• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মাতৃৃ বন্দনা সপ্তাহ উপলক্ষে শিৱসাগৰত আলোচনা চক্ৰ

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
December 7, 2019 6:18 pm
Matri Bandana Week observed in Sivasagar
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শিৱসাগৰ জিলা সমাজ কল্যাণ বিভাগে দেশজুৰি উদযাপিত মাতৃ বন্দনা সপ্তাহ উপলক্ষে শনিবাৰে স্বাস্থ্য, খাদ্য, পুষ্টি আৰু স্বচ্ছতা বিষয়ক এক আলোচনা চক্ৰ অনুষ্ঠিত কৰে।

শিৱসাগৰ ছোৱালী মহাবিদ্যালয়ত অনুষ্ঠিত আলোচনা চক্ৰখনত জিলাখনৰ শিশু উন্নয়ন প্ৰকল্প বিষয়া, মুখ্য সেৱিকা, অংগনৱাড়ী আৰু আশা কৰ্মীসকল উপস্থিত থাকে৷

Apply Now

আলোচনা চক্ৰৰ সমল ব্যক্তি জিলা জনস্বাস্থ্য আৰু  কাৰিকৰী বিভাগৰ স্বচ্ছতাৰ নডেল বিষয়া ৰাজীৱ বৰপূজাৰীয়ে অনাময় ব্যৱস্থাৰ উপকাৰিতাৰ বিষয়ে বিতংকৈ উল্লেখ কৰে।

তেওঁ কয়, “অনাময় ব্যৱস্থা ভাল নহ’লে হাইজা, গ্ৰহণী, জন্দিচ আদি সংক্ৰামক ৰোগ বৃদ্ধি হয়।” সুস্বাস্থ্যৰ বাবে বিশুদ্ধ খোৱা পানী ব্যৱহাৰৰ ওপৰত তেওঁ গুৰুত্ব আৰোপ কৰে৷

তেওঁ সন্তানকো পৰিস্কাৰ-পৰিচ্ছন্নতাৰ বিষয়ে শিকোৱাৰ বাবে উপস্থিত মাতৃসকলক আহ্বান জনায়৷

স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডা: শ্যাম মাধৱ শৰ্মায়ো স্বাস্থ্য, খাদ্য আৰু পুষ্টি সন্দৰ্ভত ল’বলগীয়া ব্যৱস্থা সন্দৰ্ভত বক্তব্য প্ৰদান কৰে৷

আলোচনা চক্ৰখনত অৱসৰপ্ৰাপ্ত জিলা সমাজ কল্যাণ বিষয়া দীপালী স্বৰ্গীয়াৰী, শিৱসাগৰ ছোৱালী মহাবিদ্যালয়ৰ গৃহ বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপিকা ৰীতা বৰকটকী, অতিৰিক্ত মুখ্য স্বাস্থ্য বিষয়া আৰু জিলা সমাজ কল্যাণ বিষয়া দীপালী দেৱীয়েও বক্তব্য ৰাখে৷

শিৱসাগৰ জিলা প্ৰশাসনে অনুষ্ঠানটোত সহযোগিতা আগবঢ়ায়।

যোৱা ২ ডিচেম্বৰৰ পৰা অহা ৮ ডিচেম্বৰলৈ সমগ্ৰ দেশতে মাতৃ বন্দনা সপ্তাহ উদযাপন কৰা হৈছে।

পাৰ্শ্বজ্যোতি গগৈ

পাৰ্শ্বজ্যোতি গগৈ

Stay Connected

  • 117k Fans

Recent News

পুনৰ ৰক্তাক্ত মণিপুৰ! দম্পতীকে ধৰি কুকি সম্প্ৰদায়ৰ ৪জন নিহত, গুলীবিদ্ধ ৬ বছৰীয়া শিশু

পুনৰ ৰক্তাক্ত মণিপুৰ! দম্পতীকে ধৰি কুকি সম্প্ৰদায়ৰ ৪জন নিহত, গুলীবিদ্ধ ৬ বছৰীয়া শিশু

September 14, 2026 9:46 am
ট্ৰেইনত গৈ আছিল ব্ৰিটেইন আৰু চুইডেনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী, হঠাতে ৰাছিয়াৰ ড্ৰোন আক্ৰমণ, তাৰ পিছত…

ট্ৰেইনত গৈ আছিল ব্ৰিটেইন আৰু চুইডেনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী, হঠাতে ৰাছিয়াৰ ড্ৰোন আক্ৰমণ, তাৰ পিছত…

September 14, 2026 9:02 am
স্মৃতি-শ্বেফালীৰ দুৰ্দান্ত বেটিং, স্পিনাৰৰ ‘ধুমুহা’! শ্ৰীলংকাক পৰাস্ত কৰি এছিয়াৰ শ্ৰেষ্ঠ ভাৰত

স্মৃতি-শ্বেফালীৰ দুৰ্দান্ত বেটিং, স্পিনাৰৰ ‘ধুমুহা’! শ্ৰীলংকাক পৰাস্ত কৰি এছিয়াৰ শ্ৰেষ্ঠ ভাৰত

September 14, 2026 8:05 am
ধ্বংসৰ গৰাহত মানাহ ৰাষ্ট্ৰীয় উদ্যান! এনটিচিএৰ নিৰ্দেশৰ পাছতো নিমাত চৰকাৰ

ধ্বংসৰ গৰাহত মানাহ ৰাষ্ট্ৰীয় উদ্যান! এনটিচিএৰ নিৰ্দেশৰ পাছতো নিমাত চৰকাৰ

September 13, 2026 9:48 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পুনৰ ৰক্তাক্ত মণিপুৰ! দম্পতীকে ধৰি কুকি সম্প্ৰদায়ৰ ৪জন নিহত, গুলীবিদ্ধ ৬ বছৰীয়া শিশু

পুনৰ ৰক্তাক্ত মণিপুৰ! দম্পতীকে ধৰি কুকি সম্প্ৰদায়ৰ ৪জন নিহত, গুলীবিদ্ধ ৬ বছৰীয়া শিশু

September 14, 2026 9:46 am
ট্ৰেইনত গৈ আছিল ব্ৰিটেইন আৰু চুইডেনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী, হঠাতে ৰাছিয়াৰ ড্ৰোন আক্ৰমণ, তাৰ পিছত…

ট্ৰেইনত গৈ আছিল ব্ৰিটেইন আৰু চুইডেনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী, হঠাতে ৰাছিয়াৰ ড্ৰোন আক্ৰমণ, তাৰ পিছত…

September 14, 2026 9:02 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd