• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

উৰিয়ামঘাটত বৃহৎ উচ্ছেদ অভিযান: প্ৰথম দিনাই ৰেংমা বনাঞ্চলৰ ৪.২ হেক্টৰ ভূমি মুকলি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 29, 2025 4:45 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উৰিয়ামঘাটৰ সমীপৰ ৰেংমা বনাঞ্চলত ১১ হাজাৰ বিঘা বনাঞ্চল পুনৰ উদ্ধাৰৰ বাবে ৰাজ্যজুৰি চলোৱা অভিযানৰ অংশ হিচাপে অবৈধ বেদখলক লক্ষ্য কৰি মঙলবাৰে পুৱাৰে পৰা বৃহৎ উচ্ছেদ অভিযান আৰম্ভ হয়। কৰ্তৃপক্ষই জনোৱা মতে, আৰু কমেও দুদিন ধৰি চলিবলগীয়া এই অভিযানত প্ৰথম দিনাই প্ৰায় ৪.২ হেক্টৰ মাটি মুকলি কৰি প্ৰায় ২০০খন সৰু আৰু মজলীয়া আকাৰৰ দোকান আৰু ৫০টাতকৈও অধিক ঘৰ ভাঙি পেলায়।

এই অভিযানৰ তদাৰক কৰি মুখ্য বন সংৰক্ষক এম কে যাদভাই এই পদ্ধতিক পৰ্যায়ক্ৰমে আৰু কৌশলগতভাৱে কৰা কৰা হৈছে বুলি মত প্ৰকাশ কৰে। তেঁও আৰু কায় যে আজি নিৰ্দিষ্ট এই অঞ্চলটো সামৰি লোৱা হৈছে, আৰু অশান্তিৰ পৰা হাত সাৰিবলৈ অহা কেইদিনমানৰ ভিতৰত এই প্ৰক্ৰিয়া পদ্ধতিগতভাৱে চলি থাকিব।

Apply Now

উল্লেখনীয় যে অসম-নাগালেণ্ড সীমান্তৰ সমীপত অৱস্থিত ৰেংমা বনাঞ্চলখনক বেদখল আৰু কথিত অসামাজিক কাৰ্যকলাপৰ হটস্পট হিচাপে কৰ্তৃপক্ষই চিনাকি কৰি আহিছে। আজি বন বিভাগে এই উচ্ছেদ অভিযানত ১৫০ টাতকৈও অধিক এক্সকেভেটৰ আৰু বুলডজাৰ নিয়োগ কৰা বুলি জানিব পৰা গৈছে। আইন-শৃংখলা বজাই ৰখাৰ বাবে আৰক্ষী মহাপৰিদৰ্শক অখিলেশ কুমাৰ সিঙৰ নেতৃত্বত একাধিক জিলাৰ নিৰাপত্তাৰক্ষীৰ উপস্থিতি অঞ্চলটোত নিয়োজিত কৰা হৈছিল বুলি সদৰি কৰিছে।

ইফালে বিষয়াসকলে এই অভিযানত কেৱল অবৈধ বেদখলক লক্ষ্য কৰি লোৱা বুলি উল্লেখ কৰিলেও একাংশ স্থানীয় বাসিন্দাই নিৰ্বাচিত বলবৎকৰণ আৰু পুনৰ্বাসনৰ বিকল্পৰ অভাৱৰ বিষয়ে উদ্বেগ প্ৰকাশ কৰে। দশক দশক পূৰ্বে মৰিগাঁৱৰ পৰা পৰিয়াল প্ৰব্ৰজন কৰা বুলি দাবী কৰা বাসিন্দা আকবৰ আলীয়ে হতাশা প্ৰকাশ কৰি কয়- “আমি ইয়াত ৪০ বছৰ ধৰি বসবাস কৰি আহিছো— ইয়াত বড়ো, অসমীয়া, হিন্দু, মুছলমান সম্প্ৰদায়ৰ সহাৱস্থান। চৰকাৰে যদি আমাক উচ্ছেদ কৰিব বিচাৰে, তেন্তে তেওঁলোকে যাবলৈ বিকল্প স্থানৰ ব্যৱস্থা কৰা উচিত।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মানৱীয় প্ৰমূল্যৰ দাপোণ: সামাজিক জীৱনত শিষ্টাচাৰৰ প্ৰাসংগিকতা

মানৱীয় প্ৰমূল্যৰ দাপোণ: সামাজিক জীৱনত শিষ্টাচাৰৰ প্ৰাসংগিকতা

August 18, 2026 9:40 pm
‘চকু আৰু স্মৃতিশক্তি ছাত্ৰ-ছাত্ৰীৰো আছে, মিছা কথা নকব’: আৰক্ষীৰ লাঠীচালনাক লৈ কিৰেন ৰিজিজুক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

‘চকু আৰু স্মৃতিশক্তি ছাত্ৰ-ছাত্ৰীৰো আছে, মিছা কথা নকব’: আৰক্ষীৰ লাঠীচালনাক লৈ কিৰেন ৰিজিজুক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

August 18, 2026 9:01 pm
বিশ্বগুৰু: নেহৰু নে মোডী

বিশ্বগুৰু: নেহৰু নে মোডী

August 18, 2026 7:33 pm
বিৰল ব্যক্তিসত্তাৰ অধিকাৰী, বিশিষ্ট নগা শান্তি কৰ্মী নিকেতু ইৰালু আৰু নাই

বিৰল ব্যক্তিসত্তাৰ অধিকাৰী, বিশিষ্ট নগা শান্তি কৰ্মী নিকেতু ইৰালু আৰু নাই

August 18, 2026 5:36 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মানৱীয় প্ৰমূল্যৰ দাপোণ: সামাজিক জীৱনত শিষ্টাচাৰৰ প্ৰাসংগিকতা

মানৱীয় প্ৰমূল্যৰ দাপোণ: সামাজিক জীৱনত শিষ্টাচাৰৰ প্ৰাসংগিকতা

August 18, 2026 9:40 pm
‘চকু আৰু স্মৃতিশক্তি ছাত্ৰ-ছাত্ৰীৰো আছে, মিছা কথা নকব’: আৰক্ষীৰ লাঠীচালনাক লৈ কিৰেন ৰিজিজুক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

‘চকু আৰু স্মৃতিশক্তি ছাত্ৰ-ছাত্ৰীৰো আছে, মিছা কথা নকব’: আৰক্ষীৰ লাঠীচালনাক লৈ কিৰেন ৰিজিজুক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

August 18, 2026 9:01 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd