• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কেন্দ্ৰৰ নতুন ডিজিটাল মিডিয়া নীতিৰ লক্ষ্য হৈ পৰিল মণিপুৰৰ প্ৰথমটো নিউজ প’ৰ্টেল

এন ই নাও নিউজ by এন ই নাও নিউজ
March 3, 2021 3:54 pm
a mani
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেন্দ্ৰীয় চৰকাৰে শেহতীয়কৈ দেশৰ ডিজিটাল মিডিয়াৰ বাবে কেতবোৰ বিশেষ নীতি ঘোষণা কৰিছে।

সেই  নীতিৰ আধাৰতে শেহতীয়াকৈ মণিপুৰৰ চৰকাৰে ৰাজ্য খনৰ এটা নিউজ প’ৰ্টেললৈ প্ৰেৰণ কৰিছে  এক বিশেষ জাননী।

Apply Now

মণিপুৰৰ দ্য ফ্ৰণ্টিয়াৰ মণিপুৰ নামৰ প’ৰ্টেলটোলৈ পশ্চিম ইম্ফলৰ জিলা  দণ্ডাধীশ নাওৰেম প্ৰবীণে প্ৰেৰণ কৰা জাননী খনত এই বুলি কোৱা হৈছে যে প’ৰ্টেলটো কেন্দ্ৰীয় চৰকাৰে ২৫ ফেব্ৰুৱাৰীত জাৰি কৰা ডিজিটাল মিডিয়া সম্পৰ্কীয় নীতিৰ ভিত্তিত প্ৰতিষ্ঠিত হয় নে নহয় সেই বিষয়ে তথ্য সহকাৰে জনাব লাগে।

দ্য ফ্ৰণ্টিয়াৰ মণিপুৰ নামৰ প’ৰ্টেলটোৱে প্ৰতি সপ্তাহে প্ৰকাশ কৰি অহা কানাছি নেইনাছি শীৰ্ষক অনুষ্ঠানটোৰ কৰ্তৃপক্ষক উদ্দেশ্যি জাৰি কৰা জাননী খনত এই বুলি উল্লেখ কৰা হৈছে যে প’ৰ্টেলটোৱে বা-বাতৰিৰ লগতে সমসাময়িক প্ৰসংগ আদি ছ’চিয়েল মিডিয়াৰ ফেচবুক পেজৰ জৰিয়তে প্ৰচাৰ কৰি আহিছে।

এনে কৰোতে প’ৰ্টেলটোৱে যাৱতীয় কেনে নিয়ম মানি চলিছে তাৰ তথ্য-পাতি দাখিল কৰিবলৈ জিলা  দণ্ডাধীশগৰাকীয়ে নিৰ্দেশ দিছে।

উল্লেখ্য প’ৰ্টেলসমূহক নিয়ন্ত্ৰণ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে শেহতীয়াকৈ কেতবোৰ বিশেষ নিয়মৰ কথা ঘোষণা কৰিছিল আৰু তিনি মাহৰ ভিতৰত প’ৰ্টেল সম্পৰ্কীয় এখন আইন কৰা হ’ব বুলি কৈছিল।

চৰকাৰে এনেদৰে প’ৰ্টেল সম্পৰ্কীয় নিয়ম ঘোষণা কৰাৰ পিছতে মণিপুৰৰ প’ৰ্টেলটোৰ বিৰুদ্ধে প্ৰথমবাৰৰ বাবে জাননী প্ৰেৰণ কৰা হৈছে।

উল্লেখ্য মণিপুৰৰ উক্ত প’ৰ্টেলটোৰ কাৰ্যবাহী সম্পাদক পাওজেলৈ চাওবাক কিছুদিনৰ পূৰ্বে মণিপুৰৰ আৰক্ষীয়ে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰত আটক কৰিছিল।

এটা অনুষ্ঠান সম্প্ৰচাৰ কৰাৰ আঁত ধৰিয়েই তেওঁক আটক কৰা হৈছিল।

অৱশ্যে তেওঁক পিছত মুক্তি দিয়া হৈছিল।

শেহতীয়াকৈ তেওঁৰ ঘৰলৈ আৰক্ষীৰ লোক আহি প’ৰ্টেলটোৰ বৈধতা সম্পৰ্কত প্ৰশ্ন কৰা জাননী জাৰি কৰাত সম্পাদকগৰাকী আচৰিত হৈ পৰিছে।

তেওঁ মণিপুৰ চৰকাৰৰ এনে পদক্ষেপৰ বিৰুদ্ধে আদালতৰ শৰণাপন্ন হ’ব বুলি জানিবলৈ দিছে।

তেওঁ লগতে কয় যে কিছুদিন পূৰ্বে তেওঁলোকৰ প’ৰ্টেলত সংবাদ মাধ্যমৰ স্বাধীনতা সম্পৰ্কীয় এটি আলোচনা সম্প্ৰচাৰ কৰা হৈছিল। ইয়াৰ পিছতে প’ৰ্টেলটোলৈ উক্ত জাননী আহে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

July 4, 2026 7:38 pm
ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

July 4, 2026 7:10 pm
জাৰ্মানীত ফোন কৰিলে আৰু পোৱা নাযাব ছুটী! সলনি হ’ব ছিক লিভৰ নিয়ম, দিব লাগিব বেমাৰ হোৱাৰ প্ৰমাণ

জাৰ্মানীত ফোন কৰিলে আৰু পোৱা নাযাব ছুটী! সলনি হ’ব ছিক লিভৰ নিয়ম, দিব লাগিব বেমাৰ হোৱাৰ প্ৰমাণ

July 4, 2026 6:45 pm
দিল্লী হিংসা গোচৰ: ওমৰ খালিদ আৰু চৰ্জিল ইমামৰ জামিন আবেদন নাকচ

দিল্লী হিংসা গোচৰ: ওমৰ খালিদ আৰু চৰ্জিল ইমামৰ জামিন আবেদন নাকচ

July 4, 2026 6:13 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

July 4, 2026 7:38 pm
ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

July 4, 2026 7:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd