• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, October 12, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home জীৱনশৈলী

পুৰুষৰ স্বাস্থ্যৰ ওপৰত নতুন গৱেষণা: তিনিটা প্ৰধান ৰোগত অধিক আক্ৰান্ত পুৰুষ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 5, 2025 6:30 am
45
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এক নতুন গৱেষণাই প্ৰকাশ কৰিছে যে পুৰুষসকল মহিলাতকৈ তিনিটা প্ৰধান ৰোগত অধিক আক্ৰান্ত হৈছে: ডায়েবেটিছ, উচ্চ ৰক্তচাপ, আৰু এইডছ। ‘প্ল’ছ’ নামৰ চিকিৎসা আলোচনীত প্ৰকাশিত এই গৱেষণাৰ বাবে ১৩১খন দেশৰ পুৰুষ আৰু মহিলাৰ ওপৰত সমীক্ষা চলোৱা হৈছিল। গৱেষকসকলে লক্ষ্য কৰিছে যে এই তিনিটা ৰোগত পুৰুষৰ আক্ৰান্তৰ হাৰ আৰু মৃত্যুৰ হাৰ মহিলাতকৈ বেছি। এই তথ্যই পুৰুষৰ স্বাস্থ্যৰ প্ৰতি অধিক মনোযোগ দিয়াৰ প্ৰয়োজনীয়তাৰ ওপৰত আলোক্পাত কৰিছে।

গৱেষণাৰ মতে, পুৰুষৰ অস্বাস্থ্যকৰ জীৱনশৈলী এই ৰোগৰ বাবে বহুপৰিমাণে দায়ী। ধূমপান, অত্যধিক মদ্যপান, অস্বাস্থ্যকৰ খাদ্যাভ্যাস, শাৰীৰিক ব্যায়ামৰ অভাৱ, আৰু নিয়মিত স্বাস্থ্য পৰীক্ষাৰ অভাৱৰ ফলত ডায়েবেটিছত আক্ৰন্তৰ সংখ্যা বৃদ্ধি পায়। ভাৰত, বাংলাদেশ, পাকিস্তান, ইথিওপিয়া, আৰু ইকুৱেডৰৰ দৰে দেশত পুৰুষৰ ডায়েবেটিছৰ প্ৰৱণতা অধিক। ৩০ বছৰৰ পিছত এই ৰোগৰ সম্ভাৱনা বৃদ্ধি পায়, আৰু বহুতেই প্ৰি-ডায়েবেটিছৰ পৰ্যায়ত থাকে বা নিয়মিত ইনচুলিন গ্ৰহণ কৰিবলগীয়া হয়। ইয়াৰ উপৰিও, এইচ আই ভি/এইডছৰ ক্ষেত্ৰতো পুৰুষৰ আক্ৰান্তৰ সংখ্যা বেছি। অসুৰক্ষিত যৌন সম্পৰ্ক, একাধিক সংগী, আৰু সজাগতাৰ অভাৱৰ বাবে এই ৰোগৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পাইছে, বিশেষকৈ যুৱক-যুৱতীৰ মাজত।

Apply Now

উচ্চ ৰক্তচাপ এছিয়াৰ দেশসমূহত, বিশেষকৈ ভাৰতত, এক গুৰুতৰ সমস্যা। ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য সমীক্ষাৰ তথ্য অনুসৰি, ভাৰতৰ প্ৰায় ৫০ শতাংশ পুৰুষ উচ্চ ৰক্তচাপত ভুগিছে, মহিলাৰ ক্ষেত্ৰত এই হাৰ ৩৬ শতাংশৰ ওচৰত। ২০ৰ পৰা ৩০ বছৰ বয়সৰ প্ৰতি দহজন পুৰুষৰ মাজত এজন এই সমস্যাত আক্ৰান্ত। ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদৰ ২০১৯-২০২১ চনৰ সমীক্ষাত দেখা গৈছে যে চহৰ আৰু গ্ৰাম্য দুয়োটা অঞ্চলৰ পুৰুষ উচ্চ ৰক্তচাপৰ শিকাৰত ভুগিছে। এই ৰোগৰ ফলত হৃদৰোগ আৰু ষ্ট্ৰোকৰ সংখ্যাও বৃদ্ধি পাইছে। গৱেষকসকলে পৰামৰ্শ দিছে যে নিয়মিত স্বাস্থ্য পৰীক্ষা, স্বাস্থ্যকৰ জীৱনশৈলী, আৰু সজাগতাৰ জৰিয়তে এই ৰোগসমূহৰ প্ৰতিৰোধ সম্ভৱ।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ডাকোৱালৰ দিনবোৰ এতিয়া মাথো নষ্টালজিয়া! ড্ৰোণেৰে প্ৰেৰণ কৰা হ’ব চিঠি; অসমৰ ৪০ টা ডাকঘৰত কৰা হৈছে ড্ৰোণৰ ব্যৱস্থা

ডাকোৱালৰ দিনবোৰ এতিয়া মাথো নষ্টালজিয়া! ড্ৰোণেৰে প্ৰেৰণ কৰা হ’ব চিঠি; অসমৰ ৪০ টা ডাকঘৰত কৰা হৈছে ড্ৰোণৰ ব্যৱস্থা

October 11, 2026 9:15 pm
ডিয়ুং নৈদৰ বুকুত শিল খননৰ পৰিকল্পনা বাতিলৰ দাবী ৯খন গাঁৱৰ ৰাইজৰ : নদী খহনীয়াৰ আশংকাত ক্ষুব্ধ খিলঞ্জীয়া লোক

ডিয়ুং নৈদৰ বুকুত শিল খননৰ পৰিকল্পনা বাতিলৰ দাবী ৯খন গাঁৱৰ ৰাইজৰ : নদী খহনীয়াৰ আশংকাত ক্ষুব্ধ খিলঞ্জীয়া লোক

October 11, 2026 8:00 pm
দিল্লীৰ প্ৰতিবাদত বিজেপিৰ ভেৰোণীয়া গুণ্ডাৰ অতপালি! মহিলা প্ৰতিবাদকাৰীক প্ৰহাৰ কৰি গ্ৰেপ্তাৰ চাৰি হিন্দুত্ববাদী

দিল্লীৰ প্ৰতিবাদত বিজেপিৰ ভেৰোণীয়া গুণ্ডাৰ অতপালি! মহিলা প্ৰতিবাদকাৰীক প্ৰহাৰ কৰি গ্ৰেপ্তাৰ চাৰি হিন্দুত্ববাদী

October 11, 2026 7:00 pm
জ্ঞানেশ কুমাৰক বচাবলৈ নাগৰিকৰ বিৰুদ্ধে যুদ্ধত নামিছে মোদী-শ্বাহ! বিস্ফোৰক অভিযোগ চিজেপিৰ

জ্ঞানেশ কুমাৰক বচাবলৈ নাগৰিকৰ বিৰুদ্ধে যুদ্ধত নামিছে মোদী-শ্বাহ! বিস্ফোৰক অভিযোগ চিজেপিৰ

October 11, 2026 6:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ডাকোৱালৰ দিনবোৰ এতিয়া মাথো নষ্টালজিয়া! ড্ৰোণেৰে প্ৰেৰণ কৰা হ’ব চিঠি; অসমৰ ৪০ টা ডাকঘৰত কৰা হৈছে ড্ৰোণৰ ব্যৱস্থা

ডাকোৱালৰ দিনবোৰ এতিয়া মাথো নষ্টালজিয়া! ড্ৰোণেৰে প্ৰেৰণ কৰা হ’ব চিঠি; অসমৰ ৪০ টা ডাকঘৰত কৰা হৈছে ড্ৰোণৰ ব্যৱস্থা

October 11, 2026 9:15 pm
ডিয়ুং নৈদৰ বুকুত শিল খননৰ পৰিকল্পনা বাতিলৰ দাবী ৯খন গাঁৱৰ ৰাইজৰ : নদী খহনীয়াৰ আশংকাত ক্ষুব্ধ খিলঞ্জীয়া লোক

ডিয়ুং নৈদৰ বুকুত শিল খননৰ পৰিকল্পনা বাতিলৰ দাবী ৯খন গাঁৱৰ ৰাইজৰ : নদী খহনীয়াৰ আশংকাত ক্ষুব্ধ খিলঞ্জীয়া লোক

October 11, 2026 8:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd