• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চীনৰ ৬০,০০০ মেগাৱাটৰ মেডগ’ জলবিদ্যুৎ প্ৰকল্পৰ অসমৰ প্ৰতি ভাবুকি! হ্ৰাস পাব ভূ-গৰ্ভৰ জলস্তৰ, কৃষিভূমি হৈ পৰিব খৰাং

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 1, 2025 5:21 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চীনত নিৰ্মাণাধীন ৬০,০০০ মেগাৱাট ক্ষমতাসম্পন্ন মেডগ জলবিদ্যুৎ প্ৰকল্প, অসম আৰু বাংলাদেশৰ বাবে গভীৰ পৰিৱেশগত আৰু আন্তঃগাঁথনিক বিপদৰ সংকেত বহন কৰিছে। এই বিষয়টিক লৈ ডিব্ৰুগড় প্ৰেছ ক্লাবে সাংবাদিকতাৰ ৫০ বছৰ উদযাপন উপলক্ষে অনুষ্ঠিত এক আলোচনা অনুষ্ঠিত হৈ যায়।

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক তথা অভিজ্ঞ ভূতত্ত্ববিদ ড° যোগেন্দ্ৰনাথ শৰ্মাই এই বৃহৎ প্ৰকল্পটোক “অসম আৰু বাংলাদেশৰ বাবে এক সম্ভাৱ্য বিপদ” বুলি আখ্যা দি তেওঁ কয়, বান্ধটোৰ ফলত নদীৰ পানীত পলসৰ ঘাট হোৱাৰ সম্ভাৱনাই নদীৰ পাৰৰ খহনীয়া বৃদ্ধি কৰিব পাৰে, যাৰ দ্বাৰা ভূমিক্ষয়, গাঁও উজাৰি যোৱা, আৰু কৃষি ভূমিৰ ক্ষতি হোৱাৰ আশংকা থাকিব।

Apply Now

তেওঁ ভূগৰ্ভস্থ পানী স্তৰ হ্ৰাস আৰু খৰাং-বৰষুণৰ ধৰণৰ অস্বাভাৱিকতা লৈও উদ্বেগ প্ৰকাশ কৰে। সেয়ে ব্ৰহ্মপুত্ৰ নদী মণ্ডলৰ জনসাধাৰণ, কৃষক, আৰু মাছমৰীয়াৰ জীৱিকাৰ ওপৰত বিপৰ্যয়ৰ আশংকাই দেখা দিছে।

ড° শৰ্মাই আগবঢ়োৱা আন এক গুৰুত্বপূর্ণ আশংকা হ’ল ভূমিকম্পৰ সম্ভাৱ্যতা। তেওঁ উল্লেখ কৰে, ১৯৫০ চনৰ ভয়ংকৰ ভূমিকম্পৰ দৰে ঘটনাই যদি বান্ধটোৰ গাঠনিক স্থিৰতা বিঘ্নিত কৰে, তেন্তে ই বিপৰ্যয়জনক বানপানী, ভূমিস্খলন সৃষ্টি কৰিব পাৰে।

বাংলাদেশৰ প্ৰসঙ্গত তেওঁ কয়, যদিও ইয়াৰলুং ছাংপো নদীয়ে ব্ৰহ্মপুত্ৰত অতি কম হাৰত পানী যোগায়, তথাপিও এই ধৰণৰ গাঁথনিৰ বিপদ উপেক্ষা কৰিব নোৱাৰি।

চীনৰ এই প্ৰকল্পৰ প্ৰতি সঁহাৰি দি ভাৰতেও ১১,০০০ মেগাৱাট জলবিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা কৰিছে, যদিও ড° শৰ্মাই স্বীকাৰ কৰে যে ইয়াৰো অভ্যন্তৰীণ পৰিৱেশগত প্ৰত্যাহ্বান থাকিব পাৰে।

এই আলোচনা সভাত ছিয়াং খিলঞ্জীয়া কৃষক মঞ্চৰ প্ৰতিনিধিসকলে লগতে অন্যান্য বিশিষ্ট অতিথিসকলে অংশগ্ৰহণ কৰে। ডিব্ৰুগড় প্ৰেছ ক্লাবৰ সাধাৰণ সম্পাদক ৰিপুঞ্জয় দাসৰ উদ্যোগত অনুষ্ঠিত অনুষ্ঠানটো ড° যোগেন্দ্ৰনাথ শৰ্মাক পৰম্পৰাগত উপহাৰেৰে সন্মান জনোৱাৰ জৰিয়তে সামৰণি পৰে।

এই বক্তৃতাই স্পষ্টকৈ চিহ্নিত কৰে যে চীনৰ এই উচ্চ ক্ষমতাৰ জলবিদ্যুৎ প্ৰকল্প কেৱল শক্তি উৎপাদন নহয়, বৰং ইয়াৰ অন্তৰ্গত ভূ-ৰাজনৈতিক আৰু পৰিবেশগত প্ৰভাৱসমূহৰ ওপৰতো সতর্ক দৃষ্টিৰ প্ৰয়োজন।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটী বিশ্ববিদ্যালয়ত জোৰামথাংগাৰ বিশেষ বক্তৃতা: অতীত সুঁৱৰি গ্ৰহণ কৰিলে স্নাতক ডিগ্ৰী

গুৱাহাটী বিশ্ববিদ্যালয়ত জোৰামথাংগাৰ বিশেষ বক্তৃতা: অতীত সুঁৱৰি গ্ৰহণ কৰিলে স্নাতক ডিগ্ৰী

August 20, 2026 9:37 pm
কাজিৰঙাৰ পৰিৱেশ-সংবেদনশীল অঞ্চলৰ পৰিসৰ সংকোচনৰ বিৰোধিতা ইলোৰা বিজ্ঞান মঞ্চৰ

কাজিৰঙাৰ পৰিৱেশ-সংবেদনশীল অঞ্চলৰ পৰিসৰ সংকোচনৰ বিৰোধিতা ইলোৰা বিজ্ঞান মঞ্চৰ

August 20, 2026 8:56 pm
মণিপুৰত পুনৰ উত্তেজনা: এন আৰ চিৰ দাবীত ৪৮ ঘণ্টীয়া বন্ধ, ২৩ আগষ্টলৈ বন্ধ থাকিব সকলো স্কুল-কলেজ

মণিপুৰত পুনৰ উত্তেজনা: এন আৰ চিৰ দাবীত ৪৮ ঘণ্টীয়া বন্ধ, ২৩ আগষ্টলৈ বন্ধ থাকিব সকলো স্কুল-কলেজ

August 20, 2026 7:59 pm
প্ৰশাসনিক কাৰণ নে আন কিবা? বাতিল হ’ল গ্ৰেট নিকোবৰত ডেটা চেণ্টাৰ প্ৰতিষ্ঠাৰ প্ৰস্তাৱ

প্ৰশাসনিক কাৰণ নে আন কিবা? বাতিল হ’ল গ্ৰেট নিকোবৰত ডেটা চেণ্টাৰ প্ৰতিষ্ঠাৰ প্ৰস্তাৱ

August 20, 2026 7:01 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটী বিশ্ববিদ্যালয়ত জোৰামথাংগাৰ বিশেষ বক্তৃতা: অতীত সুঁৱৰি গ্ৰহণ কৰিলে স্নাতক ডিগ্ৰী

গুৱাহাটী বিশ্ববিদ্যালয়ত জোৰামথাংগাৰ বিশেষ বক্তৃতা: অতীত সুঁৱৰি গ্ৰহণ কৰিলে স্নাতক ডিগ্ৰী

August 20, 2026 9:37 pm
কাজিৰঙাৰ পৰিৱেশ-সংবেদনশীল অঞ্চলৰ পৰিসৰ সংকোচনৰ বিৰোধিতা ইলোৰা বিজ্ঞান মঞ্চৰ

কাজিৰঙাৰ পৰিৱেশ-সংবেদনশীল অঞ্চলৰ পৰিসৰ সংকোচনৰ বিৰোধিতা ইলোৰা বিজ্ঞান মঞ্চৰ

August 20, 2026 8:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd