• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মেধাৱী ছাত্ৰ-ছাত্ৰীয়ে নাপালে ২০১৮ বৰ্ষৰ আনন্দৰাম বৰুৱা বঁটা; সোনকালেই দিয়া হ’ব বুলি ঘোষণা শিক্ষা মন্ত্ৰীৰ

চৰকাৰৰ বিত্তীয় অৱস্থাক লৈ সন্দেহৰ সৃষ্টি কৰিছে বিভিন্ন আঁচনি ৰূপায়ণৰ ব্যৰ্থতাই

এন ই নাও নিউজ by এন ই নাও নিউজ
January 1, 2019 8:23 am
Anundoram-Borooah-Award

প্ৰাক্তন মুখ্য মন্ত্ৰী আৰু তদানীন্তন কংগ্ৰেছ চৰকাৰৰ শিক্ষা মন্ত্ৰীয়ে আনন্দৰাম বৰুৱা বঁটা বিতৰণ কৰা দৃশ্য। ফাইল ফটো।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

২০১৮ বৰ্ষটো অন্ত পৰিল যদিও বছৰটোত হাইস্কুল শিক্ষান্ত পৰীক্ষা বিশেষ কৃতিত্বসহ উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীয়ে পূৰ্বৰ দৰে আনন্দৰাম বৰুৱা বঁটা লাভ নকৰিল। আনহাতে ২০১৯ চনৰ পৰীক্ষাৰ সূচীও ইতিমধ্যে ঘোষিত হৈছে। তাৰ পিছতো ২০১৮ চনৰ মেধাৱী ছাত্ৰ-ছাত্ৰীয়ে আনন্দৰাম বৰুৱা বঁটা নোপোৱাত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। এই কথাই চৰকাৰখনৰ বৰ্তমানৰ বিত্তীয় অৱস্থাৰ প্ৰতি সন্দেহৰ উদ্ৰেক কৰিছে।

উল্লেখযোগ্য যে ২০০৫ চনতে তদানীন্তন কংগ্ৰেছ চৰকাৰখনে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ মেধাৱী শিক্ষাৰ্থীক অধিক উদগনি দিয়াৰ উদ্দেশ্যে অসমৰ এজন উল্লেখযোগ্য পণ্ডিত আনন্দৰাম বৰুৱাৰ নামত বঁটা প্ৰদানৰ নিয়ম কৰিছিল।

Apply Now

প্ৰথম বছৰটোত প্ৰথম বিভাগত উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীক ডেস্কটপ কম্পিউটাৰ প্ৰদান কৰিছিল যদিও দ্বিতীয় বছৰটোৰ পৰা প্ৰথম বিভাগত উত্তীৰ্ণসকলক লেপটপ প্ৰদান কৰিছিল। ২০১৫ চনলৈকে এই আঁচনিখন সফলতাৰে ৰূপায়ণ কৰি আহিছিল কংগ্ৰেছ চৰকাৰে। কিন্তু বৰ্তমানৰ বিজেপিৰ চৰকাৰখনে ৰাজ্যৰ বিত্তীয় অৱস্থা ভাল ভাল কৰি অহাৰ পিছতো আৰু শিক্ষাত বিভিন্ন পৰিৱৰ্তনমুখী উন্নয়নৰ আঁচনি লোৱা বুলি দাবী কৰি আহিছে যদিও ছাত্ৰ-ছাত্ৰীৰ বাবে উদগনি সৃষ্টি কৰিব পৰা এই গুৰুত্বপূৰ্ণ আঁচনিখনকে ভালদৰে ৰূপায়ণ কৰিব পৰা নাই। তাৰোপৰি বিজেপি চৰকাৰে পূৰ্বৰ প্ৰথম শ্ৰেণীত উত্তীৰ্ণ সকলো ছাত্ৰ-ছাত্ৰীক লেপটপ দিয়াৰ নিয়মক সলনি কৰি আৰ্থিক বোজা কমাবলৈ কেৱল ষ্টাৰ মাৰ্ক পোৱাসকলকহে লেপটপ দিয়া আৰম্ভ কৰিলে। সেয়াও ২০১৮ বছৰৰ বাবে দিব পৰা নাই। অথচ যোৱা ছেপ্টেম্বৰ মাহতেই ইয়াৰ বাবে ছাত্ৰ-ছাত্ৰীক অনলাইন পঞ্জীয়নৰ বাবে জাননী দিছিল। সেইমতে যোগ্য ছাত্ৰ-ছাত্ৰীয়ে পঞ্জীয়ন কৰি আজিও পাম পাম বুলি আশাৰে বাট চাই আছে।

আনহাতে বছৰটোৰ অন্তমি দিনটোত শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্যই সংবাদ মাধ্যমৰ আগত কয় যে এই সম্পৰ্কীয় প্ৰক্ৰিয়াটো আগ বাঢ়ি আছে আৰু নতুন বছৰটোৰ আৰম্ভণিতেই লেপটপ বিতৰণ কৰা হ’ব। অৱশ্যে তেওঁ লেপটপ যোগান ধৰাৰ বাবে পাৰ্টিৰ পৰা নিবিদা লোৱা সম্পূৰ্ণ হোৱা বুলিহে কয়। অৰ্থাৎ যদি সেয়ে সত্য হয়, কমেও আৰু ৩-৪ মাহ লাগিব ছাত্ৰ-ছাত্ৰীয়ে লেপটপ পাবলৈ। শিক্ষা মন্ত্ৰীজনে প্ৰক্ৰিয়াটো সম্পূৰ্ণ হোৱাৰ পথত বুলি ক’লেও আচলতে চৰকাৰৰ বিত্তীয় অৱস্থাই এই বিলম্বিতাৰ প্ৰধান কাৰণ বুলি সচেতন ৰাইজে সন্দেহ প্ৰকাশ কৰিছে।

শিক্ষা মন্ত্ৰীজনে লগতে জানিবলৈ দিয়ে যে এইবাৰ ছাত্ৰ-ছাত্ৰীৰ বাবে লেপটপবোৰত অনলাইন প্ৰশিক্ষণ মড্যুল ভৰাই দিয়াৰ ব্যৱস্থা কৰা হৈছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

July 4, 2026 7:38 pm
ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

July 4, 2026 7:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd