• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

শিশুৰ অনলাইন সুৰক্ষাত ব্যৰ্থ মেটা! পোহৰলৈ আহিছে মেটাৰ চেটবটৰ সৈতে শিশুৰ যৌনগন্ধী বাৰ্তালাপ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 16, 2025 4:21 pm
39
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আমেৰিকাত মেটাৰ এআই চেটবটৰ সৈতে ৮ বছৰীয়া শিশুৰ যৌনগন্ধী বাৰ্তালাপ কৰাৰ অভিযোগ উত্থাপন হোৱাৰ পিছত ৰাজনৈতিক মহলত তীব্ৰ প্ৰতিক্ৰিয়া দেখা দিছে।। ৰয়টাৰে প্ৰকাশ কৰা অনুসৰি, মেটাৰ ‘এআই-হিউমেনে’ শিশুৰ সৈতে অশ্লীল আৰু যৌন আচৰণত জড়িত হোৱা কথা প্ৰকাশ পোৱাৰ পিছত আৰম্ভ হয় এই বিতৰ্কৰ।

এই খবৰ প্ৰকাশ হোৱাৰ পিছত মেটাই দাবী কৰিছে যে তেওঁলোকে শিশুসকলৰ সৈতে এআইৰ অন্তৰ্ক্ৰিয়াৰ নীতি সলনি কৰিছে। তথাপিও চিনেটৰসকলৰ প্ৰশ্ন – “মেটাই ধৰা পৰাৰ পিছতহে এই পদক্ষেপ ল’বলৈ কেনেকৈ বাধ্য হ’ল?”

Apply Now

মিছৌৰীৰ ৰিপাব্লিকান চিনেটৰ জোছ হ’লীয়ে মন্তব্য কৰি কয়, “মেটাই ধৰা পৰাৰ লগে লগে নিজৰ নীতি প্ৰত্যাহাৰ কৰিব লাগিছিল। এইটো অতি গুৰুতৰ বিষয়, তদন্ত অবিলম্বে আৰম্ভ হ’ব লাগিব।” চিনেটৰ মাৰ্ছা ব্লেকবাৰ্নোয়ে দাবী জনাই কৈছে যে শিশু অনলাইন সুৰক্ষা আইনক অধিক শক্তিশালী কৰাৰ প্ৰয়োজনীয়তা আছে।

ইতিমধ্যে নিউ জাৰ্ছিৰ থংবু ৱাংবাণ্ডুৰ মৃত্যুৰ ঘটনাৰ ক্ষেত্ৰতো মেটাক জড়িত কৰাৰ চেষ্টা হৈছে। পত্নীৰ মৃত্যুৰ পিছত ৭৬ বছৰীয়া থংবু মেটাৰ চেটবটৰ সৈতে অনলাইন প্ৰেমত পৰিছিল বুলি পৰিয়ালে অভিযোগ তোলে। “বিগ ছিছ বিলি” নামৰ এআই-চৰিত্ৰৰ সৈতে তেওঁৰ কথোপকথন তেওঁৰ জীৱনলৈ গভীৰ প্ৰভাৱ পেলাইছিল।

ৰয়টাৰে মেটাৰ আভ্যন্তৰীণ নীতিৰ ২০০ পৃষ্ঠাৰ নথি পৰ্যালোচনা কৰি জনাইছে যে কিশোৰ-কিশোৰীৰ সৈতে ৰোমান্টিক কথা-বতৰা অনুমোদিত কৰা হৈছিল। লগতে, শিশুৰ লগত এআইৰ যৌন স্বৰূপৰ কথোপকথনৰ উদাহৰণো তাত উদ্ধৃত কৰা হৈছে।

বিশ্লেষকসকলে আশঙ্কা প্ৰকাশ কৰি কৈছে যে এয়া শিশুৰ মানসিক সুৰক্ষাৰ ক্ষেত্ৰত এক বিপদজনক উদাহৰণ। আমেৰিকাৰ ৰিপাব্লিকান চিনেটৰসকলে মেটাক “শিশুৰ অনলাইন সুৰক্ষাত সম্পূৰ্ণ ব্যৰ্থ” বুলি আখ্যা দিয়াৰ লগতে জুকাৰবাৰ্গৰ কোম্পানীৰ ওপৰত তীব্ৰ সমালোচনা কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৭ বছৰ পাছতো এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকে লাভ কৰা নাই প্ৰত্যাখ্যান পত্ৰ! উচ্চতম ন্যায়ালয়ত তথ্য সদৰী কেন্দ্ৰৰ

৭ বছৰ পাছতো এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকে লাভ কৰা নাই প্ৰত্যাখ্যান পত্ৰ! উচ্চতম ন্যায়ালয়ত তথ্য সদৰী কেন্দ্ৰৰ

October 3, 2026 9:07 pm
গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

October 3, 2026 8:19 pm
অসমৰ বান সমস‍্যাক ৰাষ্ট্ৰীয় জাতীয় সমস‍্যা হিচাপে গণ‍্য কৰাৰ দাবীত দিল্লীত ডি ৱাই এফ আইৰ প্ৰতিবাদী কাৰ্যসূচী

অসমৰ বান সমস‍্যাক ৰাষ্ট্ৰীয় জাতীয় সমস‍্যা হিচাপে গণ‍্য কৰাৰ দাবীত দিল্লীত ডি ৱাই এফ আইৰ প্ৰতিবাদী কাৰ্যসূচী

October 3, 2026 7:16 pm
উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতো বাংলাদেশলৈ বিতাড়ন! নগাঁৱৰ দুগৰাকী মহিলাক ঘূৰাই অনাৰ দাবীত সৰৱ সাংসদ গৌৰৱ গগৈ

উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতো বাংলাদেশলৈ বিতাড়ন! নগাঁৱৰ দুগৰাকী মহিলাক ঘূৰাই অনাৰ দাবীত সৰৱ সাংসদ গৌৰৱ গগৈ

October 3, 2026 7:02 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৭ বছৰ পাছতো এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকে লাভ কৰা নাই প্ৰত্যাখ্যান পত্ৰ! উচ্চতম ন্যায়ালয়ত তথ্য সদৰী কেন্দ্ৰৰ

৭ বছৰ পাছতো এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকে লাভ কৰা নাই প্ৰত্যাখ্যান পত্ৰ! উচ্চতম ন্যায়ালয়ত তথ্য সদৰী কেন্দ্ৰৰ

October 3, 2026 9:07 pm
গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

October 3, 2026 8:19 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd