DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 29, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ভুৱা আধাৰ কাৰ্ডৰ সহায়ত ভাৰতত প্ৰৱেশ কৰা ছয়গৰাকী ৰহিংগিয়াক আটক

এন ই নাও নিউজ by এন ই নাও নিউজ
August 12, 2019 4:59 pm
Imphal-International-Airport-1-768x265

ইম্ফল আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ ফাইল ফটো

904
VIEWS
Share on FacebookShare on Twitter

ভুৱা নথি-পত্ৰৰ সৈতে ভাৰতত প্ৰৱেশ কৰা ছয়গৰাকী ৰহিংগিয়া মুছলমান লোকক মণিপুৰৰ ইম্ফলত গ্ৰেপ্তাৰ কৰা হৈছে।

এই লোক কেইজন দিল্লীৰ পৰা ইণ্ডিগ’ বিমানেৰে ইম্ফল বিমানবন্দৰত উপস্থিত হোৱাৰ পাছতে যোৱা ১০ আগষ্টত মণিপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।

মণিপুৰ আৰক্ষীৰ এজন শীৰ্ষ বিষয়াই জানিবলৈ দি কয় যে অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰা কেইজনমান লোক ইণ্ডিগ’ বিমানেৰে ইম্ফললৈ আহিব বুলি তেওঁলোকৰ হাতত তথ্য আছিল।

সেই তথ্যৰ ভিত্তিতে ফৰেইনাৰ চেক প’ষ্ট আৰু পশ্চিম ইম্ফল জিলা আৰক্ষীৰ এটা দলে সন্দেহজনক নাগৰিক কেইজনক আটক কৰা হয় বুলি জনায়।

ইফালে আটকাধীন ম্যানমাৰী লোক কেইজনে প্ৰমাণৰ বাবে লৈ থকা আধাৰ কাৰ্ড সমূহ ভুৱা বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

আটকাধীন লোক কেইজনৰ এজনে হিন্দীত কথা বতৰা পাতিছিল আৰু বাকী কেইজনে হিন্দী, মণিপুৰী একোৱে বুজি নাপাই, তেওঁলোকে কেৱল উৰ্দুহে বুজি পায়।

আৰক্ষীয়ে চলোৱা জেৰাত লোক কেইজনে নিজকে ম্যানমাৰৰ ৰহিংগিয়া নাগৰিক বুলি পৰিচয় দিয়ে। লোক কেইজনৰ পৰা এ টি এমৰ লগতে বিভিন্ন ধৰণৰ আপত্তিজনক নথি-পত্ৰ জব্দ কৰে।

আটকাধীন নাগৰিক কেইজনক য়াৰজাৰলিন, মন্দালাই, মিন মিন অ’, ছৌ ক’ ক’, মৌ চাট নায়িং, নি নি চৌ আৰু জ’ মিন থান বুলি চিনাক্ত কৰিছে।

Recent News

মনোৰম প্ৰাকৃতিক পৰিৱেশৰ সলনি উত্তৰ পূব মৰুভূমি হোৱাটো বিচাৰে নেকি ভাৰত চৰকাৰে?

মনোৰম প্ৰাকৃতিক পৰিৱেশৰ সলনি উত্তৰ পূব মৰুভূমি হোৱাটো বিচাৰে নেকি ভাৰত চৰকাৰে?

কাঁ চলচ্চিত্ৰ মহোৎসৱৰ পৰা ওভতাৰ সময়তে লুইত কুমাৰ বৰ্মণলৈ GMCৰ জাননী কিয়?

কাঁ চলচ্চিত্ৰ মহোৎসৱৰ পৰা ওভতাৰ সময়তে লুইত কুমাৰ বৰ্মণলৈ GMCৰ জাননী কিয়?

IndiGo বিশেষভাৱে সক্ষম শিশুক নিদিলে বিমানত উঠিবলৈ : ইণ্ডিগ’ক পাঁচ লাখ টকাৰ জৰিমনা

IndiGo বিশেষভাৱে সক্ষম শিশুক নিদিলে বিমানত উঠিবলৈ : ইণ্ডিগ’ক পাঁচ লাখ টকাৰ জৰিমনা

Monkeypox: টমেট’ ফ্লুৰ মাজতে মাঙ্কিপক্সৰ আতংক; কিমান প্ৰস্তুত ভাৰত?

Monkeypox: টমেট’ ফ্লুৰ মাজতে মাঙ্কিপক্সৰ আতংক; কিমান প্ৰস্তুত ভাৰত?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd