• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বৃটেইনৰ পৰা অহা পৰ্যটকৰ বাবে প্ৰৱেশ নিষিদ্ধ মেঘালয় চৰকাৰৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , December 24, 2020 2:05 pm

1 min read

বৃটেইনৰ পৰা অহা পৰ্যটকৰ বাবে প্ৰৱেশ নিষিদ্ধ মেঘালয় চৰকাৰৰ

প্ৰতিনিধিত্বমূলক চিত্ৰ

332
VIEWS
Share on FacebookShare on Twitter

বৃটেইনত দেখা দিয়া ক’ভিড-১৯ৰ নতুন সংক্ৰমণে বিশ্ববাসীক চিন্তিত কৰি তোলাৰ সময়তে য়ুৰোপীয় দেশৰ পৰা অহা পৰ্যটকসকলৰ বাবে প্ৰৱেশ নিষিদ্ধ কৰিছে মেঘালয় চৰকাৰে।

চৰকাৰী নিৰ্দেশ অনুসৰি, চৰকাৰে বৃটেইন বা সেই দেশৰ মাজেৰে অহা লোকসকলক পৃথক হৈ থাকিবলৈ আৰু তেওঁলোকৰ ভ্ৰমণৰ বিষয়ে চৰকাৰক অৱগত কৰিবলৈ আহ্বান জনাইছে।

মুখ্য সচিব এম এছ ৰাওৱে বুধবাৰে এক নিৰ্দেশনা জাৰি কৰি কয়, ‘ক’ভিড-১৯ৰ নতুন সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি বৃটেইনৰ পৰা অহা সকলো পৰ্যটকৰ প্ৰৱেশ তাৎক্ষণিকভাৱে বলৱৎ হোৱাকে নিষিদ্ধ কৰা হৈছে’।

তেওঁ লগতে কয়, ‘যোৱা চাৰি সপ্তাহত (২৫ নৱেম্বৰৰ পৰা ২৩ ডিচেম্বৰ ২০২০লৈ) ৰাজ্যলৈ অহা সকলো লোকেই যোৱা ১৪ দিনত কোন কোন ঠাইলৈ গৈছে সেই সকলো তথ্য ৰাজ্যখনৰ পৰ্যটন বিভাগক অৱগত কৰিব লাগিব আৰু সকলোৱে আৰটি-পিচিআৰ টেষ্টো কৰিব লাগিব’।

তেওঁ লগতে মানুহক ঘৰৰ পৰা ওলাই আহোতে মাস্ক পিন্ধিব আৰু ক’ভিড-১৯ৰ অন্যান্য নিৰ্দেশনাৱলী অনুসৰণ কৰিবলৈ অনুৰোধ জনায়।

চৰকাৰী সূত্ৰই কৈছে যে শেহতীয়াকৈ বৃটেইনৰ পৰা অহা ৫ জন লোকৰ তথ্য লাভ কৰা গৈছে আৰু স্বাস্থ্য কৰ্মীয়ে তেওঁলোকৰ সৈতে যোগাযোগ কৰিছে।

এই পৰ্যন্ত মেঘালয়ত সৰ্বমুঠ ১৩,২৯৮ গৰাকী লোক ক’ৰ’না ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হৈছে আৰু ইয়াৰ ফলত ১৩৫ জন লোকৰ মৃত্যু হৈছে।

Recent News

Deadbody

শিৱসাগৰত চাঞ্চল্য: প্ৰধানমন্ত্ৰীৰ সভাস্থলীৰ কাষতে উদ্ধাৰ চিকিৎসকৰ মৃতদেহ

Modi-28

জেৰেঙাত মোদীৰ ভাষণৰ পৰা বাহিৰ হ’ল অসম চুক্তি, জনজাতিকৰণকে ধৰি বহুকেইটা প্ৰসংগ

IMG-20210123-WA0002

বৰপেটাত ৫০৩ জনৰ মাজত মাটিৰ পট্টা বিতৰণ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd