• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

দুৰ্নীতিত লিপ্ত থকাৰ অভিযোগত মাৰ্টিন ভিজকাৰাক পেৰুৰ ৰাষ্ট্ৰপতি পদৰ পৰা অপসাৰণ

এন ই নাও নিউজ by এন ই নাও নিউজ
November 10, 2020 3:41 pm
পেৰুৰ ৰাষ্ট্ৰপতি

পেৰুৰ ৰাষ্ট্ৰপতি

163
VIEWS
Share on FacebookShare on Twitter

দুৰ্নীতিত লিপ্ত থকাৰ অভিযোগত পেৰুৰ ৰাষ্ট্ৰপতি মাৰ্টিন ভিজকাৰাক ৰাষ্ট্ৰপতি পদৰ পৰা অপসাৰণ কৰা হয়।

চৰকাৰী কাম ঘোচ লৈ এটা ব্যক্তিগত প্ৰতিষ্ঠানক হস্তান্তৰ কৰাৰ অভিযোগত অভিযুক্ত হৈছিল পেৰুৰ ৰাষ্ট্ৰপতি মাৰ্টিন ভিজকাৰাক।

সোমবাৰে পেৰুৰ সংসদত ১০৫ গৰাকী সদস্যই ৰাষ্ট্ৰপতি মাৰ্টিন ভিজকাৰাক অপসাৰণ কৰাৰ পক্ষত ভোটদান কৰাৰ বিপৰীতে মাত্ৰ ১৯ গৰাকী সদস্যই মাৰ্টিনৰ পক্ষত ভোট দিয়ে।

পেৰুৰ দক্ষিণ মোকগুয়া অঞ্চলৰ গৱৰ্নৰ হৈ থকা সময়ত মাৰ্টিন ভিজকাৰাকে ৬ লাখ ৪০ হাজাৰ মাৰ্কিন ডলাৰৰ বিনিময়ত এটা ব্যক্তিগত প্ৰতিষ্ঠানক চৰকাৰী কাম দিয়াৰ অভিযোগ উঠিছিল।

গৱৰ্নৰ হৈ থকা সময়ত তেওঁ বাৰে বাৰে এই কথা অস্বীকাৰ কৰি আহিছিল।

আনহাতে, ৰাষ্ট্ৰপতি পদৰ পৰা মাৰ্টিনক অপসাৰণ কৰাৰ পাছতে কংগ্ৰেছৰ অধ্যক্ষ ম্যানুয়েল মেৰিনোক অহা বছৰ ৰাষ্ট্ৰপতি পদত স্থলাভিষিক্ত হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে।

ৰাষ্ট্ৰপতি পদৰ পৰা অপসাৰণ কৰাৰ পাছতে মাৰ্টিনে সংসদৰ ভোটৰ ৰায়দান মানি চলিব আৰু ইয়াৰ বিৰুদ্ধে কোনোধৰণৰ আইনী ব্যৱস্থা গ্ৰহণ নকৰে বুলি মত প্ৰকাশ কৰে।

Recent News

গৰমৰ দিনত শৰীৰৰ পৰা দুৰ্গন্ধ আঁতৰ কৰাৰ সহজ উপায়

গৰমৰ দিনত শৰীৰৰ পৰা দুৰ্গন্ধ আঁতৰ কৰাৰ সহজ উপায়

ব্যস্ত জীৱনত স্বাস্থ্য আৰু সফলতাৰ মাজত কেনেকৈ ভাৰসাম্যতা ৰক্ষা কৰিব! জানো আহক জাপানী জীৱন দৰ্শন ‘মুৰি শ্বিনাই দে’ৰ বিষয়ে…

ব্যস্ত জীৱনত স্বাস্থ্য আৰু সফলতাৰ মাজত কেনেকৈ ভাৰসাম্যতা ৰক্ষা কৰিব! জানো আহক জাপানী জীৱন দৰ্শন ‘মুৰি শ্বিনাই দে’ৰ বিষয়ে…

শ্ৰমিকৰ মৃত্যুৰ সৈতে জড়িত থকাৰ অভিযোগত ছিংগাপুৰত ৩৫ মাহৰ কাৰাদণ্ড ভাৰতীয় ছাত্ৰক

শ্ৰমিকৰ মৃত্যুৰ সৈতে জড়িত থকাৰ অভিযোগত ছিংগাপুৰত ৩৫ মাহৰ কাৰাদণ্ড ভাৰতীয় ছাত্ৰক

আন্তঃৰাষ্ট্ৰীয় গণিত অলিম্পিয়াড চেলেঞ্জত দুটাকৈ পদক জয় অসমৰ ছাত্ৰৰ

আন্তঃৰাষ্ট্ৰীয় গণিত অলিম্পিয়াড চেলেঞ্জত দুটাকৈ পদক জয় অসমৰ ছাত্ৰৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd