• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

গোৱাৰ ৰাজ্যপাল সত্য পাল মালিকক মেঘালয়ৰ নতুন ৰাজ্যপাল হিচাপে নিযুক্তি

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , August 18, 2020 12:17 pm

1 min read

Satyal-Pal-Malik-715x375

ৰাজ্যপাল সত্য পাল মালিক। ফাইল ফটো

188
VIEWS
Share on FacebookShare on Twitter

গোৱাৰ ৰাজ্যপাল সত্য পাল মালিকক মেঘালয়ৰ নতুন ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হৈছে।

মহাৰাষ্ট্ৰৰ ৰাজ্যপাল ভগত সি কোশিয়াৰিক গোৱাৰ অতিৰিক্ত দায়িত্ব অৰ্পন কৰা হৈছে।

যোৱা ২০১৯ৰ অক্টোবৰত সত্য পাল মালিকক গোৱাৰ ৰাজ্যপাল হিচাপে নিযুক্ত কৰা হৈছিল।

ইয়াৰ পূৰ্বে তেওঁ পূৰ্বৰ জম্মু আৰু কাশ্মীৰ ৰাজ্যখনৰ ৰাজ্যপাল হিচাপে সেৱা আগবঢ়াইছিল।

WhatsApp-Image-2020-08-18-at-11.35.50-AM-scaled

২০১৯ৰ আগষ্টত বিশেষ মৰ্যাদা কৰ্তন কৰা আৰু দুখন কেন্দ্ৰীয় শাসিত অঞ্চলত বিভাজিত কৰাৰ সময়ত মালিক জম্মু আৰু কাশ্মীৰৰ দায়িত্বত আছিল।

 

১৯৬৫চনত ৰাজনৈতিক জীৱনৰ পাতনি মেলা মালিকে ১৯৮০চনত লোক দলৰ সদস্য হিচাপে প্ৰথমবাৰৰ বাবে ৰাজ্যসভালৈ নিৰ্বাচিত হৈছিল।

ইয়াৰ পাছত তেওঁ ১৯৮৬চনত কংগ্ৰেছ প্ৰাৰ্থী হিচাপে পুনৰ ৰাজ্যসভালৈ নিৰ্বাচিত হয়।

২০০৫চনত মালিকে ভাৰতীয় জনতা পৰ্টিত যোগদান কৰে আৰু লোকসভালৈ নিৰ্বাচিত হয়।

Recent News

20210121_135407

সংবাদমেলত ক’লা পতাকা প্ৰদৰ্শন কৰি প্ৰধানমন্ত্ৰীৰ শিৱসাগৰ ভ্ৰমণক তীব্ৰ বিৰোধিতা বীৰ লাচিত সেনাৰ

WhatsApp Image 2021-01-21 at 2.23.50 PM

আশ্চৰ্যকৰ! অস্ত্ৰোপচাৰ কৰি নিজৰ উচ্চতা ২ ইঞ্চি বৃদ্ধি কৰি ল’লে যুৱকে; কিমান পৰিল খৰচ?

তামুলপুৰত বিজেপিৰ দলীয় প্ৰাৰ্থিত্বৰ দৌৰত প্ৰাক্তন মন্ত্ৰী পদম বাহাদুৰ চৌহানৰ পুত্ৰ ৰাজেন চৌহান

তামুলপুৰত বিজেপিৰ দলীয় প্ৰাৰ্থিত্বৰ দৌৰত প্ৰাক্তন মন্ত্ৰী পদম বাহাদুৰ চৌহানৰ পুত্ৰ ৰাজেন চৌহান

জুভেণ্টাছৰ ষ্টাৰ ক্ৰিষ্টিয়ানো ৰ’নাল্ডোৱে গঢ়িলে আন এক অভিলেখ

জুভেণ্টাছৰ ষ্টাৰ ক্ৰিষ্টিয়ানো ৰ’নাল্ডোৱে গঢ়িলে আন এক অভিলেখ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd