাইড থাকিবই লাগিব; ৰাজা হত্যাকাণ্ডৰ পিছত মেঘালয় চৰকাৰৰ নিৰ্দশনা

পৰ্যটকৰ ট্ৰেকিংৰ সময়ত গাইড থাকিবই লাগিব; ৰাজা হত্যাকাণ্ডৰ পিছত মেঘালয় চৰকাৰৰ নিৰ্দশনা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd