• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 26, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মৰিগাঁও জিলাত গণৰাজ্য দিৱস উদযাপনৰ প্ৰস্তুতিৰ ওপৰত গুৰুত্বপূৰ্ণ সভা

NE NOW NEWS চানু গগৈ
মৰিগাঁও , January 5, 2021 8:10 pm

1 min read

মৰিগাঁও জিলাত গণৰাজ্য দিৱস উদযাপনৰ প্ৰস্তুতিৰ ওপৰত গুৰুত্বপূৰ্ণ সভা
82
VIEWS
Share on FacebookShare on Twitter

মৰিগাঁও জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত আজি বিয়লি ৩ বজাত জিলা উপায়ুক্ত লীনা দাসৰ সঞ্চালনাত আগন্তুক গণৰাজ্য দিৱস উদযাপনৰ প্ৰস্তুটি সন্দৰ্ভভত এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়।

সভাত প্ৰতি বছৰৰ দৰে এই বেলিও গণতন্ত্ৰ দিৱসৰ  কাৰ্যসূচীৰ লগতে বিভিন্ন বিভাগৰ দ্বাৰা প্ৰতীক পট প্ৰদৰ্শন কৰাৰ সিদ্ধান্ত লোৱা হয়।

কোভিড-১৯ ৰ নতুন নিৰ্দেশনা আহিলে এইবৰ্ষৰ গণৰাজ্য দিৱস উদযাপনত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলে অংশ গ্ৰহণ কৰাৰ ক্ষেত্ৰত পৰৱৰ্তী সময়ত সিদ্ধান্ত লোৱা হ’ব বুলি সভাত আলোচিত হয়।

জিলা উপায়ুক্ত লীনা দাসে সভাত উপস্থিত সংশ্লিষ্ট বিভাগৰ বিষয়া সকলক নিষ্ঠা আৰু দায়বদ্ধতাৰে সহযোগ আগবঢ়াই অনুষ্ঠানটো সাফল্যমণ্ডিত কৰিবলৈ আহ্বান জনায়।

আজিৰ সভাত অতিৰিক্ত উপায়ুক্ত অজিত শৰ্মা, অতিৰিক্ত উপায়ুক্ত  ৰুমী বৰুৱা, অতিৰিক্ত উপায়ুক্ত দেৱযানী চৌধুৰী, জিলা আৰক্ষী অধীক্ষক ড০ নন্দসিং বৰকলা, সহ-আয়ুক্ত মৈত্ৰেয়ী মৰাণ, চক্ৰ বিষয়া সকল,  মৰিগাঁও জিলা সাংবাদিক সংস্থাৰ প্ৰাক্তন সভাপতি, বিৰিঞ্চি কুমাৰ শৰ্মা, মৰিগাঁও জিলা সাংবাদিক সংস্থাৰ সম্পাদক, জিতুমনি নাথ, অৱসৰ প্ৰাপ্ত বিষয়া তথা জ্যেষ্ঠ নাগৰিক   মিলেশ্বৰ পাটৰ, সমাজ কৰ্মী তথা শিক্ষক  লেনিন ডেকাকে ধৰি জিলা খনৰ বিভিন্ন বিভাগৰ মূৰব্বী বিষয়া সকল উপস্থিত থকাৰ বিষয়ে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বাৰ্তাত এই কথা জানিবলৈ দিয়ে জিলা তথ্য আৰু জনসংযোগ বিষয়া সুনীতি নাৰ্জাৰীয়ে

Recent News

বাংলাদেশৰ এই দুগৰাকী বিশিষ্ট ব্যক্তিলৈ ভাৰতৰ পদ্মশ্ৰী সন্মান

বাংলাদেশৰ এই দুগৰাকী বিশিষ্ট ব্যক্তিলৈ ভাৰতৰ পদ্মশ্ৰী সন্মান

shashi-tharoor

লালকিল্লাত প্ৰতিবাদী কৃষকৰ পতাকা উৰুওৱাক দুৰ্ভাগ্যজনক আখ্যা কংগ্ৰেছ সাংসদ শশী থাৰুৰৰ

শচীনৰ সৰ্বাধিক টেষ্ট ৰানৰ অভিলেখ জ’ ৰুটে ভংগ কৰিব পাৰে বুলি মন্তব্য এজন প্ৰাক্তন ক্ৰিকেটাৰৰ

শচীনৰ সৰ্বাধিক টেষ্ট ৰানৰ অভিলেখ জ’ ৰুটে ভংগ কৰিব পাৰে বুলি মন্তব্য এজন প্ৰাক্তন ক্ৰিকেটাৰৰ

গুৱাহাটী বিশ্ববিদ্যালয়ত অখিল গগৈৰ মুক্তিৰ দাবীত ছাত্ৰ মুক্তিৰ ১২ ঘণ্টীয়া অনশন

গুৱাহাটী বিশ্ববিদ্যালয়ত অখিল গগৈৰ মুক্তিৰ দাবীত ছাত্ৰ মুক্তিৰ ১২ ঘণ্টীয়া অনশন

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd