DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 1, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

Rupert Murdoch: এইবাৰকে ধৰি চাৰিবাৰ! জেৰী হলৰ সৈতে মিডিয়া সম্ৰাট ৰূপাৰ্ড মাৰ্ডকৰ বিবাহ বিচ্ছেদ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 24, 2022 10:10 am
জেৰী হল আৰু ৰূপাৰ্ড মাৰ্ডক।

জেৰী হল আৰু ৰূপাৰ্ড মাৰ্ডক।

88
VIEWS
Share on FacebookShare on Twitter

Rupert Murdoch আকৌ এবাৰ মিডিয়া সম্ৰাট ৰূপাৰ্ড মাৰ্ডকৰ বিবাহ বিচ্ছেদ ঘটিছে। তেওঁৰ বৰ্তমানৰ পত্নী তথা মডেল জেৰী হলৰ সৈতে বিবাহ বিচ্ছেদ হৈছে। অষ্ট্ৰেলিয়ান-আমেৰিকান উদ্যোগপতিজনে পূৰ্বে তিনিবাৰ বিবাহ পাশত আৱদ্ধ হৈছিল আৰু বিচ্ছেদ ঘটিছিল।

ৰূপাৰ্ড মাৰ্ডকে ২০১৬ চনৰ মাৰ্চত লণ্ডনত ৬৫ বছৰীয়া জেৰী হলক বিয়া কৰাইছিল। ফৰ্বছ আলোচনীয়ে অনুমান কৰা মতে যে মাৰ্ডকৰ মুঠ সম্পত্তিৰ মূল্য ১.৭ বিলিয়ন ডলাৰতকৈও (১৭০০ কোটি ডলাৰ) অধিক।

ৰূপাৰ্ড মাৰ্ডক আৰু জেৰী হলৰ বিয়াৰ সময়ৰ ফটো।

বিচ্ছেদ স্বত্বেও, মাৰ্ডক ফক্স নিউজ আৰু ৱাল ষ্ট্ৰীট জাৰ্নেলকে ধৰি অন্যান্য কোম্পানীৰ মালিক হৈ আছে। তেওঁ নিউয়ৰ্ক পোষ্ট, টাইমছ অফ লণ্ডন আৰু ব্ৰিটিছ টেবলইড দ্য চানৰ গৰাকী। মাৰ্ডক বা জেৰীয়ে তেওঁলোকৰ বিচ্ছেদৰ বিষয়ে কোনো মন্তব্য কৰা নাই।

মাৰ্ডকৰ প্ৰথম পত্নী আছিল অষ্ট্ৰেলিয়াৰ বিমান সেৱক পেট্ৰিচিয়া বুকাৰ। ১৯৬০ ৰ দশকৰ শেষৰ ফালে তেওঁৰ সৈতে মাৰ্ডকৰ বিচ্ছেদ হৈছিল।

মাৰ্ডকৰ দ্বিতীয় পত্নী এগৰাকী সাংবাদিক আছিল। নামটো আছিল আনা। ৩০ বছৰ একেলগে থকাৰ পিছত তেওঁলোক ১৯৯৯ চনত পৃথক হৈছিল।

ৰূপাৰ্ড মাৰ্ডক আৰু জেৰী হল।

মাৰ্ডকে তেতিয়া ৱেণ্ডি ডেঙক বিয়া কৰাইছিল। ২০১৩ চনত সেই বিয়াখনৰো পৰিসমাপ্তি ঘটিছিল।

জেৰী এগৰাকী অভিনেত্ৰী। তেওঁ দ্য ৰোলিং ষ্টোনৰ মুখ্য কণ্ঠশিল্পী মিক জেগাৰৰ দীৰ্ঘদিনীয়া সংগী আছিল। তেওঁলোকৰ চাৰিটা সন্তানো আছে।

Recent News

Noney landslide: নোনেৰ ভয়াৱহ ভূমিস্খলন; এতিয়াও কমেও ৫০ জন সন্ধানহীনৰ মাজত আছে অসমৰো ১৭ শ্ৰমিক

Noney landslide: নোনেৰ ভয়াৱহ ভূমিস্খলন; এতিয়াও কমেও ৫০ জন সন্ধানহীনৰ মাজত আছে অসমৰো ১৭ শ্ৰমিক

Israel’s parliament dissolves: ভংগ হ’ল ইজৰাইলৰ সংসদ; চাৰি বছৰৰত পঞ্চমবাৰৰ বাবে নিৰ্বাচনৰ দিশে ইহুদী ৰাষ্ট্ৰখন

Israel’s parliament dissolves: ভংগ হ’ল ইজৰাইলৰ সংসদ; চাৰি বছৰৰত পঞ্চমবাৰৰ বাবে নিৰ্বাচনৰ দিশে ইহুদী ৰাষ্ট্ৰখন

Maharashtra New Govt: শনি-দেওবাৰে মহাৰাষ্ট্ৰ বিধানসভাৰ বিশেষ অধিৱেশন; সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰিব সিন্দেই

Maharashtra New Govt: শনি-দেওবাৰে মহাৰাষ্ট্ৰ বিধানসভাৰ বিশেষ অধিৱেশন; সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰিব সিন্দেই

উদয়পুৰত কানহায়ালালক হত্যাৰ বিৰুদ্ধে নাগ্ৰীজুলিত বিশ্ব হিন্দু পৰিষদ, বজৰং দলৰ প্ৰতিবাদ

উদয়পুৰত কানহায়ালালক হত্যাৰ বিৰুদ্ধে নাগ্ৰীজুলিত বিশ্ব হিন্দু পৰিষদ, বজৰং দলৰ প্ৰতিবাদ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd