• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব

মণিপুৰৰ নিৰ্বাসিত মানৱাধিকাৰ সংগ্ৰামী বীণালক্ষ্মী নেপ্ৰামলৈ ‘আন্না পোলিটকোভস্কায়া’ বঁটা

এন ই নাও নিউজ by এন ই নাও নিউজ
October 5, 2018 2:15 pm
Binalakshmi-Nepram-1-1-750x375
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মণিপুৰৰ সাহসী মানৱাধিকাৰ কৰ্মী তথা সাহিত্যিক বীণালক্ষ্মী নেপ্ৰামক মহিলা মানৱাধিকাৰ কৰ্মীক স্বীকৃতি প্ৰদান কৰা বিশিষ্ট বঁটা ‘আন্না পোলিটকোভস্কায়া’ বঁটাৰ বাবে নিৰ্বাচিত কৰা হৈছে। এই বঁটাটো ২০০৬ চনৰ ৭ অক্টোবৰত মস্কোত হত্যাৰ বলি হোৱা ৰাছিয়ান সাংবাদিক আন্না পোলিকোভস্কায়াৰ প্ৰতি সন্মানৰ চিন স্বৰূপে ‘ৰিচ অল উইমেন ইন ৱাৰ’(RAW in WAR) নামৰ সংস্থাটোৱে প্ৰদান কৰি আহিছে।  নেপ্ৰামৰ সৈতে এই বঁটাটো যৌথভাৱে লাভ কৰিব  বেলাৰুছৰ অনুসন্ধানমূলক সাংবাদিক শ্বেটলানা এলেক্সেইভিচে।

অহা দেওবাৰে আন্না পোলিটকোভস্কায়াৰ হত্যাৰ ১২ বছৰ পূৰ্ণ হোৱাৰ দিনটোতে বীণালক্ষ্মী আৰু আলেক্সেইভিচক এই বঁটাটো প্ৰদান কৰা হ’ব। অন্যায়, হিংসা আৰু সন্ত্ৰাসবাদৰ বিৰুদ্ধে সৰৱ কণ্ঠ তুলি প্ৰতিবাদ কৰাৰ বাবে তেওঁলোকক এই বঁটাৰ বাবে নিৰ্বাচিত কৰা হৈছে।

Apply Now

‘ৰিচ অল উইমেন ইন ৱাৰ’ সংস্থাৰ মনোনয়ন কমিটীখনৰ তৰফৰ পৰা প্ৰকাশিত এটা বিবৃতিত এইদৰে কোৱা হৈছে ‘বীণালক্ষ্মী নেপ্ৰাম আৰু শ্বেটলানা আলেক্সেইভিচে নিৰৱে কিন্তু সাহসেৰে যি দৰে  সংঘৰ্ষ-পীড়িত এলেকাত বাস কৰা মহিলাসকল সমৰ্থনত কণ্ঠ সৰৱ কৰিছে সেয়া জানিব পাৰি আমি তেওঁলোকৰ ওচৰত বিনম্ৰতাৰে মূৰ নত কৰিছোঁ।”

উল্লেখ্য যে বীণালক্ষ্মীয়ে নিৰস্ত্ৰীকৰণৰ সপক্ষে আৰু বৰ্ধিতহাৰত সামৰিকীকৰণৰ বিৰোধিতা কৰি ভাৰতৰ প্ৰথমটো নাগৰিক সংস্থা ‘কণ্ট্ৰোল আৰ্মছ ফাউণ্ডেশ্যন অব ইণ্ডিয়া’ (CAFI) স্থাপন কৰিছে।

২০০৭ চনত বীণালক্ষ্মীয়ে ‘মণিপুৰ উইমেন গান ছাৰভাইভৰ্ছ নেটৱৰ্ক’ স্থাপন কৰেয আৰু এই সংস্থাটোৱে প্ৰায় মণিপুৰৰ ৭০ বছৰীয়া সশস্ত্ৰ সংগ্ৰামত আগ্নেয়াস্ত্ৰৰ পৰা বাচি অহা প্ৰায় ২০,০০০ মহিলালৈ সহায়তা আগবঢ়াইছে।

বঁটা গ্ৰহণ কৰি বীণালক্ষ্মীয়ে কৈছে, মোক আৰু ২০১৫ চনৰ সাহিত্যত নবেল বিজয়িনী বেলাৰুছৰ শ্বেটলালা আলেক্সেইভিচক ‘আন্না পোলিকোভস্কায়া’ বঁটাৰ বাবে মনোনীত কৰাৰ বাবে ‘ৰিচ অল উইমেন ইন ৱাৰ’ সংস্থা আৰু গুণী বিচাৰকসকলক ধন্যবাদ জনাওঁ। ‘মণিপুৰ গান ছাৰভাইভৰ্ছ নেটৱৰ্ক’, ‘কণ্ট্ৰোল আৰ্মছ ফাউণ্ডেশ্যন অব ইণ্ডিয়া’ৰ হৈ এই বঁটাটো মই  আন্তৰিকতাৰে গ্ৰহণ কৰিছোঁ।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইউপিআই ব্যৱহাৰত লাগিব মাচুল! ট্ৰাম্পক সন্তুষ্ট কৰিবলৈ আমেৰিকাৰ চাপত নতিস্বীকাৰ মোদীৰ ; অভিযোগ ৰাহুলৰ

ইউপিআই ব্যৱহাৰত লাগিব মাচুল! ট্ৰাম্পক সন্তুষ্ট কৰিবলৈ আমেৰিকাৰ চাপত নতিস্বীকাৰ মোদীৰ ; অভিযোগ ৰাহুলৰ

September 15, 2026 9:31 pm
মণিপুৰত পুনৰ ৰক্তক্ষয়! জিৰিবামত দুই আদিবাসী মহিলাক গুলীয়াই হত্যা, জ্বলাই দিয়া হ’ল খামাৰঘৰ

মণিপুৰত পুনৰ ৰক্তক্ষয়! জিৰিবামত দুই আদিবাসী মহিলাক গুলীয়াই হত্যা, জ্বলাই দিয়া হ’ল খামাৰঘৰ

September 15, 2026 9:11 pm
নগাঁৱ লোকসভা উপ-নিৰ্বাচনত বদৰুদ্দিন আজমলক নমোৱাৰ চেষ্টা বিজেপিৰ! অভিযোগ মীৰা বৰঠাকুৰৰ

নগাঁৱ লোকসভা উপ-নিৰ্বাচনত বদৰুদ্দিন আজমলক নমোৱাৰ চেষ্টা বিজেপিৰ! অভিযোগ মীৰা বৰঠাকুৰৰ

September 15, 2026 8:15 pm
যন্তৰ-মন্তৰত ছাত্ৰ কৰ্মীৰ পিতৃক আক্ৰমণ কৰা হিন্দুত্ববাদী নেতা স্বতন্ত্ৰ ভৰদ্বাজে লাভ কৰিলে অন্তৱৰ্তীকালীন জামিন

যন্তৰ-মন্তৰত ছাত্ৰ কৰ্মীৰ পিতৃক আক্ৰমণ কৰা হিন্দুত্ববাদী নেতা স্বতন্ত্ৰ ভৰদ্বাজে লাভ কৰিলে অন্তৱৰ্তীকালীন জামিন

September 15, 2026 7:15 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইউপিআই ব্যৱহাৰত লাগিব মাচুল! ট্ৰাম্পক সন্তুষ্ট কৰিবলৈ আমেৰিকাৰ চাপত নতিস্বীকাৰ মোদীৰ ; অভিযোগ ৰাহুলৰ

ইউপিআই ব্যৱহাৰত লাগিব মাচুল! ট্ৰাম্পক সন্তুষ্ট কৰিবলৈ আমেৰিকাৰ চাপত নতিস্বীকাৰ মোদীৰ ; অভিযোগ ৰাহুলৰ

September 15, 2026 9:31 pm
মণিপুৰত পুনৰ ৰক্তক্ষয়! জিৰিবামত দুই আদিবাসী মহিলাক গুলীয়াই হত্যা, জ্বলাই দিয়া হ’ল খামাৰঘৰ

মণিপুৰত পুনৰ ৰক্তক্ষয়! জিৰিবামত দুই আদিবাসী মহিলাক গুলীয়াই হত্যা, জ্বলাই দিয়া হ’ল খামাৰঘৰ

September 15, 2026 9:11 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd