• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কোভিড-১৯ৰ লগতে সম্ভাৱ্য বানপস্থিতিৰ বাবে জিলা প্ৰশাসন সম্পূৰ্ণৰূপে সাঁজু থাকিব লাগিব : মুখ্যমন্ত্ৰী

জোনাইত কোভিড-১৯ৰ সাম্প্ৰতিক পৰিস্থিতিৰ বুজ ল’লে মুখ্যমন্ত্ৰীয়ে

এন ই নাও নিউজ by এন ই নাও নিউজ
May 23, 2020 7:15 pm
index.jpgtr
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি ধেমাজি জিলাৰ জোনাই পৰিদৰ্শন কৰি কোভিড-১৯ৰ যাৱতীয় ব্যৱস্থাৰ বুজ লয়।

মুখ্যমন্ত্ৰীয়ে লগতে জোনাই আৱৰ্ত্ত ভৱনত জোনাই মহকুমা আৰু ধেমাজি জিলা প্ৰশাসনৰ সৈতে এক বৈঠকত মিলিত হৈ এই ব্যৱস্থাৱলীসমূহৰ পৰ্যালোচনা কৰে।

Apply Now

বৈঠকত মুখ্যমন্ত্ৰীয়ে সম্ভাৱ্য বানপৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি জিলা প্ৰশাসনক যাৱতীয় সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰাৰ বাবে নিৰ্দেশ দিয়ে।

কোভিড-১৯ প্ৰট’কল ভালদৰে মানি চলি ৰাজ্যখনৰ জনসাধাৰণে এই অতিমাৰী নিয়ন্ত্ৰণৰ দিশত চৰকাৰলৈ সহায়ৰ হাত আগবঢ়াই অহাৰ বাবে জনসাধাৰণক ধন্যবাদ জ্ঞাপন কৰি মুখ্যমন্ত্ৰীয়ে শেহতীয়াকৈ ৰাজ্যখনত কোভিড-১৯ ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাৰ দিশত জনসাধাৰণক কোনো কাৰণতে ভীতিগ্ৰস্ত নহ’বলৈও আহ্বান জনায়।

মুখ্যমন্ত্ৰীয়ে লগতে ৰাজ্যখনৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলক আগন্তুক ঈদত উৎসৱমুখৰ পৰিৱেশৰ সলনি নিজৰ গৃহতে নামাজ আদায় কৰাৰ বাবে আহ্বান জনায়।

জোনাইত কোভিড-১৯ৰ বাবে স্থাপন কৰা ৬ টা কোৱাৰেণ্টাইন চেণ্টাৰত স্বাস্থ্যসন্মত খাদ্য, বিশুদ্ধ খোৱাপানী আৰু অবিৰত বিদ্যুৎ যোগানৰ লেখীয়া অত্যাৱশ্যকীয় সেৱাসমূহ অবিৰতভাৱে যোগান ধৰাৰ বাবে ধেমাজি জিলাৰ উপায়ুক্ত আৰু জোনাই মহকুমাৰ মহকুমাধিপতিক নিৰ্দেশ দি মুখ্যমন্ত্ৰীয়ে এই সামূহিক কোৱাৰেণ্টাইন চেণ্টাৰ সমূহত স্বাস্থ্যসন্মত অস্থায়ী শৌচাগাৰ নিৰ্মাণৰ বাবে জনস্বাস্থ্য কাৰিকৰী বিভাগক নিৰ্দেশ দিয়ে।

বৈঠকত মুখ্যমন্ত্ৰীয়ে জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকক এই জটিল সময়ত সমাজৰ জ্যেষ্ঠ নাগৰিকসকলক টেলিফোনযোগে বাৰ্তালাপ কৰি তেওঁলোকৰ স্বাস্থ্যৰ বুজ লোৱাৰ উপৰি উৎসাহিত কৰাৰ বাবেও নিৰ্দেশ দিয়ে।

বৈঠকত উপস্থিত থকা বেংকৰ বিষয়ৱবীয়াসকলক মুখ্যমন্ত্ৰীয়ে জিলাখনত থকা অতি ক্ষুদ্ৰ, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগীসকলক যথাসম্ভৱ সকলো প্ৰকাৰৰ সহায় আগবঢ়োৱাৰ বাবে নিৰ্দেশ দিয়ে।

আজিৰ এই পৰ্যালোচনামূলক বৈঠকত সাংসদ তপন কুমাৰ গগৈ, বিধায়কসকল ক্ৰমে ভূৱন পেগু, ডাঃ ৰণোজ পেগু, প্ৰশান্ত ফুকন, ঋতুপৰ্ণ বৰুৱা, ধেমাজি জিলাৰ উপায়ুক্ত, আৰক্ষী অধীক্ষক, জোনাই মহকুমাৰ মহকুমাধিপতিৰ লগতে অন্যান্য বিভাগসমূহৰ জ্যেষ্ঠ বিষয়াসককল উপস্থিত থাকে।

ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰীয়ে জোনাইৰ মুৰ্কং চেলেক মহাবিদ্যালয়ত স্থাপন কৰা কোৱাৰেণ্টাইন চেণ্টাৰ পৰিদৰ্শন কৰি ইয়াত উপলব্ধ থকা বিভিন্ন সা-সুবিধাৰ বুজ লয়।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অসমত বানৰ ভয়াৱহ প্ৰভাৱ: ক্ষতিগ্ৰস্ত ৮৮ হাজাৰৰো অধিক পশুধন

অসমত বানৰ ভয়াৱহ প্ৰভাৱ: ক্ষতিগ্ৰস্ত ৮৮ হাজাৰৰো অধিক পশুধন

July 28, 2026 11:51 am
শ্ৰমিকৰ জীৱনক লৈ হেতালি খেলাৰ ভয়ংকৰ পৰিণতি! স্বত্বাধিকাৰীসহ পাঁচজনক গ্ৰেপ্তাৰ আৰক্ষীৰ

শ্ৰমিকৰ জীৱনক লৈ হেতালি খেলাৰ ভয়ংকৰ পৰিণতি! স্বত্বাধিকাৰীসহ পাঁচজনক গ্ৰেপ্তাৰ আৰক্ষীৰ

July 28, 2026 11:20 am
নিট প্ৰতিবাদকাৰীৰ বিৰুদ্ধে ৰুজু হোৱা সকলো গোচৰ প্ৰত্যাহাৰৰ সিদ্ধান্ত অসম চৰকাৰৰ

নিট প্ৰতিবাদকাৰীৰ বিৰুদ্ধে ৰুজু হোৱা সকলো গোচৰ প্ৰত্যাহাৰৰ সিদ্ধান্ত অসম চৰকাৰৰ

July 28, 2026 9:59 am
বানৰ বিভীষিকাৰ মাজত কেনেদৰে সুৰক্ষিত ৰাখিব নিজকে আৰু পৰিয়ালক?

বানৰ বিভীষিকাৰ মাজত কেনেদৰে সুৰক্ষিত ৰাখিব নিজকে আৰু পৰিয়ালক?

July 28, 2026 8:04 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসমত বানৰ ভয়াৱহ প্ৰভাৱ: ক্ষতিগ্ৰস্ত ৮৮ হাজাৰৰো অধিক পশুধন

অসমত বানৰ ভয়াৱহ প্ৰভাৱ: ক্ষতিগ্ৰস্ত ৮৮ হাজাৰৰো অধিক পশুধন

July 28, 2026 11:51 am
শ্ৰমিকৰ জীৱনক লৈ হেতালি খেলাৰ ভয়ংকৰ পৰিণতি! স্বত্বাধিকাৰীসহ পাঁচজনক গ্ৰেপ্তাৰ আৰক্ষীৰ

শ্ৰমিকৰ জীৱনক লৈ হেতালি খেলাৰ ভয়ংকৰ পৰিণতি! স্বত্বাধিকাৰীসহ পাঁচজনক গ্ৰেপ্তাৰ আৰক্ষীৰ

July 28, 2026 11:20 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd