• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

যুঁজিছে ইজৰাইল-হামাছ; পেলেষ্টাইনক সমৰ্থন কৰি ডাঙৰ সুযোগ হেৰুৱালে মিয়া খলিফাই!

এন ই নাও  নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 10, 2023 3:16 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মধ্যপ্ৰাচ্যৰ দুখন দেশ ইজৰাইল আৰু পেলেষ্টাইনৰ মাজত পৰিস্থিতি উত্তপ্ত হৈ পৰিছে। ইতিমধ্যে মৃত্যুৰ সংখ্যাই হাজাৰ অতিক্ৰম কৰিছে। বিশ্ব তাৰকাৰ পৰা ক্ৰীড়া ব্যক্তিত্ব, ৰাজনৈতিক নেতা-মন্ত্ৰীসকলে যুদ্ধৰ সম্পৰ্কত মুখ মেলিছে। একেটা বিষয়তে মিয়া খলিফায়ো মতামত ব্যক্ত কৰিছে। মিয়াই ইজৰাইল-হামাছৰ সংঘাতৰ বিষয়ে মুকলিকৈ কৈছে।

মিয়া খলিফাৰ কথাৰ পৰা স্পষ্ট যে হামাছৰ সংঘাতৰ মাজতে পেলেষ্টাইনৰ প্ৰতিয়েই তেওঁৰ সমৰ্থন আছে। মিয়াই নিজৰ ছ’চিয়েল মিডিয়া পেজত লিখিছে, ‘পেলেষ্টাইনৰ পৰিস্থিতি দেখিও যদি আপুনি পেলেষ্টাইনীসকলৰ প্ৰতি সমৰ্থন প্ৰদৰ্শন কৰা নাই, তেন্তে আপুনি ভুল কৰিছে। ইতিহাসে প্ৰমাণ কৰিব।’

তাৰ পিছতে প্ৰাক্তন পৰ্ণ ষ্টাৰ মিয়া খলিফাই এটা ডাঙৰ ব্যৱসায়িক চুক্তিৰ পৰা বঞ্চিত হ’ল।

Apply Now

লগতে পঢ়কঃ ইজৰাইলত আছে ১৮০০০ ভাৰতীয়; প্ৰত্যাৱৰ্তনৰ বাবে বহু আবেদন দাখিল দূতাবাসত

সূত্ৰ অনুসৰি, আজি ৰেডিঅ’ৰ মুৰব্বী তথা কানাডাৰ বিখ্যাত সম্প্ৰচাৰক টড শ্বেপিৰোৰ সৈতে চুক্তি স্বাক্ষৰ কৰাৰ কথা আছিল। কিন্তু পেলেষ্টাইনৰ টুইটৰ প্ৰতি সমৰ্থন দেখি টড শ্বেপিৰ’ই প্ৰাক্তন পৰ্ণ ষ্টাৰগৰাকীৰ সৈতে হোৱা সকলো চুক্তি বাতিল কৰে। ইয়াৰ উপৰিও টডে এটা বিস্ফোৰক টুইটও কৰে।

তেওঁ টুইট কৰি কয়, ‘কি ভয়ংকৰ টুইট মিঞা খলিফা। এইটো দেখাৰ লগে লগে তোমাক চাকৰিৰ পৰা বৰ্খাস্ত কৰা হ’ল। একেবাৰে অসহ্যকৰ। অনুগ্ৰহ কৰি মানুহ হোৱা। তুমি মৃত্যু, ধৰ্ষণ, যুঁজ, কাৰাবন্দী কৰাক সমৰ্থন কৰা! কোনো ভাষা নাই। আমি মানুহ হিচাপে এই কঠিন সময়ত ইজনে সিজনৰ কাষত থিয় দিয়া উচিত। ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিম যাতে তুমি মানুহ হোৱা।’ মিয়া খলিফাইও ইয়াৰ উত্তৰ দিছে।

If you can look at the situation in Palestine and not be on the side of Palestinians, then you are on the wrong side of apartheid and history will show that in time

— Mia K. (@miakhalifa) October 7, 2023

উল্লেখ্য যে যোৱা শুকুৰবাৰে গভীৰ নিশাৰ পৰা হামাছে ইজৰাইলক আকাশ, জলপথ আৰু স্থলপথ-এই তিনি পথেৰে আক্ৰমণ কৰিছে। গাজাৰ পৰা ৩ হাজাৰৰো অধিক ৰকেট নিক্ষেপ কৰা বুলি জানিব পৰা গৈছে। ইজৰাইলৰ বহু সাধাৰণ মানুহক হামাছৰ দলে বন্দী কৰি লৈছে।

This is such a horrendous tweet @miakhalifa. Consider yourself fired effective immediately. Simply disgusting. Beyond disgusting. Please evolve and become a better human being. The fact you are condoning death, rape, beatings and hostage taking is truly gross. No words can… https://t.co/ez4BEtNzj4

— Todd Shapiro (@iamToddyTickles) October 8, 2023

তাৰপিছতে ইজৰাইলে প্ৰতিশোধ লয়। গাজাত বিমান আক্ৰমণ অব্যাহত আছে। মৃত্যুৰ সংখ্যা এহেজাৰ অতিক্ৰম কৰিছে। তাৰ মাজতে মিয়াৰ এই টুইটে ছচিয়েল মিডিয়াত ধুমুহা তুলিছে। 

এন ই নাও  নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পত্নী-সন্তানসহ অৱসৰপ্ৰাপ্ত শিক্ষকৰ পৰিয়ালৰ ৪ জন সদস্যক হত্যা! বাংলাদেশত আন এক সংখ্যালঘু হত্যাকাণ্ড

পত্নী-সন্তানসহ অৱসৰপ্ৰাপ্ত শিক্ষকৰ পৰিয়ালৰ ৪ জন সদস্যক হত্যা! বাংলাদেশত আন এক সংখ্যালঘু হত্যাকাণ্ড

August 24, 2026 12:31 pm
ছেপ্টেম্বৰ মাহত ৪ দিনৰ বাবে বেংক ঘৰ্মঘটৰ আহ্বান; বন্ধ থাকিব ATM! গ্ৰাহকৰ দুৰ্দশাৰ আশংকা

ছেপ্টেম্বৰ মাহত ৪ দিনৰ বাবে বেংক ঘৰ্মঘটৰ আহ্বান; বন্ধ থাকিব ATM! গ্ৰাহকৰ দুৰ্দশাৰ আশংকা

August 24, 2026 11:31 am
১০ বছৰত দুগুণ হ’ল খালী পদ, পুনৰ ফাদিল হ’ল বছৰি ২ কোটি চাকৰিৰ জুমলা; আধা কৰ্মচাৰীয়ে ঠিকাভিত্তিক

১০ বছৰত দুগুণ হ’ল খালী পদ, পুনৰ ফাদিল হ’ল বছৰি ২ কোটি চাকৰিৰ জুমলা; আধা কৰ্মচাৰীয়ে ঠিকাভিত্তিক

August 24, 2026 10:34 am
চিকিৎসালয়ত ভেন্টিলেটৰ বিস্ফোৰণত অগ্নিদগ্ধ হৈ ৩ টি শিশুৰ মৃত্যু; উদ্ধাৰ কৰা কেইবাটিও শিশুৰ অৱস্থাও সংকটজনক

চিকিৎসালয়ত ভেন্টিলেটৰ বিস্ফোৰণত অগ্নিদগ্ধ হৈ ৩ টি শিশুৰ মৃত্যু; উদ্ধাৰ কৰা কেইবাটিও শিশুৰ অৱস্থাও সংকটজনক

August 24, 2026 9:20 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পত্নী-সন্তানসহ অৱসৰপ্ৰাপ্ত শিক্ষকৰ পৰিয়ালৰ ৪ জন সদস্যক হত্যা! বাংলাদেশত আন এক সংখ্যালঘু হত্যাকাণ্ড

পত্নী-সন্তানসহ অৱসৰপ্ৰাপ্ত শিক্ষকৰ পৰিয়ালৰ ৪ জন সদস্যক হত্যা! বাংলাদেশত আন এক সংখ্যালঘু হত্যাকাণ্ড

August 24, 2026 12:31 pm
ছেপ্টেম্বৰ মাহত ৪ দিনৰ বাবে বেংক ঘৰ্মঘটৰ আহ্বান; বন্ধ থাকিব ATM! গ্ৰাহকৰ দুৰ্দশাৰ আশংকা

ছেপ্টেম্বৰ মাহত ৪ দিনৰ বাবে বেংক ঘৰ্মঘটৰ আহ্বান; বন্ধ থাকিব ATM! গ্ৰাহকৰ দুৰ্দশাৰ আশংকা

August 24, 2026 11:31 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd