• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home মনোৰঞ্জন চলচ্চিত্ৰ

কালিকা লাগিছে মুম্বাইত! সুশান্তৰ পিছত পুনৰ আন এজন অভিনেতাৰ চিপ লৈ আত্মহত্যা

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , July 30, 2020 4:34 pm

1 min read

কালিকা লাগিছে মুম্বাইত! সুশান্তৰ পিছত পুনৰ আন এজন অভিনেতাৰ চিপ লৈ আত্মহত্যা
1.8k
VIEWS
Share on FacebookShare on Twitter

মুম্বাইত যেন কিবা কালিকা লাগিছে।

সৌসিদিনা জনপ্ৰিয় অভিনেতা সুশান্ত সিং ৰাজপুতে মুম্বাইৰ বাসভৱনত চিপ লৈ আত্মহত্যা কৰাৰ ঘটনাৰ প্ৰতিক্ৰিয়া মাৰ নৌযাওঁতেই মায়ানগৰী খনত পুনৰ আন এজন জনপ্ৰিয় অভিনেতাই সুশান্ত পথকে অনুসৰণ কৰি চিপ লৈ আত্মহত্যা কৰিছে।

কোঠাৰ ভিতৰত চিপ লৈ আত্মহত্যা কৰা অভিনেতা গৰাকী হৈছে মাৰাঠী ছবি জগতৰ জনপ্ৰিয় অভিনেতা আশুতোষ ভাকৰে।

৩২ বছৰীয়া অভিনেতা গৰাকীয়ে মুম্বাইৰ নান্দেৰ অঞ্চলৰ গণেশ নগৰত থকা তেওঁৰ বিলাসবহুল বাস ভৱনৰ এটা কোঠাত ডিঙিত চিপ জৰি লৈ আত্মহত্যা কৰে।

যোৱা নিশা সংঘটিত এই মৰ্মান্তিক ঘটনাৰ বিষয়ে বহু পলমকৈ অৱগত হোৱা পৰিয়ালৰ লোকে মাজনিশা আৰক্ষীক ঘটনাৰ বিষয়ে জনায়।

আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো চমজি লয়।

অভিনেতা গৰাকীয়ে কি কাৰণত জীৱনৰ চৰম পন্থা বাচি ল’লে সেয়া এতিয়াও জানিব পৰা হোৱা নাই।

অভিনেতা জনে মৃত্যুৰ পূৰ্বে কোনো আত্মহত্যাৰ টোকা লিখি থৈ যোৱা নাই বুলি জানিব পৰা গৈছে।
অভিনেতা ভাকৰেৰ পত্নী ময়ূৰী দেশমুখে প্ৰকাশ কৰা মতে কিছুদিন ধৰি অভিনেতা গৰাকীয়ে তীব্ৰ মানসিক অৱসাদত ভুগি আছিল।

মৃত্যুৰ আগদিনা অভিনেতা আশুতোষ ভাকৰেই ছ’চিয়েল মিডিয়াত এক ভিডিঅ’ প্ৰকাশ কৰিছিল।

ভিডিঅ’টোত অভিনেতা গৰাকীয়ে জীয়াই  থকাৰ অৰ্থ হেৰুৱাই পেলোৱা বুলি ইংগিত দিছিল।

Recent News

navbharat-times

ডিজিটাল হ’ল ভোটাৰ কাৰ্ড: কিদৰে ডাউনলোড কৰিব E-EPIC ভোটাৰ কাৰ্ড?

brazil-1

উৰিবলৈ লোৱাৰ সময়তে ৰাণৱেত দপদপাই জ্বলি উঠিল বিমান: খেলুৱৈসহ নিহত বহুজন

WhatsApp Image 2021-01-25 at 10.33.45 AM

বেলতলা জামে মছজিদত অচিনাকি যুৱকৰ দলে নামাজ পঢ়াক লৈ উত্তেজনা; ৯জনক আটক

Arnab-Goswami-1-750x375

যিমানেই নামিছে সিমানেই তিতিছে অৰ্ণৱ: কিয় ৪০ লাখ টকা দিছিল পাৰ্থ দাসগুপ্তক?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd