• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কৃষক বিৰোধী আইনৰ বিৰুদ্ধে সৰৱ মানৱ অধিকাৰ সংগ্ৰাম সমিতি, প্ৰধানমন্ত্ৰীলৈ স্মাৰক পত্ৰ

চানু গগৈ by চানু গগৈ
December 3, 2020 7:04 pm
a mori
4.5k
VIEWS
Share on FacebookShare on Twitter

ভাৰতৰ কৃষকসকলৰ ওপৰত কেন্দ্ৰীয় চৰকাৰে যি দৰে শোষণ- লুণ্ঠন বঞ্চনা -প্ৰতাৰণা কৰাৰ যি চক্ৰান্ত কৰি তিনিখন কৈ জনবিৰোধী আইন জাপি দিছে ।

সেই আইনৰ বিৰুদ্ধে গণতান্ত্ৰিক ভাৱে আন্দোলন কৰা কৃষকৰ  ওপৰত যি ধৰণৰ উংপীড়ন তথা আতিশয্য চলাইছে সেয়া  গণতন্ত্ৰৰ বাবে মোক্ষম আঘাত আৰু চৰম গৰিহণাৰযোগ্য কথা।

যাৰ পৰিপ্ৰেক্ষিতত সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসমৰ কৃষকে ৰাজপথলৈ ওলাই আহি পৰিৱৰ্তনকামী চৰকাৰখনৰ বিৰুদ্ধে আন্দোলন,প্ৰতিবাদ কৰিবলৈ বাধ্য কৰিছে।

এইখন চৰকাৰৰ প্ৰতি ৰাইজৰ কোনো আস্থা বিশ্বাস নোহোৱা হৈছে ।একনায়কত্ব, ফেচীষ্ট শাসনৰ বিৰুদ্ধে সমগ্ৰ কৃষক সমাজ আজি জাগি উঠিছে,বিদ্ৰোহ কৰিবলৈ বাধ্য হৈছে ।

কৃষকৰ ওপৰত যি জাতিদ্ৰোহী আইন জাপি দিয়াৰ প্ৰতিবাদত ৰহা চক্ৰৰ চক্ৰ বিষয়া  প্ৰিয়ংকা  ডেকা বনিয়াৰ জৰিয়তে প্ৰধান মন্ত্ৰীলৈ এক স্মাৰক পত্ৰ প্ৰদান কৰে মানৱ অধিকাৰ সংগ্ৰাম সমিতিয়ে।

‘মাছৰ কেন্দ্ৰীয় সমিতিৰ ভাৰপ্ৰাপ্ত সচিব লক্ষ্মীপ্ৰসাদ ডেকাই ‘নৰ্থ ইষ্ট নাও’ লৈ প্ৰেৰণ কৰা  এক বিবৃতিত এই কথা  জানিবলৈ দিয়ে।

বিবৃতিত ভাৰপ্ৰাপ্ত সচিবগৰাকীয়ে লগতে উল্লেখ কৰে যে ,ৰহা আঞ্চলিক মানৱ অধিকাৰ সংগ্ৰাম সমিতি ,মাছৰ অধ্যক্ষ সঞ্জয় আমচি , ভাৰপ্ৰাপ্ত সচিব বুলবুল নাথ ,বিত্ত সচিব নৱ গাওঁখোৱা ,মাছৰ কৰ্মী মিঠুন পাটৰ সমন্বিতে মাছৰ সজাঁতি দ’লটোৱে

কৃষক বিৰোধী আইন বাতিল নকৰিলে পৰবৰ্তী সময়ত আন্দোলন তীব্ৰতৰ কৰাৰ পোষকতা কৰি আইনখন বাতিল কৰিবলৈ চৰকাৰক দাবী জনায়।

Recent News

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

শোকাবহ! আত্মহ*ত্যাৰ চেষ্টা; অৱশেষত মৃত্যুক আঁকোৱলি ল’লে ADC ত্ৰিদীপ কোঁৱৰে

শোকাবহ! আত্মহ*ত্যাৰ চেষ্টা; অৱশেষত মৃত্যুক আঁকোৱলি ল’লে ADC ত্ৰিদীপ কোঁৱৰে

খৰাংত সৰ্বস্বান্ত কৃষক! অসমৰ জলসিঞ্চনক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ

খৰাংত সৰ্বস্বান্ত কৃষক! অসমৰ জলসিঞ্চনক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd