• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ভাৰতৰ মৌলিক ধাৰণাৰ বিৰোধী; বিজেপিৰ মিত্ৰদলৰেই ইউনিফৰ্ম চিভিল কোডৰ বিৰোধিতা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 2, 2023 9:36 am
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আগন্তুক সংসদৰ বৰ্ষাকালীন অধিবেশনত কেন্দ্ৰই ইউনিফৰ্ম চিভিল কোড বিধেয়ক উত্থাপন কৰিবলৈ লৰালৰি কৰাৰ সময়তে বিজেপিৰ ভিতৰতে এই বিতৰ্কিত প্ৰস্তাৱৰ বিৰোধিতা বৃদ্ধি পাইছে। এইবাৰ বিজেপিৰ মিত্ৰ এনপিপিয়ে কৈছে যে ইউনিফৰ্ম চিভিল কোড ভাৰতৰ মৌলিক ধাৰণাৰ বিৰোধী।

মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই স্পষ্ট ইংগিত দিছে যে যদিহে কেন্দ্ৰই ইউনিফৰ্ম চিভিল কোড জাপি দিবলৈ জোৰ দিয়ে তেন্তে তেওঁৰ দলে ইয়াৰ বিৰোধিতা কৰিব।

চাংমাই কৈছে, “বৈচিত্ৰৰ মাজত ঐক্যতাই আমাৰ পৰিচয়। সেইটোৱেই আমাৰ শক্তি। এন পি পিয়ে অনুভৱ কৰে যে ভাৰতৰ দৰে বহুত্ববাদী দেশত এক আইন ৰূপায়ণ কৰাটো আমাৰ মূল ধাৰণাটোৰ বিৰোধী।‘’

Apply Now

লগতে পঢ়ক: অবিশ্বাস্য গুৰপ্ৰীত! পেনাল্টিত লেবাননক পৰাস্ত কৰি ছাফ চেম্পিয়নশ্বিপৰ ফাইনেলত ভাৰত

কনৰাডে স্পষ্ট কৰি কয় যে উত্তৰ-পূব ভাৰতৰ নিজস্ব সংস্কৃতি আছে। আৰু আমি তেনেকৈয়ে থাকিব বিচাৰো। তেওঁৰ মতে মেঘালয়ত বহু সম্প্ৰদায়ে বাস কৰে। তেওঁলোকৰ সংস্কৃতি বেলেগ, ইয়াক সলনি কৰাটো সম্ভৱ নহয়।

বিজেপিৰ মিত্ৰজোঁটৰ অংশীদাৰৰ এনে বিৰোধিতাৰ বিপৰীতে মুছলমান পক্ষই সদ্যহতে ইউনিফৰ্ম চিভিল কোডৰ ওপৰত মৌনতা অৱলম্বন কৰাৰ কৌশল গ্রহণ কৰিছে৷ দিল্লীৰ জামা মছজিদৰ শ্বাহী ইমাম চৈয়দ আহমেদ বুখাৰীয়ে ইউনিফৰ্ম চিভিল কোডৰ বিতৰ্কক লৈ মৌনতা অৱলম্বন কৰিবলৈ দেশৰ মুছলমান সম্প্ৰদায়ক ‘ফতোৱা’ জাৰি কৰিছে।

বুখাৰীয়ে  বহিঃৰাজ্যৰ পৰা অহা মুছলমান সম্প্ৰদায়ৰ বিভিন্ন সংগঠনক এই বিষয়ে মুখ মেলিব নালাগে বুলি পৰামৰ্শ দিয়ে। অৱশ্যে আইনগতভাৱে বিৰোধিতা কৰা হ’ব বুলি স্পষ্ট ইংগিত দিছে মুছলিম পাৰ্চনেল ল ব’ৰ্ডে।

লগতে পঢ়ক: ১২৫ বছৰ গৰকিলে চকচকা চৰকাৰী মজলীয়া বিদ্যালয়ে

অৱশ্যে সকলো বিৰোধিতা সত্তেও ইউনিফৰ্ম চিভিল কোড বিধেয়ক যে অনা হ’ব  সেইটোও একপ্ৰাকৰ নিশ্চিত। বিজেপিৰ মতে ইউনিফৰ্ম চিভিল কোড বলবৎ হ’লে সামাজিক সম্প্ৰীতি অটুট থাকিব। লিংগ বৈষম্য নাইকিয়া হ’ব। নাৰী শক্তিশালী হ’ব। আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়টো হ’ল ই ভাৰতৰ সংবিধানৰ ভাৱধাৰা ৰক্ষা কৰিব৷

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সমাজবিজ্ঞানৰ শিক্ষয়িত্ৰী, বঞ্চিত শিশুৰ বাবে সেৱা; ‘মিছ ৱৰ্ল্ড ২০২৬’ হ’ল ডমিনিকান সুন্দৰী

সমাজবিজ্ঞানৰ শিক্ষয়িত্ৰী, বঞ্চিত শিশুৰ বাবে সেৱা; ‘মিছ ৱৰ্ল্ড ২০২৬’ হ’ল ডমিনিকান সুন্দৰী

September 6, 2026 7:51 am
এচিয়া কাপত পাকিস্তানৰ বিৰুদ্ধে নামিয়েই ইতিহাস ৰচিলে হৰমনপ্ৰীত কৌৰে

এচিয়া কাপত পাকিস্তানৰ বিৰুদ্ধে নামিয়েই ইতিহাস ৰচিলে হৰমনপ্ৰীত কৌৰে

September 5, 2026 10:01 pm
১০ অক্টোবৰৰ পৰা আৰম্ভ হ’ব ইণ্ডিয়ান ছুপাৰ লীগ, পুৰণি ‘হোম এণ্ড এৱে’ ফৰ্মেটলৈ ঘূৰিল ভাৰতীয় ফুটবল

১০ অক্টোবৰৰ পৰা আৰম্ভ হ’ব ইণ্ডিয়ান ছুপাৰ লীগ, পুৰণি ‘হোম এণ্ড এৱে’ ফৰ্মেটলৈ ঘূৰিল ভাৰতীয় ফুটবল

September 5, 2026 8:48 pm
৫০০ বছৰ ধৰি আমি ভুল মানচিত্ৰ পঢ়ি আছিলোঁ নেকি? ৰাষ্ট্ৰসংঘই সলনি কৰিলে পৃথিৱীৰ মেপ!

৫০০ বছৰ ধৰি আমি ভুল মানচিত্ৰ পঢ়ি আছিলোঁ নেকি? ৰাষ্ট্ৰসংঘই সলনি কৰিলে পৃথিৱীৰ মেপ!

September 5, 2026 8:03 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সমাজবিজ্ঞানৰ শিক্ষয়িত্ৰী, বঞ্চিত শিশুৰ বাবে সেৱা; ‘মিছ ৱৰ্ল্ড ২০২৬’ হ’ল ডমিনিকান সুন্দৰী

সমাজবিজ্ঞানৰ শিক্ষয়িত্ৰী, বঞ্চিত শিশুৰ বাবে সেৱা; ‘মিছ ৱৰ্ল্ড ২০২৬’ হ’ল ডমিনিকান সুন্দৰী

September 6, 2026 7:51 am
এচিয়া কাপত পাকিস্তানৰ বিৰুদ্ধে নামিয়েই ইতিহাস ৰচিলে হৰমনপ্ৰীত কৌৰে

এচিয়া কাপত পাকিস্তানৰ বিৰুদ্ধে নামিয়েই ইতিহাস ৰচিলে হৰমনপ্ৰীত কৌৰে

September 5, 2026 10:01 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd