• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 2, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home শীর্ষ সংবাদ

২০ বছৰ ধৰি বিচাৰি আছিল আৰক্ষীয়ে : অৱশেষত এনকাউণ্টাৰত মৃত্যু শীৰ্ষ মাওবাদী নেতা বিক্ৰম গৌড়াৰ

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
November 19, 2024 7:00 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিগত ২০ বছৰ ধৰি আৰক্ষীৰ ‘মষ্ট ৱাণ্টেড’ তালিকাত আছিল বিক্ৰম গৌড়া। ২০ বছৰ ধৰি আৰক্ষীয়ে সন্ধান কৰি আছিল গৌড়াক। অৱশেষত বিক্ৰম গৌড়াক বিচাৰি পালে আৰক্ষীয়ে। কৰ্ণাটক আৰক্ষীয়ে গুলীয়াই হত্যা কৰে গৌড়াক।

উল্লেখ্য যে সশস্ত্ৰ মাওবাদী সংগ্ৰামৰ এগৰাকী শীৰ্ষ বিপ্লৱী নেতা আছিল বিক্ৰম গৌড়া।

Apply Now

সোমবাৰে কৰ্ণাটকৰ উডুপিত মাও বিৰোধী অভিযানৰ সময়ত তেওঁক আৰক্ষীয়ে গুলীয়াই হত্যা কৰে।

জানিব পৰা মতে, উডুপি আৰক্ষীয়ে হেবৰি তালুকৰ সমীপৰ এখন দোকানৰ পৰা ৫জন মাওবাদীয়ে সামগ্ৰী ক্ৰয় কৰাৰ খবৰ লাভ কৰে। সেই খবৰৰ ভিত্তিত আৰক্ষীয়ে নক্সাল বিৰোধী বাহিনীৰ সৈতে যোগাযোগ কৰে।

ইয়াৰ পিছত সেই অঞ্চলত যৌথ বাহিনীয়ে অভিযান আৰম্ভ কৰে। তাৰ পৰা কেইমিটাৰমান দূৰত কাবিনেল বনাঞ্চলত তালাচী অভিযান আৰম্ভ হয়।

আৰক্ষীৰ উপস্থিতিৰ খবৰ পোৱাৰ লগে লগে মাওবাদীয়ে নিৰ্বিচাৰে গুলীচালনা আৰম্ভ কৰে। নিৰাপত্তা বাহিনীয়েও প্ৰতুত্তৰ দিয়ে। দুয়োপক্ষৰ মাজত দীঘলীয়া গুলীচালনাৰ অন্তত উদ্ধাৰ হয় এজন মাওবাদীৰ মৃতদেহ। বাকী কেইজন মাওবাদী নেতাই পলায়ন কৰে।

জানিব পৰা মতে, মৃতদেহটো মাওবাদী নেতা বিক্ৰম গৌড়াৰ। যোৱা ২০ বছৰ ধৰি আৰক্ষীয়ে তেওঁক বিচাৰি আছিল।

উল্লেখ্য যে বিক্রম গৌড়াৰ দৰে এজন শীর্ষ মাওবাদী নেতাৰ মৃত্যু নিৰাপত্তা বাহিনীৰ বাবে এক বৃহৎ সফলতা।

আনহাতে, বাকী ২ৰ পৰা ৩জন মাওবাদীয়ে গভীৰ জংঘললৈ পলায়ন কৰিছে। তদন্তকাৰীয়ে জনোৱা মতে, তেওঁলোকক বিচাৰি উলিয়াবলৈ তালাচী অভিযান অব্যাহত আছে।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মুকলি হ’ল ‘ঐতিহাসিক’ নাথু লা; বাণিজ্যিক পথত দ্বিপাক্ষিক সম্পৰ্কৰ উন্নতি ভাৰত-চীনৰ!

মুকলি হ’ল ‘ঐতিহাসিক’ নাথু লা; বাণিজ্যিক পথত দ্বিপাক্ষিক সম্পৰ্কৰ উন্নতি ভাৰত-চীনৰ!

August 2, 2026 8:49 am
ধূমপান নকৰিলেও হৈছে হাওঁফাওঁৰ কৰ্কট ৰোগ, কিয়? জানি লওক

ধূমপান নকৰিলেও হৈছে হাওঁফাওঁৰ কৰ্কট ৰোগ, কিয়? জানি লওক

August 2, 2026 7:45 am
ঋষভ পন্ত, সঞ্জু চেমচন বাদ! ২০২৭ৰ বিশ্বকাপৰ বাবে অশ্বিনে বাছিলে নিজৰ পছন্দৰ দল

ঋষভ পন্ত, সঞ্জু চেমচন বাদ! ২০২৭ৰ বিশ্বকাপৰ বাবে অশ্বিনে বাছিলে নিজৰ পছন্দৰ দল

August 1, 2026 9:55 pm
পাকিস্তানী সজাই কাৰাৰুদ্ধ কৰা ফতেমা বিবিৰ ফাইল সন্ধানহীন, কেন্দ্ৰক ভৰ্ৎসনা ন্যায়ালয়ৰ

পাকিস্তানী সজাই কাৰাৰুদ্ধ কৰা ফতেমা বিবিৰ ফাইল সন্ধানহীন, কেন্দ্ৰক ভৰ্ৎসনা ন্যায়ালয়ৰ

August 1, 2026 8:59 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মুকলি হ’ল ‘ঐতিহাসিক’ নাথু লা; বাণিজ্যিক পথত দ্বিপাক্ষিক সম্পৰ্কৰ উন্নতি ভাৰত-চীনৰ!

মুকলি হ’ল ‘ঐতিহাসিক’ নাথু লা; বাণিজ্যিক পথত দ্বিপাক্ষিক সম্পৰ্কৰ উন্নতি ভাৰত-চীনৰ!

August 2, 2026 8:49 am
ধূমপান নকৰিলেও হৈছে হাওঁফাওঁৰ কৰ্কট ৰোগ, কিয়? জানি লওক

ধূমপান নকৰিলেও হৈছে হাওঁফাওঁৰ কৰ্কট ৰোগ, কিয়? জানি লওক

August 2, 2026 7:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd