• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

গোৱালপাৰাৰ মৰনৈত নিশা ধুমুহাৰ তাণ্ডৱ : দুই কিলোমিটাৰ দূৰলৈ উৰি গ’ল ঘৰৰ মূধচৰ টিনপাত

নীলমণি শৰ্মা by নীলমণি শৰ্মা
May 21, 2019 1:05 pm
IMG_20190521_070758

মৰনৈত ধুমুহাৰ তাণ্ডৱ। ফটো : নৰ্থইষ্ট নাও

2.3k
VIEWS
Share on FacebookShare on Twitter

যোৱা নিশা গোৱালপাৰা জিলাৰ মাজেৰে পাৰ হৈ যোৱা প্ৰচণ্ড ধুমুহাই জিলাখনৰ মৰনৈ, কোদালধোৱা, দহিকাটা, ৰাজাপাৰা, ডূবাপাৰা আদি অঞ্চলত বিস্তৰ ক্ষতি কৰে। ধুমুহাৰ ফলত প্ৰায় সহস্ৰাধিক ৱাসগৃহ ধ্বংস হয়।

ধুমুহাৰ গতি ইমান তীব্ৰ আছিল যে ঘৰৰ মূধচৰ টিনপাট প্ৰায় দুই কিলোমিটাৰ দূৰলৈ উৰি গৈ পৰে। ইফালে অঞ্চলসমূহত গছ গছনি ভাঙি উভালি পৰিও ব্যাপক ক্ষতিসাধন হয়। সম্প্ৰতি অঞ্চলসমূহত গৃহহীন-ক্ষতিগ্ৰস্ত লোকৰ ক্ৰন্দনে এক কৰুণ পৰিবেশৰ সৃষ্টি কৰিছে।

IMG_20190521_070117
ধুমুহাত তচনচ গছ-গছনি। ফটো : নৰ্থইষ্ট নাও

জানিব পৰা মতে মৰনৈ শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ চাল উৰুৱাই নিয়াৰ লগতে বতাহ জাকে গোৱালপাৰা সৈনিক স্কুলৰ ব্যাপক ক্ষতি কৰে।

উল্লেখযোগ্য যে ১৭মে’ৰ নিশা জিলাখনৰ কৃষ্ণাইৰ পেটকাটাত অহা এক ধুমুহাই তাণ্ডৱৰ সৃষ্টি কৰিছিল। সেই বিধ্বংসী ধুমুহাত প্ৰায় পাঁচ শতাধিক বাসগৃহ ধ্বংস হোৱাৰ লগতে সা-সম্পত্তিৰ বিস্তৰ ক্ষতি হৈছিল।

সেইদিনাও ধুমুহাৰ ফলত ঘৰৰ মূধচ দুই-তিনি কিলোমিটাৰ আঁতৰলৈ উৰুৱাই নিছিল। সেইকাল ধুমুহাৰ ফলত গৃহহীন হৈ পৰা বহু পৰিয়ালে নিশাটো মুকলি আকাশৰ তলতে পাৰ কৰিবলগীয়া হৈছিল।

আনহাতে, সেইদিনা পেটকাটাৰ ওচৰৰে হাৰিমুৰাৰ নতুন বস্তিতো ধুমুহাই অৰ্ধশতাধিক ঘৰ দুৱাৰ ভাঙি তচনচ কৰিছিল।

Recent News

ভাৰতৰ বিৰুদ্ধে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ পৰিকল্পনা আছিল নেকি? ৬৩ দিনৰ যুদ্ধবিৰতিৰ পাছত পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে কি ক’লে?

ভাৰতৰ বিৰুদ্ধে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ পৰিকল্পনা আছিল নেকি? ৬৩ দিনৰ যুদ্ধবিৰতিৰ পাছত পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে কি ক’লে?

কংগ্ৰেছ নেতাৰ অধিক প্ৰশংসা! ৰাজস্থানৰ পাঠ্যপুথিত নিষিদ্ধ কৰা হ’ল কংগ্ৰেছৰ অৱদান সম্পৰ্কে থকা পাঠ

কংগ্ৰেছ নেতাৰ অধিক প্ৰশংসা! ৰাজস্থানৰ পাঠ্যপুথিত নিষিদ্ধ কৰা হ’ল কংগ্ৰেছৰ অৱদান সম্পৰ্কে থকা পাঠ

মাজনিশা ঘুমন্ত শ্ৰমিকক গাড়ীৰে মহতিয়াই নিলে মাতাল চালকে; নিমিষতে ৰক্তাক্ত ৰাজধানীৰ ফুটপাথ

মাজনিশা ঘুমন্ত শ্ৰমিকক গাড়ীৰে মহতিয়াই নিলে মাতাল চালকে; নিমিষতে ৰক্তাক্ত ৰাজধানীৰ ফুটপাথ

ৰাজ্যসভাৰ বাবে চাৰিজন লোকক মনোনীত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ

ৰাজ্যসভাৰ বাবে চাৰিজন লোকক মনোনীত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd