• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মাৰ্ঘেৰিটাৰ লিডুত ভয়ংকৰ অগ্নিকাণ্ড; বাসগৃহ সম্পুৰ্ণৰূপে ভস্মীভূত

NE NOW NEWS মানস প্রতীম গগৈ
মাৰ্ঘেৰিটা , December 14, 2020 6:58 pm

1 min read

মাৰ্ঘেৰিটাৰ লিডুত ভয়ংকৰ অগ্নিকাণ্ড; বাসগৃহ সম্পুৰ্ণৰূপে ভস্মীভূত
116
VIEWS
Share on FacebookShare on Twitter

আজি ৰাতিপুৱা মাৰ্ঘেৰিটাৰ লিডু আৰক্ষী চকীৰ অন্তৰ্গত ঝৰ্ণা বস্তিত এক ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়।

এই ভয়ংকৰ অগ্নিকাণ্ডৰ ফলত ৰতন মিত্ৰ নামৰ লোকজনৰ এটা বাসগৃহ সম্পূৰ্ণৰূপে জুইত জাহ যায়।

স্থানীয় লোকে উল্লেখ কৰা অনুসৰি এই অগ্নিকাণ্ডৰ ফলত ৰতন মিত্ৰ নামৰ লোকজনৰ প্ৰায় ৩ লক্ষাধিক টকাৰ সা-সম্পত্তি ধ্বংস হৈছে।

আনহাতে, বৰ্তমানলৈ জুই লগাৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই যদিও শ্বৰ্ট চাৰ্কিটৰ ফলতে  অগ্নিকাণ্ড সংঘটিত হোৱা বুলি সন্দেহ কৰা হৈছে।

অগ্নিকাণ্ডৰ সময়ত বাসগৃহৰ ৰান্ধনী শালত থকা চিলিণ্ডাৰৰো প্ৰচণ্ড বিস্ফোৰণ হয়।

অগ্নিকাণ্ড সংঘটিত হোৱাৰ পাছতেই স্থানীয় ৰাইজে  অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিছিল যদিও অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী আহি পোৱাৰ পূৰ্বেই বাসগৃহটো জুইত সম্পূৰ্ণৰূপে জাহ যায়।

স্থানীয় ৰাইজে অগ্নিনিৰ্বাপক বাহিনীয়ে ঘটনাস্থলীত নিৰ্ধাৰিত সময়ত উপস্থিত নোহোৱাৰ বাবে ক্ষোভ প্ৰকাশ কৰে।

Recent News

Bajali

বৰপেটা পৰিবহণ বিভাগৰ চৰম ব্যৰ্থতা : পথ সুৰক্ষা সপ্তাহতে ৬ লোকৰ দুৰ্ঘটনাত মৃত্যু

index.jpgs

লাল কিল্লা কাণ্ডৰ পিছত চাপত কৃষক সংগঠন! : ১ ফেব্ৰুৱাৰীৰ সংসদ অভিযান বাতিল; কি হ’ব পৰৱৰ্তী কাৰ্যসূচী?

বিৰাট কোহলী, অভিনেত্ৰী তমন্না ভাটিয়ালৈ কেৰালা উচ্চ ন্যায়ালয়ৰ জাননী

বিৰাট কোহলী, অভিনেত্ৰী তমন্না ভাটিয়ালৈ কেৰালা উচ্চ ন্যায়ালয়ৰ জাননী

index

ত্ৰিপুৰাৰ শিক্ষক বিক্ষোভত নিৰাপত্তাৰক্ষীসহ শতাধিক বিক্ষোভকাৰী আহত : ২ শতাধিক বিক্ষোভকাৰী শিক্ষকক গ্ৰেপ্তাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd