• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, June 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বিশ্বৰ আটাইতকৈ ধনী পৰিয়াল! আমিৰশ্বাহীৰ ৰাজ পৰিয়ালৰ আছে ৭০০ গাড়ী, ৮ খন জেট বিমান…

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 20, 2024 9:56 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিশ্বৰ আটাইতকৈ ধনী পৰিয়ালটোৰ হাতত আছে ৪,০৭৮ কোটি টকাৰ প্ৰেছিডেঞ্চিয়েল পেলেচ (৩ পেন্টাগনৰ আকাৰ), ৮ খন ব্যক্তিগত জেট বিমান আৰু এটা জনপ্ৰিয় ফুটবল ক্লাব। জি কিউৰ এক প্ৰতিবেদন অনুসৰি আমিৰশ্বাহীৰ আল নাহিয়ান ৰাজ পৰিয়াল (ডুবাইৰ আল নাহিয়ান ৰাজ পৰিবাৰ) বিশ্বৰ আটাইতকৈ ধনী পৰিয়াল।

সংযুক্ত আৰব আমিৰশ্বাহীৰ ৰাষ্ট্ৰপতি শ্বেইখ মহম্মদ বিন জায়েদ আল নাহিয়ান বা এম বি জেড তেওঁৰ পৰিয়ালৰ মুৰব্বী আৰু তেওঁৰ ১৮ জন ভাতৃ আৰু ১১ জনী ভগ্নী আছে। আমিৰশ্বাহী ৰজাৰ আছে ৯ টা সন্তান আৰু ১৮ টা নাতি-নাতিনী।

মানচেষ্টাৰ চিটি ফুটবল ক্লাব আৰু গায়িকা ৰিহানাৰ বিউটি ব্ৰেণ্ড ফেণ্টীৰ পৰা আৰম্ভ কৰি ইলন মাস্কৰ স্পেচএক্স আৰু বিশ্বৰ তেলৰ মজুতৰ প্ৰায় ৬ শতাংশ মালিক এই পৰিয়ালটো।

Apply Now

আবুধাবি শাসকৰ কনিষ্ঠ ভাতৃ শ্বেইখ হামাদ বিন হামদান আল নাহিয়ানৰ হাতত আছে ৭০০ৰো অধিক গাড়ীৰ সংগ্ৰহ, য’ত আছে বিশ্বৰ সৰ্ববৃহৎ এছ ইউ ভি, পাঁচখন বুগাটি ভেয়ৰন, এখন লেমবৰ্গিনি ৰেভেণ্টন, এখন মাৰ্চিডিজ বেঞ্জ CLK GTR, এখন ফেৰাৰী 599XX আৰু… এখন মেকলেৰেন MC12।

ইউ এ ইৰ মালিকানাধীন কেইবাটাও ৰাজপ্ৰসাদৰ ভিতৰত আটাইতকৈ ডাঙৰ আবুধাবিৰ সোণালী ৰঙৰ কাছৰ আল ৱাটান ৰাষ্ট্ৰপতিৰ ৰাজপ্ৰসাদত এই পৰিয়ালটোৱে বাস কৰে। প্ৰায় ৯৪ একৰ মাটিত বিস্তৃত এই গ্ৰেণ্ড গম্বুজযুক্ত প্ৰাসাদটোত ৩ লাখ ৫০ হাজাৰ স্ফটিকেৰে নিৰ্মিত এটা চেণ্ডেলিয়াৰ (আলোক মঞ্জৰী) আছে আৰু ইয়াত মূল্যৱান ঐতিহাসিক সামগ্ৰী আছে।

ৰাষ্ট্ৰপতিগৰাকীৰ ভাতৃ তাহনৌন বিন জায়েদ আল নাহিয়ানে পৰিয়ালটোৰ মূল বিনিয়োগ কোম্পানীটোৰ মুৰব্বী, যাৰ মূল্য বিগত পাঁচ বছৰত প্ৰায় ২৮ হাজাৰ শতাংশ বৃদ্ধি পাইছে। বৰ্তমান ২৩৫ বিলিয়ন ডলাৰ মূল্যৰ এই কোম্পানীটোৱে কৃষি, শক্তি, মনোৰঞ্জন আৰু সামুদ্ৰিক ব্যৱসায়ৰ মালিক আৰু বহু হাজাৰ লোক ইয়াত কৰ্মৰত।

ইউ এ ইৰ উপৰিও ডুবাইৰ ৰাজপৰিয়ালৰ সদস্যসকলে পেৰিছ আৰু লণ্ডনকে ধৰি বিশ্বজুৰি বিলাসী সম্পত্তিৰ মালিক। ইংলেণ্ডৰ আটাইতকৈ আড়ম্বৰপূৰ্ণ চুবুৰীত থকা সম্পত্তিৰ বিশাল শৃংখলৰ বাবে পৰিয়ালটোৰ প্ৰাক্তন মুৰব্বীজনক “লণ্ডনৰ মালিক” বুলি ডাকনাম দিয়া হৈছিল। ২০১৫ চনৰ নিউয়ৰ্কাৰৰ এক প্ৰতিবেদন অনুসৰি ডুবাইৰ ৰাজপৰিয়ালৰ ধন-সম্পত্তি ব্ৰিটিছ ৰাজপৰিয়ালৰ সৈতে তুলনাযোগ্য আছিল।

২০০৮ চনত এম বি জেডৰ আবুধাবি ইউনাইটেড গ্ৰুপে ব্ৰিটেইনৰ ফুটবল দল মানচেষ্টাৰ চিটি ২,১২২ কোটি টকাত ক্ৰয় কৰে। মানচেষ্টাৰ চিটি, মুম্বাই চিটি, মেলবৰ্ণ চিটি আৰু নিউয়ৰ্ক চিটি ফুটবল ক্লাব পৰিচালনা কৰা চিটি ফুটবল গ্ৰুপৰ ৮১ শতাংশ মালিক কোম্পানীটো। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

June 16, 2026 9:46 pm
মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

June 16, 2026 9:33 pm
জি-৭ সন্মিলনত আকৌ মুখামুখি হ’ল মোদী আৰু মেলনী : এইবাৰ কি উপহাৰ দিলে নৰেন্দ্ৰ মোদীয়ে?

জি-৭ সন্মিলনত আকৌ মুখামুখি হ’ল মোদী আৰু মেলনী : এইবাৰ কি উপহাৰ দিলে নৰেন্দ্ৰ মোদীয়ে?

June 16, 2026 9:13 pm
নিৰ্বাচনৰ পথাৰত নামিবনে ককৰোচ জনতা পাৰ্টী, নিজৰ স্থিতি স্পষ্ট কৰিলে প্ৰতিষ্ঠাপক অভিজিতে

নিৰ্বাচনৰ পথাৰত নামিবনে ককৰোচ জনতা পাৰ্টী, নিজৰ স্থিতি স্পষ্ট কৰিলে প্ৰতিষ্ঠাপক অভিজিতে

June 16, 2026 9:07 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

June 16, 2026 9:46 pm
মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

June 16, 2026 9:33 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd