DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 5, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ছাত্ৰ নেতা অনিমেষ ভূঞাৰ স্মৃতিত অৰ্ধ নমিত কৰি ৰখা হ’ল মাৰ্ঘেৰিটা আছুৰ পতাকা

আছুৱে পালন কৰিব ৩দিনীয়া শোক কাৰ্যসূচী

মানস প্ৰতিম গগৈ, মাৰ্ঘেৰিটা by মানস প্ৰতিম গগৈ, মাৰ্ঘেৰিটা
November 30, 2021 12:44 pm
118
VIEWS
Share on FacebookShare on Twitter

ৰাজ্য তথা দেশ কঁপাই যোৱা যোৰহাটৰ গণপ্ৰহাৰৰ ঘটনাত নিহত ছাত্ৰ নেতা অনিমেষ ভূঞাৰ পৱিত্ৰ স্মৃতিত তথা শ্ৰদ্ধাঞ্জলি জনোৱাৰ বাবে আজি মাৰ্ঘেৰিটা ৰঙ্গমঞ্চৰ সন্মুখত থকা শ্বহীদ বেদীত আজি মাৰ্ঘেৰিটা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত এক শ্ৰদ্ধাঞ্জলি তথা আছুৰ পতকা অৰ্ধ উত্তোলন কাৰ্যসূচী ৰূপায়ণ কৰে।

আছুৱে আজিৰে পৰা ৩দিনীয়া শোক কাৰ্যসূচী ৰূপায়ণ কৰিছে।

মাৰ্ঘেৰিটা আছুৰ সভাপতি চিন্তু গগৈ আৰু সম্পাদক ৰূপম বৰুৱা উপস্থিত থকা এই কাৰ্যসূচীৰ জৰিয়তে দোষীক কঠোৰ শাস্তী দিয়াৰ লগতে ফাষ্ট ট্ৰেক আদালতত গোচৰ চলাবলৈ মুখ্যমন্ত্ৰীক আহ্বান জনায়।

 আনহাতে আজি শিৱসাগৰত ছাত্ৰ-ছাত্ৰীসকলে অনিমেষ হত্যাৰ প্ৰতিবাদত ৰাজপথ কঁপাই তোলে।

প্ৰতিবাদী শিক্ষাৰ্থীসকলে অনিমেষ হত্যাকাৰীসকলৰ কঠোৰৰ পৰা কঠোৰতম শাস্তি দাবী কৰিছে।

Recent News

Jasprit Bumrah breaks Kapil Dev’s record

বুমৰাহৰ আন এক অভিলেখ: ভংগ কৰিলে কপিল দেৱৰ নামত থকা ৪০ বছৰ পুৰণি ৰেকৰ্ড

Assam Career

Assam Career : অসম কৃষি বিশ্ববিদ্যালয়ত প্ৰকল্প সহযোগীৰ পদ খালী পদ, কিদৰে কৰিব আবেদন?

Applications are invited for various teaching and research based positions under NIELIT Guwahati.

Assam Career : NIELIT গুৱাহাটীত বিভিন্ন খালী পদৰ পূৰণৰ বাবে আবেদন আহ্বান, কিদৰে কৰিব আবেদন?

khanapara teer result

Khanapara Teer Result : খানাপাৰা তীৰৰ আজিৰ ফলাফল 05 July, 2022 : Khanapara Teer Target, Khanapara Teer Common Number

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd