• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 24, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বান বিধস্ত বোকাখাত সমষ্টিৰ ক্ষয় ক্ষতিৰ বুজ লৈ বিভিন্ন বিভাগৰ বিষয়াৰে কৃষি মন্ত্রী অতুল বৰাৰ বৈঠক

Uttam Saikia উত্তম শইকীয়া
বোকাখাত , August 16, 2020 6:11 pm

2 min read

IMG-20200816-WA0017~2
2k
VIEWS
Share on FacebookShare on Twitter

বোকাখাত বিধান সমষ্টিৰ বিধায়ক কৃষিমন্ত্ৰী অতুল বৰাই আজি বোকাখাত মহকুমাধিপতি কাৰ্যালয়ৰ সভাকক্ষত বিভিন্ন বিভাগৰ মুৰব্বী বিষয়াসকলৰ সৈতে এক গুৰুত্বপূর্ণ বৈঠকত মিলতি হয়।

বৈঠকত মন্ত্রীগৰাকীয়ে শেহতীয়া বানপানীত মহকুমাটোত হােৱা ক্ষয়-ক্ষতিৰ বুজ লোৱাৰ উপৰিও মহকুমাটোত বানপানীত ক্ষতিগ্রস্ত হােৱা কৃষিভূমিৰ বিস্তৃত তথ্য কৃষি বিভাগক দাখিল কৰিবলৈ আৰু ক্ষতিগ্রস্ত কৃষক ৰাইজক দুর্যোগ ব্যৱস্থাপনা বিভাগৰ জৰিয়তে ক্ষতিপূৰ্ণ দিয়াৰ ক্ষেত্রত যাৱতীয় ব্যৱস্থা লবলৈ নির্দেশ দিয়ে।

বানপানীত মহকুমাৰ বিভিন্ন অঞ্চলত হােৱা পশুধনৰ ক্ষয় ক্ষতিৰাে সবিশেষ বুজ লৈ মন্ত্রীগৰাকীয়ে প্রতি গৰাকী ক্ষতিগ্রস্ত পশু পালকে যাতে দুর্যোগ ব্যৱস্থাপনা বিভাগৰ জৰিয়তে ক্ষতিপূৰণ লাভ কৰে সেয়া নিশ্চিত কৰিবলৈ পশু পালন বিভাগৰ বিষয়াক নির্দেশ দিয়ে।

গড়কাপ্তানী বিভাগৰ মুৰব্বী বিষয়াৰ সৈতে শেহতীয়া বানত মহকুমাটোত হােৱা বাট-পথ, দলং আদি ক্ষয় ক্ষতিৰো আলােচনা কৰি মন্ত্ৰী অতুল বৰাই ক্ষতি হােৱা পথ তথা দলংসমূহ তাৎক্ষনিক ভাৱে মেৰামতিৰ কৰিবলৈ গড়কাপ্তানি বিভাগক নির্দেশ দিয়ে।

একেদৰে বানপানীত ক্ষতিগ্রস্ত হােৱা স্বাস্থ্য বিভাগৰ হালধিবাৰী আৰু ধনশিৰীমূখত থকা দুটাকৈ উপ-স্বাস্থ্য কেন্দ্রৰ মেৰামতিৰ বিষয়ে আলােচনা কৰাৰ লগতে খণ্ড প্রাথমিক শিক্ষা বিষয়াক  মহকুমাটোত বানপানীত ক্ষস্তি হােৱা বিদ্যালয়সমূহৰ তালিকা দুর্যোগ ব্যৱস্থাপনা বিভাগক জমা দিবলৈ নির্দেশ দিয়ে।

মন্ত্ৰী অতুল বৰাই জলসম্পদ বিভাগৰ অধীনত বর্তমান সময়ত চলি থকা বিভিন্ন আঁচনিসমূহৰ ওপৰতাে বিভাগীয় বিষয়াৰে আলােচনা কৰে। জলসম্পদ বিভাগৰ বিষয়াক আঁচনিসমূহৰ কাম ত্ৰুতিহীন ভাৱে সম্পূর্ণ কৰিবলৈকো নির্দেশ দিয়ে।

বৈঠকত বোকাখাতৰ মহকুমাধিপতি বিবেক শ্যাম, ৰাজহ চক্র বিষয়া মানস কুমাৰ নাথ, সহকাৰী আযুক্ত ৰণনময় ভৰদ্বাজ, ৰাজহ চক্র বিষয়া (সংলগ্ন) শ্বাগুফতা অঞ্জম চোহেলীও উপস্থিত থাকে।

Recent News

Jemima-Khan-Peter-Morgan

নতুন প্ৰেমিকৰ সৈতে একেলগে বাস কৰিছে পাকিস্তানী প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ প্ৰাক্তন পত্নীয়ে

WhatsApp Image 2021-01-24 at 7.46.49 AM

অষ্ট্ৰেলিয়া ভ্ৰমণত অভিষক ঘটা ৫ ক্ৰিকেটাৰৰ লগতে শাৰ্দুলকো THAR-SUV উপহাৰ দিলে মহিন্দ্ৰাই

WhatsApp Image 2021-01-24 at 6.59.34 AM

নৃশংস! কাণত জুঁই লগাই দিয়াৰ পাছত হাতীৰ মৃত্যু; দুজনক গ্ৰেপ্তাৰ

IMG_20210123_191432~2

অন্ত পৰিল বোকাখাতত অনুষ্ঠিত ৰাষ্ট্ৰীয় কৃষি আৰু উদ্যান শস্য প্ৰদৰ্শনীৰ; শ্ৰেষ্ঠ প্ৰদৰ্শনকাৰীলৈ বঁটা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd