• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

এই গৰাকী ছোৱালীক বিয়া পাতক আৰু লাভ কৰক সোণৰ গাড়ীৰ সৈতে ১,০০০ কোটি টকা

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , February 12, 2020 4:35 pm

1 min read

Golden Car

সোণৰ গাড়ী

29.2k
VIEWS
Share on FacebookShare on Twitter

উত্তৰ কোৰিয়াৰ ৰাষ্ট্ৰপতি কিম জঙক সমগ্ৰ বিশ্বই এগৰাকী একনায়কত্ববাদী শাসক হিচাপে জানে।

কিমে প্ৰায়ে বিভিন্ন ধৰণৰ আচহুৱা আচৰণৰ বাবে বাতৰিৰ শিৰোনামা দখল কৰি আহিছে।

কিন্ত এইবাৰ উত্তৰ কোৰিয়াৰ ৰাষ্ট্ৰপতি গৰাকীয়ে অন্য এটা কাৰণতহে বাতৰিৰ শিৰোনামা লাভ কৰিছে।

উত্তৰ কোৰিয়াৰ ৰাষ্ট্ৰপতিয়ে এইবাৰ নিজৰ ভনীয়েকৰ বিয়াৰ বাবে দৰাৰ সন্ধান কৰিছে।

আন্তঃৰাষ্ট্ৰীয় খবৰ অনুসৰি কিমে ভনীয়েকক বিয়া কৰাবলগীয়া ল’ৰাৰ বাবে যৌতুকৰ তালিকাও ঘোষণা কৰিছে।

কিমৰ ভনীয়েকক বিয়া কৰাব বিচৰা ল’ৰাই বিয়াত যৌতুক হিচাপে লাভ কৰিব এখন সোণৰ গাড়ী আৰু ১,০০০ কোটি টকা।

কিন্তু উত্তৰ কোৰিয়াৰ ৰাষ্ট্ৰপতিয়ে এই যৌতুক এনেই নিদিয়ে ইয়াৰ বাবে তেওঁ কিছুমান চৰ্ত ৰাখিছে।

একনায়কত্ববাদী শাসক কিম জং উনে ভনীয়েকৰ পাত্ৰৰ বাবে ৰখা চৰ্ত সমূহ হ’ল-

১) ল’ৰাৰ উচ্চতা ৫ ফুট ১০ ইঞ্চিত কৈ অধিক হ’ব নোৱাৰিব।

২) ল’ৰাৰ পূৰ্বতে কোনো ছোৱালীৰ সৈতে প্ৰেমৰ সম্পৰ্ক থাকিব নোৱাৰিব।

৩) ল’ৰাৰ ওজন ৭৫ কেজি হ’ব লাগিব আৰু ছিক্স পেক এবছ থাকিব লাগিব।

এতিয়া ভাবক এনেধৰণৰ উপযুক্ত পাত্ৰ ক’ত পাব বাৰু পালেই এই একনায়কত্ববাদী শাসকৰ ভনীয়েকক কোনে বিয়া কৰাব যাব।

Recent News

Biswanath

বিশ্বনাথত উত্তৰ পূৰ্বাঞ্চলৰ দ্বিতীয়টো চাৰ্জিং ষ্টেচনৰ লগতে দুখনকৈ ইলেকট্ৰিক বাছৰ শুভ উদ্বোধন

IMG_20210125_131908

নগাঁৱত ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উদযাপন

a cong

কোন বেছি সাম্প্ৰদায়িক—বিজেপি নে কংগ্ৰেছ? সংবাদমেলত অমিত শ্বাহক প্ৰশ্ন ৰিপুন বৰাৰ

India-China border in sikkim

ছিকিমৰ নাকু লা সীমান্তত সংঘৰ্ষত ভাৰতীয় সেনাৰ হাতত আহত ২০জন চীনা সৈন্য

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd