• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বয়সৰ ব্যৱধানক লৈ চিন্তিত আছিল মিলিন্দ সুমনৰ পত্নী অংকিতাৰ পৰিয়াল

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , June 3, 2019 12:26 pm

2 min read

milind-somanankita-Konwar

ফটো : টুইটাৰৰ সৌজন্যত

3k
VIEWS
Share on FacebookShare on Twitter

অসমৰ দুহিতা আৰু ছুপাৰ মডেল তথা অভিনেতা মিলিন্দ সুমনৰ পত্নী অংকিতা কোঁৱৰে অলপতে এক সাক্ষাৎকাৰত সদৰী কৰিছে যে তেওঁ পৰিয়ালে তেওঁলোকে বিবাহ পাসত আবদ্ধ হোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ সময়ত ২৬ বছৰৰ বিৰাট বয়সৰ ব্যৱধানক লৈ অলপ চিন্তিত আছিল।

‘হিউমনে অৱ ব’ম্বে’ নামৰ ব্লগ’ত কোৱাৰ সময়ত অংকিতাই লগতে কৈছে যে এইটো তেওঁৰ আৰু মিলিন্দৰ মাজত কোনো সমস্যা নাছিল। অৱশ্যে, তেওঁ লগতে কয় যে যেতিয়া তেওঁৰ পৰিয়ালে ‘মিলিন্দৰ লগত তেওঁ কিমান সুখী সেয়া দেখিলে’, তেওঁলোকে তেওঁলোকৰ বিয়াৰ বাবে সন্মত হয়।

যোৱা বছৰৰ ২২ এপ্ৰিলত বিবাহপাশত আবদ্ধ হোৱাৰ আগতে মিলিন্দ আৰু অংকিতাই ৫ বছৰি ধৰি ইজনে সিজনৰ প্ৰেমত মছগুল হৈ আছিল। এই বিয়াখন আছিল অসমীয়া আৰু মাৰাঠী সংস্কৃতিৰ এক সংমিশ্ৰণ।

মডেল, অভিনেতা, চলচ্চিত্ৰ প্ৰযোজক আৰু ফিটনেছ প্ৰম’টাৰ মিলিন্দ সুমনে গুৱাহাটীৰ এগৰাকী ফ্লাইট এটেণ্ডাৰ অংকিতাৰ সৈতে প্ৰেমত পৰিছিল। তেওঁলোকৰ মাজত থকা বয়সৰ বৃহৎ ব্যৱধানৰ বাবেই দম্পতিহাল চৰ্চাৰ মাজলৈ আহিছিল।

আনহাতে, তেওঁলোকৰ সম্পৰ্কক লৈ দুয়োজনেই অতি সৰৱ আছিল আৰু তেওঁলোকৰ মাজত থকা ইজনৰ প্ৰতি সিজনৰ প্ৰেমৰ ৰাজহুৱা প্ৰদৰ্শনত তেওঁলোকে কেতিয়াও সংকোচ কৰা নাছিল।

ব্ল’গটোত দিয়া তেওঁৰ একান্ত স্পষ্ট সাক্ষাৎকাৰটোত অংকিতাই কৈছিল যে মালয়েছিয়াত এয়াৰ এছিয়াৰ কেবিন ক্ৰিউ হিচাপে কাম কৰি থকাৰ সময়তে তেওঁ তেওঁৰ প্ৰেমিকক (বয়ফেণ্ড) হেৰুৱাইছিল।

জীৱনত এইদৰে অহা প্ৰেমৰ অকাল মৃত্যুত তেওঁ  সম্পূৰ্ণ বাগি পৰিছিল আৰু সেই সময়তে চেন্নাইলৈ তেওঁৰ বদলি হৈছিল। ইয়াৰ মাজতে অংকিতাই তেওঁৰ অতি প্ৰিয় মিলিন্দ সুমনৰ সান্নিধ্যলৈ আহে আৰু ক্ৰমে তেওঁলোকৰ প্ৰেমে পোখা মেলি উঠে।

Recent News

হাজোত বিজেপি চৰকাৰৰ বিৰুদ্ধে ব্লক কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ

হাজোত বিজেপি চৰকাৰৰ বিৰুদ্ধে ব্লক কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ

a mime

ইউটিউব লাইভ আৰু ফেচবুক লাইভ যোগে পঞ্চম বাৰ্ষিক ৰাষ্ট্ৰীয় ভাৰ্চুৱেল মূকাভিনয় মহোৎসৱ

aaa rrrr

তিনি বছৰ ধৰি ৪৪ জন আত্মীয়ই ধৰ্ষণ কৰিলে কিশোৰীক, ক’ত ঘটিছে এই পাশৱিক ঘটনা

কৃষ্ণাইত বন বিভাগে জব্দ কৰিলে চোৰাং কাঠসহ যাত্ৰীবাহী টেম্পো, বন মন্ত্ৰীৰ শুভেচ্ছা

কৃষ্ণাইত বন বিভাগে জব্দ কৰিলে চোৰাং কাঠসহ যাত্ৰীবাহী টেম্পো, বন মন্ত্ৰীৰ শুভেচ্ছা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd