• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পৰাজিত হ’লেই পাৰমাণৱিক যুদ্ধ! ইউক্ৰেইনৰ প্ৰত্যাক্ৰমণৰ সন্মুখত ৰাছিয়াৰ কঠোৰ বাৰ্তা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 31, 2023 2:42 pm
দিমিত্রি মেডভেডেভ।

দিমিত্রি মেডভেডেভ।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ইউক্ৰেইনৰ ড্ৰ’নে এদিন পূৰ্বে মস্কোত আক্ৰমণ কৰিছিল। যাৰ বাবে মস্কো বিমানবন্দৰ সাময়িকভাৱে বন্ধ কৰিবলগীয়া হৈছিল। ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ’ল’ডিমিৰ জেলেনস্কিয়ে ৰাছিয়াত প্ৰত্যাক্ৰমণৰ কথা কৈছে। এই পৰিস্থিতিত ৰাছিয়াৰ প্ৰাক্তন ৰাষ্ট্ৰপতি তথা পুটিনৰ ঘনিষ্ঠ নেতা দিমিত্ৰী মেডভেডেভে পুনৰবাৰ ‘পাৰমাণৱিক আক্ৰমণ’ৰ ভাবুকি দিছে।

তেওঁ স্পষ্ট কৰি দিয়ে যে কিয়েভৰ প্ৰত্যাক্ৰমণ সফল হ’লে মস্কোৱে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰ কৰিব লাগিব। বৰ্তমান মেডভেডেভে পুটিন প্ৰশাসনৰ নিৰাপত্তা পৰিষদৰ ডেপুটি চেয়াৰমেনৰ পদত অধিষ্ঠিত হৈ আছে।

লগতে পঢ়ক: মণিপুৰৰ হিংসাত জ্বলি ছাই হৈ গ’ল ভাৰতীয় জাতীয় দলৰ ফুটবলাৰৰ সপোন; আক্ষেপ চিংলেনছানাৰ

Apply Now

দেওবাৰে ছ’চিয়েল মিডিয়াত তেওঁ কয় যে যদি ইউক্ৰেইনৰ আক্ৰমণৰ সন্মুখত ৰাছিয়াৰ সেনাই পিছুৱাই যাব লাগে তেন্তে ৰাছিয়াই পাৰমাণৱিক আক্ৰমণৰ পথ অনুসৰণ কৰিব লাগিব। মেডভেডেভে কয় যে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ এই সন্দৰ্ভত “ডিক্রী” আছে।

মেডভেডেভে কয় যে ‘’ইউক্ৰেইনে নাটোৰ সহযোগত যি আক্ৰমণ চলাই আছে, যদি ই সফল হয় আৰু তেওঁলোকে আমাৰ মাটিৰ যিকোনো অংশ দখল কৰে, তেন্তে ৰাছিয়াৰ ৰাষ্ট্ৰপতিৰ ডিক্রী অনুসৰি আমি পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰ কৰিবলৈ বাধ্য হ’ম। তেতিয়া আন কোনো উপায় নাথাকিব। গতিকে আমাৰ শত্ৰুৱে আমাৰ যোদ্ধাসকলৰ সফলতাৰ বাবে প্ৰাৰ্থনা কৰা উচিত। তেওঁলোকে নিশ্চিত কৰিব লাগিব যে সমগ্ৰ বিশ্বতে যাতে পাৰমাণৱিক যুদ্ধ আৰম্ভ নহয়।”

উল্লেখ্য যে ৰাছিয়া-ইউক্ৰেইন যুদ্ধ আৰম্ভ হোৱাৰ পিছত ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে এই ডিক্রী জাৰি কৰিছিল। এই ডিক্রী অনুসৰি ৰাছিয়াৰ অস্তিত্বৰ প্ৰতি ভাবুকি আহিলে, তাৰ প্ৰতি সঁহাৰি জনাই ৰাছিয়াৰ সেনাই গণবিধ্বংসী অস্ত্ৰ ব্যৱহাৰ কৰিব পাৰে। মেডভেডেভে এই আদেশৰ কথাই উল্লেখ কৰিছে।

লগতে পঢ়ক: মণিপুৰৰ হিংসাত জ্বলি ছাই হৈ গ’ল ভাৰতীয় জাতীয় দলৰ ফুটবলাৰৰ সপোন; আক্ষেপ চিংলেনছানাৰ

অৱশ্যে ইয়াৰ পূৰ্বেও মেডভেডেভে কেইবাবাৰো কাল্পনিক পৰিস্থিতিৰ ওপৰত ভিত্তি কৰি বক্তব্য আগবঢ়াইছে। ইয়াৰ পূৰ্বে ২০২৩ চনত আমেৰিকাত গৃহযুদ্ধ আৰম্ভ হ’ব বুলিও তেওঁ কয়। ইয়াৰ পূৰ্বে তেওঁ চলি থকা যুদ্ধত ৰাছিয়াই পৰাস্ত হ’লে ‘পাৰমাণৱিক যুদ্ধ’ৰ কথা কৈছিল।

চলিত বৰ্ষৰ আৰম্ভণিতে তেওঁ আনকি আন্তঃৰাষ্ট্ৰীয় অপৰাধ আদালতত হাইপাৰছ’নিক মিছাইল আক্ৰমণৰ ভাবুকিও দিছিল। এই পদক্ষেপত তেওঁ আন্তঃৰাষ্ট্ৰীয় ফৌজদাৰী আদালতৰ ন্যায়াধীশসকলক আকাশৰ ওপৰত চকু ৰাখিবলৈ পৰামৰ্শ দিয়াৰ জৰিয়তে প্ৰচ্ছন্নভাৱে ভাবুকি দিছিল।

টেলিগ্ৰামত তেওঁ লিখিছিল, “প্ৰত্যেকেই ভগৱান আৰু মিছাইলৰ ওচৰত উত্তৰ দিব লাগিব। মই ভালদৰে কল্পনা কৰিব পাৰো যে উত্তৰ সাগৰৰ ৰুছ যুদ্ধজাহাজৰ পৰা নিক্ষেপ কৰা হাইপাৰছ’নিক মিছাইল এটাই কেনেকৈ হেগৰ আদালতৰ ভৱনত খুন্দা মাৰিব।”

লগতে পঢ়ক: চলন্ত ৰে’লতে গুলীচালনা! আৰ পি এফ জোৱানৰ গুলীত নিহত সহকাৰী উপ পৰিদৰ্শক সহ ৪ জন

শেহতীয়াকৈ ইউক্ৰেইনে ৰাছিয়াৰ বিৰুদ্ধে প্ৰত্যাক্ৰমণ চলাইছে। জেলেনস্কিয়ে কয় যে এই আক্ৰমণৰ লক্ষ্য হৈছে ইউক্ৰেইনৰ যিবোৰ অংশ ৰাছিয়াই এতিয়ালৈকে দখল কৰি আছে সেইবোৰ পুনৰ দখল কৰা। কিন্তু এতিয়ালৈকে এই পদক্ষেপ বৰ বেছি ফলপ্ৰসূ হোৱা নাই।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

 “মোৰ অবিহনে ইজৰাইলৰ অস্তিত্ব নাথাকিলহেঁতেন”, ট্ৰাম্পৰ বিস্ফোৰক দাবী

 “মোৰ অবিহনে ইজৰাইলৰ অস্তিত্ব নাথাকিলহেঁতেন”, ট্ৰাম্পৰ বিস্ফোৰক দাবী

June 16, 2026 8:19 pm
পেপাৰ লিক হোৱাক কৈ সৰৱ ৰাহুল গান্ধী : ১৭ জুনত কোটাত প্ৰতিবাদী সমাৱেশ আহ্বান

পেপাৰ লিক হোৱাক কৈ সৰৱ ৰাহুল গান্ধী : ১৭ জুনত কোটাত প্ৰতিবাদী সমাৱেশ আহ্বান

June 16, 2026 7:19 pm
আমেৰিকা আৰু ইৰাণৰ মাজত ঐতিহাসিক বুজাবুজি! পৰমাণু অস্ত্ৰ ত্যাগ কৰাৰ পথত তেহৰাণ, ডনাল্ড ট্ৰাম্পৰ ডাঙৰ দাবী

আমেৰিকা আৰু ইৰাণৰ মাজত ঐতিহাসিক বুজাবুজি! পৰমাণু অস্ত্ৰ ত্যাগ কৰাৰ পথত তেহৰাণ, ডনাল্ড ট্ৰাম্পৰ ডাঙৰ দাবী

June 16, 2026 6:24 pm
আমেৰিকাৰ দৰ্শকৰ ফালে ‘বন্দুক’ টোঁৱাই উল্লাস! ইৰানৰ খেলুৱৈক নিষিদ্ধ কৰিব নেকি ফিফাই?

আমেৰিকাৰ দৰ্শকৰ ফালে ‘বন্দুক’ টোঁৱাই উল্লাস! ইৰানৰ খেলুৱৈক নিষিদ্ধ কৰিব নেকি ফিফাই?

June 16, 2026 5:44 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

 “মোৰ অবিহনে ইজৰাইলৰ অস্তিত্ব নাথাকিলহেঁতেন”, ট্ৰাম্পৰ বিস্ফোৰক দাবী

 “মোৰ অবিহনে ইজৰাইলৰ অস্তিত্ব নাথাকিলহেঁতেন”, ট্ৰাম্পৰ বিস্ফোৰক দাবী

June 16, 2026 8:19 pm
পেপাৰ লিক হোৱাক কৈ সৰৱ ৰাহুল গান্ধী : ১৭ জুনত কোটাত প্ৰতিবাদী সমাৱেশ আহ্বান

পেপাৰ লিক হোৱাক কৈ সৰৱ ৰাহুল গান্ধী : ১৭ জুনত কোটাত প্ৰতিবাদী সমাৱেশ আহ্বান

June 16, 2026 7:19 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd