DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, March 21, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মানসিক বিকাৰগ্ৰস্ত যুৱতীক ধৰ্ষণ কৰি হানি-খুচি হত্যা

মানস প্ৰতিম গগৈ by মানস প্ৰতিম গগৈ
September 19, 2019 2:33 pm
Assam woman stripped naked in Delhi PS; beaten in private parts

প্ৰতীকী ছবি।

6.8k
VIEWS
Share on FacebookShare on Twitter

উজনি অসমৰ তিনিচুকীয়া জিলাৰ ধলা আৰক্ষী থানাৰ অন্তৰ্গত ধলা বজাৰত শনিবাৰে নিশা কোনো দুৰ্বৃত্তই এগৰাকী মানসিক বিকাৰগ্ৰস্ত যুৱতীক হানি খুচি হত্যা কৰা ঘটনাই সমগ্ৰ ছৈখোৱা অঞ্চলটোতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি  কৰিছে।

প্ৰাপ্ত তথ্য অনুসৰি ছৈখোৱা অঞ্চলৰ ধলা বজাৰত বিগত কেইবাবছৰ ধৰি প্ৰায়েই ঘূৰি ফুৰা এগৰাকী মানসিক বিকাৰগ্ৰস্ত যুৱতীক শনিবাৰে নিশা ধলা বজাৰস্থিত ধলা চাহ বাগিচাৰ পথাৰৰ সন্মুখত কোনো দুৰ্বৃত্তই এটা প্ৰকাণ্ড শিলেৰে খুন্দিয়াই হানি খুচি হত্যা কৰি এটি নৰ্দমাত পেলাই থৈ যায়।

দেওবাৰে পুৱাৰ ভাগত স্থানীয় ৰাইজে মৃতদেহটো নৰ্দমাত পৰি থকা দেখি লগে লগে স্থানীয় ধলা আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলত আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

ঘটনা সংঘটিত হোৱা স্থানৰ সমীপত থকা ব্যৱসায়িক প্ৰতিষ্ঠানত সংগ্লনৰ চিচি টিভি কেমেৰাৰ ভিডিঅ’ ফুটেজৰ ভিত্তিত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে যদিও বৰ্তমানলৈকে কোনো লোককে কৰায়ত্ব কৰিবলৈ সক্ষম হোৱা নাই।

মৃতদেহত থকা আঘাতৰ প্ৰতি লক্ষ্য কৰি হত্যাৰ পূৰ্বে হত্যাকাৰীয়ে যুৱতী গৰাকীক ধৰ্ষণ কৰা বুলিও আৰক্ষীয়ে সন্দেহ ব্যক্ত কৰিছে।

ঘটনা সন্দৰ্ভত সঠিক দিশত তদন্ত কৰি দোষীক কৰায়ত্ব কৰাৰ লগতে এনে ধৰণৰ মানৱীয়তাক ভুলুণ্ঠিত কৰা লোকক দৃষ্টান্ত মূলক শাস্তি প্ৰদান কৰিবলৈ ছৈখোৱা আঞ্চলিক ছাত্ৰ সন্থাই প্ৰসাশনক আহ্বান জনাইছে।

Recent News

Woman suicide over dowry demand

যৌতুকৰ দাবীৰে স্বামীগৃহত নিৰ্যাতন: গৰৈমাৰীত আত্মহত্যা দুই সন্তানৰ মাতৃৰ

Kejriwal

তৃতীয় মৰ্চাৰ কুচকাৱাজ! পত্ৰ যোগে সাত ৰাজ্যৰ মুখ্যমন্ত্ৰীক দিল্লীলৈ নিমন্ত্ৰণ কেজৰিৱালৰ

Man Kills Live-In Partner

বৰ্বৰ! মহাৰাষ্ট্ৰত মহিলাক কাঁচিৰে ৰেপি হত্যা লিভ ইন পাৰ্টনাৰৰ

BSF woman jawan commits suicide

কোচবিহাৰত নিজ কোৱাৰ্টাৰত আত্মহত্যা বি এছ এফ-ত কৰ্মৰত অসমৰ মহিলা জোৱানৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd