• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

পাকিস্তানী হেকাৰৰ লক্ষ্যকৰি সামৰিক বিভাগ! ডাটা চুৰিৰ চেষ্টাৰ পিছত বন্ধ কৰি দিয়া হ’ল ৱেবচাইট

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 5, 2025 9:30 pm
74
VIEWS
Share on FacebookShare on Twitter

পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছৰে পৰা ভাৰত আৰু পাকিস্তানৰ মাজত উত্তেজনা তুংগত উঠিছে। ইফালে পাকিস্তানী হেকাৰ গোটে ভাৰতীয় সামৰিক বিভাগৰ কেইবাটাও ৱেবছাইট হেক কৰা বুলি দাবী কৰিছে।

পাকিস্তান চাইবাৰ ফৰ্চ নামৰ হেকাৰ গোটটোৱে এক্স হেণ্ডেলত দাবী কৰিছে যে তেওঁলোকে দুটা ভাৰতীয় সামৰিক সংস্থাৰ পৰা স্পৰ্শকাতৰ তথ্য লাভ কৰিছে। এই গোটটোৱে ভাৰতৰ সামৰিক অভিযান্ত্ৰিক সেৱা আৰু মনোহৰ পাৰিকাৰ ইনষ্টিটিউট ফৰ ডিফেন্স ষ্টাডিজ এণ্ড এনালাইছিছৰ ৱেবছাইট হেক কৰা বুলি দাবী কৰিছে। গোটটোৱে তাৰ পৰা কেইবাটাও স্পৰ্শকাতৰ তথ্য লাভ কৰা বুলি দাবী কৰে। অৱশ্যে এই চাইবাৰ আক্ৰমণ সন্দৰ্ভত ভাৰতে এতিয়াও কোনো বিবৃতি প্ৰকাশ কৰা নাই।

সৰ্বভাৰতীয় সংবাদ সংস্থা এএনআইৰ এক প্ৰতিবেদন অনুসৰি প্ৰতিৰক্ষা বিষয়াৰ লগইনৰ সবিশেষ আৰু কিছু ব্যক্তিগত তথ্য ফাদিল হ’ব পাৰে। অৱশ্যে ৱেবছাইটটো হেক কৰা বুলি কৰা দাবীক অস্বীকাৰ কৰিছে মনোহৰ পাৰিকাৰ ইনষ্টিটিউট কৰ্তৃপক্ষই।

হেকিং গোটটোৱে দাবী কৰিছে যে তেওঁলোকে মনোহৰ পাৰিকাৰ ইনষ্টিটিউটত ১৬০০ লোকৰ পৰা ১০ জিবি ডাটা চুৰি কৰিছে। এক্স হেণ্ডলৰ এই দাবীৰ পিছতে বিভিন্ন চাইবাৰ সুৰক্ষা সংস্থাই জৰুৰী তদন্ত আৰম্ভ কৰিছে।ভাৰতীয় প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ সহযোগী প্ৰতিষ্ঠান আৰ্মাৰ্ড ভেহিকেল নিগম লিমিটেডৰ ৱেবছাইট হেক কৰাৰ চেষ্টাও কৰা হৈছে বুলিও এএনআইয়ে প্ৰকাশ কৰিছে। পাকিস্তান চাইবাৰ ফৰ্চে ৱেবছাইটটো বিকৃত কৰি ছবিখন তেওঁলোকৰ এক্স হেণ্ডেলত পোষ্ট কৰিছিল। ৱেবছাইটটোত পাকিস্তানৰ পতাকা আৰু আল খালিদৰ টেংকৰ ছবি ব্যৱহাৰ কৰা হৈছে। ইয়াৰ পিছত সাৱধানতা হিচাপে আপাততঃ ৱেবছাইটটো অফলাইন কৰি দিয়া হয়। হেক কৰাৰ চেষ্টাৰ ফলত ৱেবছাইটটোৰ ক্ষতি হৈছে নে নাই সেইটো নিৰ্ণয়ৰ বাবে তদন্ত অব্যাহত আছে।

Recent News

পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰিৰ অভিযোগঃ গ্ৰেপ্তাৰ হাৰিয়ানাৰ ইউটিউবাৰ জ্যোতি মালহোত্ৰা

পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰিৰ অভিযোগঃ গ্ৰেপ্তাৰ হাৰিয়ানাৰ ইউটিউবাৰ জ্যোতি মালহোত্ৰা

ৰাষ্ট্ৰসংঘৰ পূৰ্বাভাসঃ ৬.৩% বৃদ্ধি হ’ব ভাৰতৰ অৰ্থনীতি

ৰাষ্ট্ৰসংঘৰ পূৰ্বাভাসঃ ৬.৩% বৃদ্ধি হ’ব ভাৰতৰ অৰ্থনীতি

উত্তৰ প্ৰদেশৰ কৃষকৰ পুত্ৰ ব্ৰিটেইনৰ ৱেলিংব’ৰো চহৰৰ মেয়ৰ হিচাপে নিৰ্বাচিত

উত্তৰ প্ৰদেশৰ কৃষকৰ পুত্ৰ ব্ৰিটেইনৰ ৱেলিংব’ৰো চহৰৰ মেয়ৰ হিচাপে নিৰ্বাচিত

মুম্বাই বিমানবন্দৰত NIAৰ জালত আইছিছৰ শ্লীপাৰ চেলৰ সদস্য

মুম্বাই বিমানবন্দৰত NIAৰ জালত আইছিছৰ শ্লীপাৰ চেলৰ সদস্য

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd