• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ট্ৰাম্পৰ সৈতে বিবাদ, কংগ্ৰেছ এৰিব ৰিপাব্লিকান টেইলৰ গ্ৰীনে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 22, 2025 12:52 pm
12
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

জৰ্জিয়াৰ পৰা নিৰ্বাচিত আমেৰিকান কংগ্ৰেছ সদস্য মাৰ্জাৰী টেইলৰ গ্ৰীনে জানুৱাৰী মাহত প্ৰতিনিধি পৰিষদৰ পৰা পদত্যাগ কৰাৰ কথা ঘোষণা কৰিছে। ব্ৰিটিছ সংবাদ মাধ্যম বিবিচিয়ে শনিবাৰে (২২ নৱেম্বৰ) এক প্ৰতিবেদনত এই কথা প্ৰকাশ কৰিছে।

প্ৰতিবেদনত কোৱা হৈছে যে ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ সৈতে ৰাজহুৱা বিবাদৰ কিছুদিন পিছতে সুপৰিচিত ৰিপাব্লিকানগৰাকীৰ পৰা এই ঘোষণা আহিছে ।

Apply Now

ট্ৰাম্পৰ ‘মেক আমেৰিকা গ্ৰেট এগেইন’ বা ‘মাগা’ আন্দোলনৰ কঠোৰ সমৰ্থক গ্ৰীনে শুকুৰবাৰে ছ’চিয়েল মিডিয়াত ভিডিঅ’ বাৰ্তাযোগে কয় যে তেওঁ ৫ জানুৱাৰীতে কংগ্ৰেছ এৰিব। তেওঁ কয়, ‘’সন্মুখত নতুন কিবা এটাৰ বাবে অপেক্ষা কৰিছো।‘’

গ্ৰীনে বিভিন্ন বিষয়ত ‘ষড়যন্ত্ৰমূলক তত্ত্ব’ৰ প্ৰচাৰ আৰু অন্ধভাৱে ট্ৰাম্পক সমৰ্থন কৰি মূলসুঁতিৰ ৰাজনীতিত ব্যাপক স্বীকৃতি লাভ কৰিছিল যদিও শেহতীয়াকৈ ৰাষ্ট্ৰপতিগৰাকীৰ সৈতে সংঘাতত লিপ্ত হৈছিল।

প্ৰয়াত শিশু যৌন অপৰাধী জেফ্ৰি এপষ্টেইনৰ সৈতে জড়িত নথি-পত্ৰ প্ৰকাশক লৈ  দুয়োৰে মাজত বিবাদ পোহৰলৈ আহে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ধৰিত্ৰী সুৰক্ষা মঞ্চ’ৰ বিশেষ বক্তৃতানুষ্ঠান: পৰিৱেশ সুৰক্ষা আৰু সাংবিধানিক অধিকাৰৰ ওপৰত আলোকপাত ন্যায়াধীশ উজ্জ্বল ভূঞাৰ

ধৰিত্ৰী সুৰক্ষা মঞ্চ’ৰ বিশেষ বক্তৃতানুষ্ঠান: পৰিৱেশ সুৰক্ষা আৰু সাংবিধানিক অধিকাৰৰ ওপৰত আলোকপাত ন্যায়াধীশ উজ্জ্বল ভূঞাৰ

August 8, 2026 10:14 pm
মহানগৰীত শোকাবহ পথ দুৰ্ঘটনা: চিকিৎসালয়ৰ পৰা ঘৰলৈ উভতাৰ পথত অকাল মৃত্যু মেধাৱী ছাত্ৰ হৰ্ষিত বৰাৰ

মহানগৰীত শোকাবহ পথ দুৰ্ঘটনা: চিকিৎসালয়ৰ পৰা ঘৰলৈ উভতাৰ পথত অকাল মৃত্যু মেধাৱী ছাত্ৰ হৰ্ষিত বৰাৰ

August 8, 2026 9:02 pm
জেন জি অৱক্ষয়ৰ বহিৰ্প্ৰকাশঃ নীট প্ৰতিবাদ, গভীৰ আৰ্থ-সামাজিক অসন্তুষ্টি আৰু এটা ত্ৰুটিপূৰ্ণ নিয়োগ ব্যৱস্থাৰ প্ৰতিফলন

জেন জি অৱক্ষয়ৰ বহিৰ্প্ৰকাশঃ নীট প্ৰতিবাদ, গভীৰ আৰ্থ-সামাজিক অসন্তুষ্টি আৰু এটা ত্ৰুটিপূৰ্ণ নিয়োগ ব্যৱস্থাৰ প্ৰতিফলন

August 8, 2026 8:28 pm
মুকলি হ’ল ২০২৭ চনৰ লোকপিয়লৰ থীম ছং : সন্নিৱিষ্ট হৈছে প্ৰয়াত শিল্পী জুবিন গাৰ্গৰ কণ্ঠ

মুকলি হ’ল ২০২৭ চনৰ লোকপিয়লৰ থীম ছং : সন্নিৱিষ্ট হৈছে প্ৰয়াত শিল্পী জুবিন গাৰ্গৰ কণ্ঠ

August 8, 2026 8:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ধৰিত্ৰী সুৰক্ষা মঞ্চ’ৰ বিশেষ বক্তৃতানুষ্ঠান: পৰিৱেশ সুৰক্ষা আৰু সাংবিধানিক অধিকাৰৰ ওপৰত আলোকপাত ন্যায়াধীশ উজ্জ্বল ভূঞাৰ

ধৰিত্ৰী সুৰক্ষা মঞ্চ’ৰ বিশেষ বক্তৃতানুষ্ঠান: পৰিৱেশ সুৰক্ষা আৰু সাংবিধানিক অধিকাৰৰ ওপৰত আলোকপাত ন্যায়াধীশ উজ্জ্বল ভূঞাৰ

August 8, 2026 10:14 pm
মহানগৰীত শোকাবহ পথ দুৰ্ঘটনা: চিকিৎসালয়ৰ পৰা ঘৰলৈ উভতাৰ পথত অকাল মৃত্যু মেধাৱী ছাত্ৰ হৰ্ষিত বৰাৰ

মহানগৰীত শোকাবহ পথ দুৰ্ঘটনা: চিকিৎসালয়ৰ পৰা ঘৰলৈ উভতাৰ পথত অকাল মৃত্যু মেধাৱী ছাত্ৰ হৰ্ষিত বৰাৰ

August 8, 2026 9:02 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd