• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চামগুৰিত ব্যাপক গৰাখহনীয়া, ব্ৰহ্মপুত্ৰত জাহ গ’ল পুৰণি মছজিদ, মাদ্ৰাছা

ভাৰ্গৱ হাজৰিকা by ভাৰ্গৱ হাজৰিকা
July 27, 2020 5:22 pm
Massive erosion by Brahmaputra in Samaguri's Bhurbandha
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যৰ নৈপৰীয়া বিভিন্ন স্থানত বান পৰিস্থিতি কিছু শাম কাটিছে যদিও ঠায়ে-ঠায়ে আৰম্ভ হোৱা ব্যাপক গৰাখহনীয়াৰ ফলত ভেটি-মাটি হেৰুৱাই সৰ্বস্বান্ত হৈছে বহুসংখ্যক পৰিয়াল।

বানপানী কমাৰ পিছতে ভয়ংকৰভাৱে আৰম্ভ হোৱা ব্ৰহ্মপুত্ৰৰ প্ৰৱল গৰাখহনীয়াৰ বাবে দেওবাৰে নিশা চামগুৰি-কলিয়াবৰ সীমান্তৱৰ্ত্তী ৪নং ভূৰবন্ধাত সৰ্বত্ৰে সৃষ্টি হ’ল এক শোকাকুল পৰিৱেশ।

Apply Now

প্ৰৱল গৰাখহনীয়াত নিশা প্ৰায় ৯-৩০ মান বজাত ব্ৰহ্মপুত্ৰৰ বুকুত বিলীন হৈ গ’ল ৪নং ভূৰবন্ধাস্থিত এটা অতি পুৰণি মছজিদ লাল মছজিদ।

মছজিদসহ গৰাখহনীয়াই এখন মাদ্ৰাছাও নিঃশ্চিহ্ন কৰি পেলোৱাক কেন্দ্ৰ কৰি নিশা কান্দোনত ভাগি পৰিল স্থানীয় একাংশ লোক।

দ্ৰুতগতিত হোৱা গৰাখহনীয়াৰ বাবে ৪নং ভূৰবন্ধাৰ বহুকেইটা পৰিয়ালে নিশাৰ ভিতৰতে ঘৰৰ যাৱতীয় সা-সামগ্ৰীসমূহ গাড়ীত বোজাই কৰি লৈ নিৰাপদ স্থানলৈ আঁতৰি যোৱা পৰিলক্ষিত হয়।

ইফালে চামগুৰিৰ লাওখোৱাৰ বৃহত্তৰ ভূৰবন্ধা অঞ্চলত প্ৰতি বছৰে ক্ৰমশঃ বৃদ্ধি পাই অহা ব্ৰহ্মপুত্ৰৰ বিধ্বংসী বান আৰু প্ৰবল গৰাখহনীয়াৰ বিষয়টো বহুবাৰ জলসম্পদ বিভাগক গুৰুত্ব সহকাৰে অৱগত কৰি অহাৰ পিছতো সময়সাপেক্ষে স্থায়ী সমাধানৰ বাবে বিহিত ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰি সংশ্লিষ্ট বিভাগটোৰ লগতে মন্ত্ৰী কেশৱ মহন্তৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰা দেখা গ’ল ভুক্তভোগী ৰাইজে।

আৱশ্যে এদিন পূৰ্বে দিনৰ ভাগত জল সম্পদ বিভাগৰ তৰফৰ পৰা এখন মেচিন নাৱেৰে গৰাখহনীয়া আক্ৰান্ত ৪নং ভূৰবন্ধাৰ নৈৰ পাৰত তাৎক্ষণিকভাৱে একাধিক পকী পাৰ্কুপাইন পেলাই শেহতীয়াকৈ গৰাখহনীয়া ৰোধৰ ব্যৱস্থা কৰা হৈছিল বুলি স্থানীয় একাংশ লোকৰ পৰা জানিব পৰা গৈছে।

Tags: Assam Flood
ভাৰ্গৱ হাজৰিকা

ভাৰ্গৱ হাজৰিকা

Stay Connected

  • 117k Fans

Recent News

সোণম ৱাংচুকৰ অনশনৰ ১৯ দিন: ৯ কেজিতকৈও অধিক ওজন হ্ৰাস, স্বাস্থ্যৰ অৱনতিক লৈ উদ্বেগ

সোণম ৱাংচুকৰ অনশনৰ ১৯ দিন: ৯ কেজিতকৈও অধিক ওজন হ্ৰাস, স্বাস্থ্যৰ অৱনতিক লৈ উদ্বেগ

July 16, 2026 6:38 pm
ৰথযাত্ৰাত বৃহৎ অঘটন! পুৰীত ভিৰৰ হেঁচাত পদপিষ্ট সদৃশ ঘটনা; এজনৰ মৃত্যু, ১২০ জন অসুস্থ

ৰথযাত্ৰাত বৃহৎ অঘটন! পুৰীত ভিৰৰ হেঁচাত পদপিষ্ট সদৃশ ঘটনা; এজনৰ মৃত্যু, ১২০ জন অসুস্থ

July 16, 2026 6:21 pm
হায়দৰাবাদৰ বিদ্যালয়ত বিতৰ্ক: হিন্দু ছাত্ৰক কলমা পঢ়িবলৈ দিলে গৃহকাৰ্য, পিতৃ-মাতৃৰ ক্ষোভ

হায়দৰাবাদৰ বিদ্যালয়ত বিতৰ্ক: হিন্দু ছাত্ৰক কলমা পঢ়িবলৈ দিলে গৃহকাৰ্য, পিতৃ-মাতৃৰ ক্ষোভ

July 16, 2026 6:06 pm
E20 পেট্ৰলৰ ফলত বিকল ইঞ্জিন; গাড়ীৰ মালিকৰ পক্ষতে ৰায়, ক্ষতিপূৰণৰ নিৰ্দেশ দিলে আদালতে

E20 পেট্ৰলৰ ফলত বিকল ইঞ্জিন; গাড়ীৰ মালিকৰ পক্ষতে ৰায়, ক্ষতিপূৰণৰ নিৰ্দেশ দিলে আদালতে

July 16, 2026 5:29 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সোণম ৱাংচুকৰ অনশনৰ ১৯ দিন: ৯ কেজিতকৈও অধিক ওজন হ্ৰাস, স্বাস্থ্যৰ অৱনতিক লৈ উদ্বেগ

সোণম ৱাংচুকৰ অনশনৰ ১৯ দিন: ৯ কেজিতকৈও অধিক ওজন হ্ৰাস, স্বাস্থ্যৰ অৱনতিক লৈ উদ্বেগ

July 16, 2026 6:38 pm
ৰথযাত্ৰাত বৃহৎ অঘটন! পুৰীত ভিৰৰ হেঁচাত পদপিষ্ট সদৃশ ঘটনা; এজনৰ মৃত্যু, ১২০ জন অসুস্থ

ৰথযাত্ৰাত বৃহৎ অঘটন! পুৰীত ভিৰৰ হেঁচাত পদপিষ্ট সদৃশ ঘটনা; এজনৰ মৃত্যু, ১২০ জন অসুস্থ

July 16, 2026 6:21 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd