• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ভুক্তভোগী মণিপুৰী মহিলাৰ স্বামী তথা অৱসৰপ্ৰাপ্ত সেনা বিষয়াৰ ভাষ্যই কঁপাইছে দেশ

কাৰ্গিলত মই দেশ ৰক্ষা কৰিছিলো। কিন্তু এতিয়া পত্নীক ৰক্ষা কৰিব নোৱাৰিলোঁ।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 21, 2023 3:11 pm
7
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মণিপুৰত মেইটেই পুৰুষৰ এটা দলে দুগৰাকী কুকি মহিলাক উলংগ কৰি পেৰেড কৰাৰ বিৰক্তিকৰ ভিডিঅ’ই কেৱল ভাৰততে নহয়, সমগ্ৰ বিশ্বতে আলোড়ন সৃষ্টি কৰিছে।

বিজেপি চৰকাৰে মণিপুৰকে ধৰি দেশৰ আন ৰাজ্যসমূহতো নাৰীৰ স্বাভিমান ৰক্ষা কৰাত ব্যৰ্থ হোৱা বুলি সমগ্ৰ দেশৰ প্ৰায় সকলো শ্ৰেণীৰ লোকে তীব্ৰ সমালোচনা কৰিছে।

Apply Now

এতিয়া পোহৰলৈ আহিছে যে ভিডিঅ’ত দেখা পোৱা এগৰাকী ভুক্তভোগী কুকি মহিলাৰ স্বামী এগৰাকী অৱসৰপ্ৰাপ্ত সেনা বিষয়া। মণিপুৰত উলংগ হৈ পেৰেড কৰা ভুক্তভোগী এগৰাকী মহিলাৰ স্বামী ভাৰতীয় সেনাবাহিনীৰ অৱসৰপ্ৰাপ্ত চুবেদাৰ। তেওঁ অসম ৰেজিমেণ্টৰ কৰ্মচাৰী আছিল।

“কাৰ্গিল যুদ্ধত মই দেশৰ বাবে যুঁজিছিলো। মই যুঁজি নিজৰ দেশক ৰক্ষা কৰিছিলো, কিন্তু এতিয়া মই মোৰ পত্নী আৰু গাঁওবাসীক ৰক্ষা কৰিব নোৱাৰিলোঁ।’ -এইদৰে কয় ভুক্তভোগী মহিলাগৰাকীৰ স্বামীয়ে।

লগতে আৰক্ষীয়ে আক্ৰমণকাৰীৰ পক্ষ লৈ মহিলাকেইগৰাকীক বচাবলৈ একো নকৰাৰ অভিযোগ উত্থাপন কৰে বিষয়াগৰাকীয়ে।

সূত্ৰ অনুসৰি মণিপুৰত এগৰাকী মেইটেই মহিলাক ধৰ্ষণ কৰাৰ ভুৱা খবৰ আছিল, যাৰ ফলত অঞ্চলটোৰ মানুহৰ মাজত ক্ষোভৰ সৃষ্টি হৈছিল আৰু এই লজ্জাজনক কাণ্ডৰ সূচনা হৈছিল।

সূত্ৰসমূহে জনোৱা মতে, বনজুইৰ দৰে ছ’চিয়েল মিডিয়াত বিয়পি পৰা  হোৱা ভুৱা ধৰ্ষণৰ বাতৰিত বিশ্বাস কৰি যোৱা ৪ মে’ত মণিপুৰৰ কাংপকপি জিলাৰ এখন কুকি প্ৰধান গাঁৱত অস্ত্ৰৰে সজ্জিত প্ৰায় ১০০০ লোকৰ এটা দলে এই দুৰ্ভাগ্যজনক ঘটনা সংঘটিত কৰে।

লগতে পঢ়কঃ মণিপুৰত বিভৎস গণ ধৰ্ষণৰ মূল অভিযুক্ত হুইৰেম হেৰোদাছৰ ঘৰ জ্বলাই দিলে একাংশ মহিলাই

লগতে পঢ়কঃ এফালে বিবস্ত্ৰা মণিপুৰৰ কন্যা, আনফালে যৌন নিৰ্যাতনৰ গোচৰত বিজেপিৰ ব্রিজ ভূষণক মঞ্জুৰ জামিন

লগতে পঢ়কঃ সামাজিক মাধ্যমত বিয়পি পৰা ভূৱা খবৰেই কাল হ’ল নেকি? মণিপুৰৰ ধৰ্ষণৰ আঁৰৰ কাহিনী

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ডাঙৰ সপোন দেখক, ২০৪৭ চনৰ ভিতৰত বিকশিত ভাৰত গঢ়াৰ আহ্বান প্ৰধানমন্ত্ৰী মোদীৰ

ডাঙৰ সপোন দেখক, ২০৪৭ চনৰ ভিতৰত বিকশিত ভাৰত গঢ়াৰ আহ্বান প্ৰধানমন্ত্ৰী মোদীৰ

August 15, 2026 10:24 am
এখন সশস্ত্ৰ সংগ্ৰাম, অপূৰ্ণ স্বপ্ন, বঞ্চনা আৰু স্বাধীনতাৰ ৮০ বছৰত অসমৰ উপলব্ধি

এখন সশস্ত্ৰ সংগ্ৰাম, অপূৰ্ণ স্বপ্ন, বঞ্চনা আৰু স্বাধীনতাৰ ৮০ বছৰত অসমৰ উপলব্ধি

August 15, 2026 9:36 am
ত্ৰিৰংগ : হৰেকৃষ্ণ ডেকা

ত্ৰিৰংগ : হৰেকৃষ্ণ ডেকা

August 15, 2026 9:20 am
ইণ্ডোনেছিয়াত ৭.৭ প্ৰাবল্যৰ ভূমিকম্প, কমেও ২ জন লোকৰ মৃত্যু; ছুনামীৰ সতৰ্কতা জাৰি

ইণ্ডোনেছিয়াত ৭.৭ প্ৰাবল্যৰ ভূমিকম্প, কমেও ২ জন লোকৰ মৃত্যু; ছুনামীৰ সতৰ্কতা জাৰি

August 15, 2026 9:09 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ডাঙৰ সপোন দেখক, ২০৪৭ চনৰ ভিতৰত বিকশিত ভাৰত গঢ়াৰ আহ্বান প্ৰধানমন্ত্ৰী মোদীৰ

ডাঙৰ সপোন দেখক, ২০৪৭ চনৰ ভিতৰত বিকশিত ভাৰত গঢ়াৰ আহ্বান প্ৰধানমন্ত্ৰী মোদীৰ

August 15, 2026 10:24 am
এখন সশস্ত্ৰ সংগ্ৰাম, অপূৰ্ণ স্বপ্ন, বঞ্চনা আৰু স্বাধীনতাৰ ৮০ বছৰত অসমৰ উপলব্ধি

এখন সশস্ত্ৰ সংগ্ৰাম, অপূৰ্ণ স্বপ্ন, বঞ্চনা আৰু স্বাধীনতাৰ ৮০ বছৰত অসমৰ উপলব্ধি

August 15, 2026 9:36 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd