• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

প্ৰিন্স হ্যাৰিৰ বন্ধু কোন এইগৰাকী টেনিছ সুন্দৰী মাৰিয়া ছাৰাপ’ভাৰ প্ৰেমিক?

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , December 18, 2020 11:41 am

2 min read

sharapova-engaged

আলেকজেণ্ডাৰ-ছাৰাপ'ভা যুটী।

215
VIEWS
Share on FacebookShare on Twitter

টেনিছ কোৰ্টৰ ৰাণী, মোহময়ী সৌন্দৰ্যৰ অধিকাৰী, লয়লাস ভংগিমাৰে পুৰুষৰ হৃদয়ত ভাৱনাৰ জোৱাৰ তোলা এইগৰাকী টেনিছ তাৰকা প্ৰেমত পৰিছে।

টেনিছ কোৰ্টৰ ভিতৰত যেনেকৈ খেলৰ মাজেৰে সকলোৰে দৃষ্টি কাঢ়িছে, খেলৰ বাহিৰত তেওঁৰ নিজৰ লাইফ ষ্টাইলক লৈ অধিক আগ্ৰহী অনুৰাগীসকল।

মহিলাৰ ক্ৰিষ্টিয়ানো ৰোনাল্ডো মাৰিয়া ছাৰাপ’ভাৰ বিষয়ে জানিবলৈ যেন কাৰোৱেই আগ্ৰহৰ অভাৱ ঘটা নাই।

টেনিছ তাৰকাগৰাকীয়ে এইবাৰ নিজৰ প্ৰেমৰ সম্পৰ্কে ছচিয়েল মিডিয়াত প্ৰকাশ কৰিছে। ব্ৰিটেইনৰ ব্যৱসায়ী আলেকজেণ্ডাৰ গিলকিছৰ সৈতে সম্পৰ্কৰ কথা স্বীকাৰ কৰিছে ছাৰাপ’ভাই।

৪১বছৰীয়া এই ব্যৱসায়ীগৰাকী প্ৰিন্স হ্যাৰিৰ বন্ধু। মাল্টি মিলিয়নেয়াৰ আলেকজেণ্ডাৰ লণ্ডনৰ প্যাডেল এইট নামৰ এটা নীলাম সংস্থাৰ গৰাকী।

ছচিয়েল মিডিয়াত ছাৰাপ’ভাই লিখিছে,’’সেই প্ৰথম দেখাতেই সঁহাৰি দিছিলো, মনত আছেনে তোমাৰ?’’

ইয়াৰ উত্তৰত আলেকজেণ্ডাৰে লিখিছে,’’তোমাক পাই মই পৃথিৱীৰ সকলোতকৈ সুখী মানুহ। জীৱনটো তোমাৰ সৈতে কটাব বিচাৰো মাৰিয়া।‘’

উইম্বলডন বিজয়েৰে আৰম্ভ হৈছিল যাত্ৰা। কিন্তু সুদীৰ্ঘ কেৰিয়াৰত প্ৰত্যাশা কৰা মতে সাফল্য লাভ নহ’ল। মুঠ পাঁচটা গ্ৰেণ্ড শ্লাম জিকিছে মাৰিয়াই।

 

View this post on Instagram

 

A post shared by Maria Sharapova (@mariasharapova)

ইয়াৰ পূৰ্বে বুলগেৰিয়াৰ টেনিছ তাৰকা ডিমিত্ৰভ, বাস্কেটবল তাৰকা চাছা আৰু এডাম লেভিৰ সৈতে সম্পৰ্কত জড়িত হৈছিল মাৰিয়া ছাৰাপ’ভা।

নতুন সম্পৰ্কৰ কথা পোহৰলৈ অহাৰ পাছতে মাৰিয়া-আলেকজেণ্ডাৰ যুটীক শুভেচ্ছাৰে উপচাই পেলাইছে বিভিন্ন চেলিব্ৰেটিসকলে।

Recent News

Bajali

বৰপেটা পৰিবহণ বিভাগৰ চৰম ব্যৰ্থতা : পথ সুৰক্ষা সপ্তাহতে ৬ লোকৰ দুৰ্ঘটনাত মৃত্যু

index.jpgs

লাল কিল্লা কাণ্ডৰ পিছত চাপত কৃষক সংগঠন! : ১ ফেব্ৰুৱাৰীৰ সংসদ অভিযান বাতিল; কি হ’ব পৰৱৰ্তী কাৰ্যসূচী?

বিৰাট কোহলী, অভিনেত্ৰী তমন্না ভাটিয়ালৈ কেৰালা উচ্চ ন্যায়ালয়ৰ জাননী

বিৰাট কোহলী, অভিনেত্ৰী তমন্না ভাটিয়ালৈ কেৰালা উচ্চ ন্যায়ালয়ৰ জাননী

index

ত্ৰিপুৰাৰ শিক্ষক বিক্ষোভত নিৰাপত্তাৰক্ষীসহ শতাধিক বিক্ষোভকাৰী আহত : ২ শতাধিক বিক্ষোভকাৰী শিক্ষকক গ্ৰেপ্তাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd